Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত

    বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

    ‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

    ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

    সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

    দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    ৰোগ প্ৰতিৰোধৰ বাবে খাওক তিতা কেৰেলা 

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    জলকীয়াৰ পৰা হ’ব পাৰে স্মৃতিলোপ

    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আন এক অসাধ্য সাধনৰ দিশে অগ্রসৰ চিকিৎসা বিজ্ঞান

সম্ভাৱনাৰ দুৱাৰ মুকলি, প্রতিষেধকৰ দ্বাৰাই ৰােধ হ’ব পাৰে বাৰ্ধক্যৰ লক্ষণ

publisher by publisher
December 19, 2021
in International, News
Reading Time: 1 min read
0
আন এক অসাধ্য সাধনৰ দিশে অগ্রসৰ চিকিৎসা বিজ্ঞান
2
SHARES
15
VIEWS
ShareShareShareShare

বয়স বাঢ়ি অহাৰ লগে লগে অধিকাংশ মানুহেই নিজৰ স্বাস্থ্য-শৰীৰ আদিক কেন্দ্ৰ কৰি অধিক সচেতন হৈ পৰে। শৰীৰত বার্ধক্যৰ লক্ষণ ফুটি উঠিলেই বিভিন্ন ধৰণৰ সতর্কতামূলক ব্যৱস্থা ল’বলৈ আৰম্ভ কৰে।

ADVERTISEMENT

বহু মহিলাই হয়তাে মাত্রাধিক প্রসাধনেৰে বাৰ্ধক্যৰ চিন বা মুখৰ বলিৰেখা ঢাকিবলৈ প্ৰয়াস কৰে। অৱশ্যে প্রতিষেধক দ্বাৰাই আগন্তুক দিনত মানুহক জৰাগ্রস্ততাৰ পৰা ৰক্ষা কৰাটো সম্ভৱ হৈ উঠিব। আধুনিক চিকিৎসা বিজ্ঞানে বহু অসাধ্যই ইতিমধ্যে সাধন কৰিছে।

RelatedPosts

Kashmir:পাক সন্ত্রাসবাদীৰ সহযোগকাৰী ছজনক দুদিনতে নিধন সেনাৰ

মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ৰানাক ১৮ দিনৰ জিম্মালৈ প্ৰেৰণ এন আই এ’ৰ ! 

ULFA (I) member Girish Bora arrested in Bangalore:বেংগালুৰুত গ্ৰেপ্তাৰ আলফা (স্বাঃ)ৰ সদস্য গিৰিশ বৰা

এইবাৰ জৰাগ্ৰস্ততা ৰােধৰ লগতে প্রতিষেধকৰ জৰিয়তে নানা বার্ধক্যজনিত ৰােগকো প্ৰতিৰােধ কৰিবলৈ আগবাঢ়িছে চিকিৎসা বিজ্ঞান। এদল গৱেষকে এন্দুৰৰ শৰীৰত এবিধ প্রতিষেধকৰ সফল পৰীক্ষা কৰিয়ে এই সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিলে।

একাংশ বিশেষজ্ঞই এই সন্দৰ্ভত কৈছে, মানুহৰ শৰীৰত সফল হলে এই প্রতিষেধকে নতুন দিগন্তৰ সূচনা কৰিব। যাৰ বাবে মানুহে সভ্যতা আধুনিক হৈ উঠাৰ আগৰে পৰাই চেষ্টা অব্যাহত ৰাখিছিল।

আমেৰিকাৰ ‘নেচনেল ইনষ্টিটিউট অব এজিং’ (এনআইএ)ৰ বিজ্ঞানীসকলে এন্দুৰৰ শৰীৰত চলােৱা পৰীক্ষাৰ ফলাফল প্রকাশ পাইছে আন্তর্জাতিক বিজ্ঞান গৱেষণা পত্রিকা ‘নেচাৰ এজিং’ত।

গৱেষণা পত্ৰত উল্লেখ কৰিছে যে পৰীক্ষাত সফল হােৱা প্ৰতিষেধকে এন্দুৰৰ শৰীৰৰ পৰা বৃদ্ধ তথা বিকল হৈ পৰা কোষসমূহক আঁতৰাই পেলাবলৈ সক্ষম হৈছে। তাৰ ফলত পৰীক্ষা কৰা এন্দুৰখিনিৰ আয়ুস বৃদ্ধি পাইছে।

লগতে সিহঁতৰ বহু বার্ধক্যজনিত ৰােগাে সম্পূৰ্ণৰূপে উপশম হৈছে। মিনেছ’টা বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট অন দ্য বায়’লজি অব এজিং এণ্ড মেটাবলিজম’ৰ সহকাৰী মুব্বী অধ্যাপক পল বিন্সে কয়, অত্যন্ত উল্লেখনীয় গৱেষণা।

গৱেষকসকলে যি পথেৰে আগুৱাই গৈছে তাৰ পৰা তাত্ত্বিকভাৱে এই প্রতিষেধকৰ পৰীক্ষা মানুহৰ ওপৰতাে সফল হােৱা উচিত। অৱশ্যে মানুহৰ পূৰ্বে আৰু একাধিক মানৱােত্তৰ স্তন্যপায়ীৰ ওপৰত এই পৰীক্ষা চলাই চোৱা উচিত।

এইখিনিতে একাংশই দুটা প্রশ্ন উত্থাপন কৰিছে। প্রতিষেধকৰ লক্ষ্য শৰীৰৰ কোনবােৰ কোষ আৰু কিয় ? দ্বিতীয়তে, প্রতিষেধক তৈয়াৰ কৰিবলৈ এন্দুৰৰ কি ধৰণৰ কোষবােৰত দৃষ্টি ৰাখিছিল গৱেষকসকলে ?

এনআইএৰ তৰফৰ পৰা জনাইছে সেয়া ছেনেছেন্ট কোষ। বয়স বৃদ্ধিৰ লগে লগে অত্যধিক চাপ বা আন কোনাে ধৰণে ক্ষতিগ্রস্ত হােৱাৰ ফলত এই কোষসমূহৰ স্থিতিস্থাপকতা (ইলাষ্টিচিটি) সম্পূৰ্ণৰূপে নষ্ট হৈ পৰে ।

তেতিয়া আৰু কোষসমূহৰ বিভাজন নহয়, কিন্তু সেইবােৰৰ মৃত্যুও নহয়। বয়স বৃদ্ধিৰ লগে লগে এই ছেনেছেন্ট কোষৰ সংখ্যা বাঢ়িবলৈ ধৰে আৰু সেইবােৰ দ্রুতগতিৰে দেহত জমা হ’বলৈ ধৰে।

এই কোষসমূহৰ পাহাৰ আঁতৰ কৰাটো তেতিয়া দেহৰ স্বাভাৱিক প্ৰতিৰােধ ব্যৱস্থাৰ কোষসমূহৰ পক্ষে অসম্ভৱ হৈ পৰে। জমা হৈ হৈ কোষৰ পাহাৰত পৰিণত হােৱাৰ সমান্তৰালকৈ এই ছেনেছেন্ট কোষসমূহৰ পৰা এই প্ৰকাৰৰ যৌগৰ ক্ষৰণ হয়, যি নানা ধৰণৰ প্রদাহ (ইনফ্লেমেচন)ৰ সৃষ্টি কৰে।

তাৰ ফলত ছেনেছেন্ট কোষমূহৰ আশে-পাশে থকা সুস্থ-সৱল কোষসমূহৰাে যথেষ্ট ক্ষতিসাধন হয়। ইয়াৰ পূর্বে বিভিন্ন গৱেষণাত দেখা গৈছে যে শৰীৰত এই ছেনেছেন্ট কোষসমূহৰ মাত্রাধিক বৃদ্ধিৰ বাবেই কর্কট, আলজেইমাছ আৰু স্কেৰছিছৰ দৰে নানা বার্ধক্যজনিত জটিল ৰােগৰ সূত্রপাত হয়।

ধমনীত বাধাৰ প্ৰাচীৰ (আর্টাৰী প্লেকছ্) সৃষ্টি হােৱাৰ ফলত ৰক্ত সঞ্চালনাে থমকি ৰয়। সেইবােৰ আঁতৰ কৰাটো আৰু সম্ভৱ নহয়। ঔষধৰ তুলনাত প্রতিষেধক কিয় এই ক্ষেত্ৰত অধিক কার্যকৰী হ’ব পাৰে, তাৰাে ব্যাখ্যা দিছে ইনষ্টিটিউট অন দ্য বায়’লজি অব এজিং এণ্ড মেটাবলিজম’ৰ সহকাৰী মুৰব্বী অধ্যাপক ৰবিন্সে।

তেওঁ কয় যে ছেনেছেন্ট কোষসমূহক আঁতৰ কৰাৰ বাবে নানা ধৰণৰ ঔষধ আৱিষ্কাৰৰ চেষ্টা বিগত দশক ধৰি অব্যাহত আছে। তাৰে কোনাে কোনাে ঔষধৰ সম্প্রতি মানৱ শৰীৰত পৰীক্ষা অব্যাহত আছে। ৰবিন্সে লগতে কয়, অৱশ্যে সেইবােৰ ঔষধৰ তুলনাত প্রতিষেধক কার্যকাৰিতা বহু বেছি হ’ব বুলিয়ে আশা কৰিছাে।

কাৰণ ঔষধতাে ব্যৱহাৰ হ’ব ছেনেছেন্ট কোষ দেহত জমা হৈ হৈ পাহাৰত পৰিণত হােৱাৰ পাছত। তেতিয়ালৈ অনেক পলম হৈ পৰিব। কিয়নাে তেতিয়ালৈ দেহৰ প্ৰতিৰােধ ব্যৱস্থাৰ কোষসমূহাে দুর্বল হৈ পৰিব। অথচ ৫০ বছৰ বয়স হােৱাৰ লগে লগেই যদি এই প্রতিষেধক দিয়াটো সম্ভৱ হয়, তেন্তে শৰীৰত এই ছেনেছেন্ট কোষ গঢ়িয়েই উঠিব নােৱাৰিব।

জমা হৈ হৈ পাহাৰত পৰিণত হােৱাটো দূৰৰে কথা। প্রতিষেধকৰ দ্বাৰা প্ৰতিৰােধ ব্যৱস্থাৰ কোষসমূহক এনেদৰে সক্ষম কৰি তােলা হ’ব যাতে ছেনেছেন্ট কোষ সৃষ্টি হােৱা দেখিলেই সিবােৰে সেই কোষক নাশ কৰিব পাৰে।

অৱশ্যে ইয়াৰ এক সমস্যাও আছে। এই ছেনেছেণ্ট কোষসমূহ শৰীৰৰ সর্বত্রই সৃষ্টি হয়। এটা স্থানৰ ছেনেছেন্ট কোষৰ স’তে শৰীৰৰ আন ঠাইৰ চেনেছেন্ট কোষৰ আচাৰ-আচৰণত মিলাে নাথাকে।

গৱেষকসকলে এক বিশেষ ধৰণৰ চেনেছেন্ট কোষৰ ওপৰত দৃষ্টি ৰাখিছিল। যিবােৰ সৃষ্টি হয় ধমনী, সিৰা আৰু ৰক্তজালিকাৰ একেবাৰে ভিতৰৰ ফালে থকা এণ্ড’থেলিয়াল কোষসমূহত।

এইবােৰক কোৱা হয় ছেনেছেন্ট ভাস্কুলাৰ এণ্ড’থেলিয়াল কোষ। ইয়াৰ পাছত গৱেষকসকলে সেই কোষসমূহৰ ওপৰৰ স্তৰৰ কোনটো প্ৰটিনক বেছি পৰিমাণে দেখা গৈছে, সেয়া বিচাৰি উলিয়ায়।

কাৰণ গৱেষকসকলে সেই প্রটিনকেই তেওঁলােকে প্রস্তুত কৰা প্ৰতিষেধকৰ লক্ষ্যবস্তু কৰিব কৰিব বিচাৰিছিল। গৱেষকসকলে তেনে এবিধ প্র’টিন বিচাৰি পায়, যাৰ নাম ‘গ্লাইক’প্রটিন ননমেটাষ্টেটিক মেলান’মা প্র’টিন বি’ (বিজিএনএমবি) কে’বাটাও বার্ধক্যজনিত জটিল ৰােগ, মেলান’মাসহ কে’বা প্ৰকাৰৰ কৰ্কটৰ ক্ষেত্ৰত এইটো প্ৰটিনক বেছি পৰিমাণে ছেনেছেন্ট কোষত জমা হােৱা দেখা যায়।

মানৱদেহৰ কোষক লৈ পৰীক্ষা কৰােতেও গৱেষকসকলে দেখিছে। যে এই প্র’টিনটো ফ্লেৰ’ছিছ ৰােগীসকলৰ চেনেছেন্ট কোষত বহু বেছি পৰিমাণে দেখা যায়। এই প্ৰটিনৰ পৰিমাণ বৃদ্ধিৰ বাবেই বয়স বৃদ্ধিৰ লগে লগে ধমনীত ৰক্ত সংবহন বাধাপ্রাপ্ত হয়।

এই পৰীক্ষাটো চলােৱা হৈছিল মধ্য বয়সীয়া এন্দুৰৰ শৰীৰত, যাতে সিহঁতৰ বার্ধক্য আৰু বার্ধক্যজনিত ৰােগৰ গতিত লেকাম লগাব পৰা হৈছে নে নাই সেয়া বুজিব পাৰি। দেখা গৈছে যে এন্দুৰৰ ক্ষেত্ৰত প্ৰতিষেধক ৯৫ শতাংশ সফল হৈছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Anti AgingMedical ScienceNIA
publisher

publisher

Related Posts

উত্তৰ প্ৰদেশৰ ফটকা কাৰখানাত বিস্ফোৰণ! চাৰিগৰাকী মহিলাৰ মৃত্যু, নগৰাকী আহত
India

June 16, 2025
বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ
News

বিমান দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত ৮৭ জন লোকক চিনাক্ত, পৰিয়ালক গতাই দিয়া হৈছে ৪৭ জনৰ মৃতদেহ

June 16, 2025
‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
India

‘বন্ধুত্বৰ প্ৰতীক’! চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

June 16, 2025
ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু
News

ডায়েলাইছিছৰ সময়ত বিদ্যুৎ বিচ্ছিন্ন, মেচিনত আবদ্ধ তেজ! ৰোগীৰ মৃত্যু

June 16, 2025
সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি
India

সোমবাৰৰ মুম্বাইত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস ! কমলা সতৰ্কবাণী জাৰি

June 16, 2025
দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ
India

দেশত দুটা পৰ্যায়ত হ’ব লোকপিয়ল, বিজ্ঞপ্তি জাৰি কেন্দ্রৰ

June 16, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d