Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Delhi Incident:দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে পাকিস্তান সংযোগৰ সন্দেহ নিয়াৰ

পাকিস্তানৰ সৈতে জড়িত অস্ত্ৰ সৰবৰাহকাৰীক আটক নিয়াৰ, গুজৰাটতো পাকিস্তানী অস্ত্রশস্ত্র সহ হায়দৰাবাদৰ এজন চিকিৎসকক আটক আৰক্ষীৰ

publisher by publisher
November 11, 2025
in National
Reading Time: 1 min read
0
Delhi Incident:দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে পাকিস্তান সংযোগৰ সন্দেহ নিয়াৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

Delhi Incident:

কটকটীয়া নিৰাপত্তা বেহুৰ মাজত থকা দেশৰ ৰাজধানী মহানগৰ নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ ওচৰত সোমবাৰে সন্ধিয়া ৬-৫৫ মান বজাত সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণে প্ৰাণ ল’লে অসংখ্য নিৰীহ লোকৰ। এই পৰ্যন্ত কৰুণ মৃত্যুক সাৱটি লয় ১৫ জনৰো অধিক আৰু আহত হয় অৰ্ধ শতাধিকৰো অধিক ৷ এই ঘটনাই দেশৰ ৰাজধানী চহৰ খনৰ নিৰাপত্তা দিশটোক ডাঙৰ এক প্ৰশ্নবোধকৰ সৃষ্টি হৈছে।

ADVERTISEMENT

পুৰণি নতুন দিল্লীৰ লালকিল্লা মেট্ৰ’ ৰে’ল ষ্টেচনৰ এক নং প্ৰৱেশদ্বাৰৰ ওচৰত থকা কাৰ পাকিঙৰ হুণ্ডাই আই২০ চাৰিচকীয়া বিলাহী বাহন এখনত সংস্থাপিত আই ডি বিস্ফোৰিত হৈ কে’বা খনো বাহনত লেলিহান জুয়ে মুহূৰ্ততে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে ৷ সদাব্যস্ত স্থান টুকুৰাত দৈনিক দেশী-বিদেশী পৰ্যটক উবুৰি খাই থাকে ৷ সেই স্থানত সংঘটিত ভয়ংকৰ শোকাৱহ ঘটনাটো সংঘটিত হয় ৷ কটকটীয়া নিৰাপত্তা ব্যুহ ভেদ কৰি সন্ত্ৰাসবাদীয়ে কূটাঘাতমূলক কাৰ্য সংঘটিতৰ সমগ্ৰ দৃশ্য বন্দী হয় চিচিটিভিত।

আনহাতে ঘটনাস্থলীত নিশাই তদন্তৰ বাবে উপস্থিত হোৱা নিয়াৰ দলে সেই স্থানত সংস্থাপিত কৰা চিচিটিভি ফুটেজ চাই নিশ্চিত হৈছে জম্মু- কাশ্মীৰ নিবাসী চাৰিজন চিকিৎসকে ঘটনাটো সংঘটিতৰ সন্দেহ কৰিছে ৷

ইপিনে,শেহতীয়াকৈ প্ৰাপ্ত খবৰ অনুসৰি দিল্লীৰ বিস্ফোৰণৰ ঘটনাৰে পাকিস্তান সংযোগ সন্দেহ কৰিছে দিল্লী আৰক্ষীয়ে ৷ পাকিস্তানৰ সৈতে জড়িত অস্ত্ৰ সৰবৰাহকাৰীক পাঁচটা পিষ্টল আৰু ৯টা মেগজিন সহ গ্ৰেপ্তাৰ কৰিছে নিয়াই ৷

একেদৰে গুজৰাটতো পাকিস্তানী অস্ত্রশস্ত্র সহ হায়দৰাবাদৰ এজন চিকিৎসক গ্ৰেপ্তাৰ কৰিছে গুজৰাট আৰক্ষীয়ে ৷ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন ‘আইএছআইএছ’ ৰ সহযোগত ভাৰতৰ বিভিন্ন চহৰত কূটাঘাটৰ পৰিকল্পনা ৰচিছিল ধৃত চিকিৎসকজনে। আনহাতে সমগ্ৰ দিল্লীত হাই এলাৰ্ট জাৰি কৰিছে দিল্লী আৰক্ষীয়ে ৷  বিস্ফোৰণৰ পাছতে বন্ধ কৰি দিয়া হৈছে চান্দনী চ’কৰ ব্যৱসায়িক প্ৰতিষ্ঠান।মোতায়েন কৰা হৈছে দিল্লী আৰক্ষীৰ দল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: delhi bomb blastDelhi PoliceHigh AlartNIATerrorist Arrested
publisher

publisher

Related Posts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
India

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন
National

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

Meghalaya:কয়লা খনিৰ পুনৰ বৈধতা প্ৰদানৰ চৰ্তত বিজেপিলৈ ইউডিপিৰ আঠ বিধায়ক

CEC:মুখ্য নির্বাচন আয়ুক্ত কুমাৰক শীঘ্ৰে অপসাৰণ কৰি গ্ৰেপ্তাৰৰ দাবী সম্মিলিত বিৰোধীৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d