Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?

    Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

    এডভান্টেজ কাৰ ?

    এডভান্টেজ কাৰ ?

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আমবাৰীত অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভা

কৃষকৰ স্বাৰ্থত আত্মনিয়োগ কৰিবলৈ আহ্বান সভাপতি অতুল বৰাৰ

publisher by publisher
December 21, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
আমবাৰীত অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভা
2
SHARES
21
VIEWS
ShareShareShareShare

অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভাখন আজি দলৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ আমবাৰীত অনুষ্ঠিত হয় । দলৰ অন্যতম সাধাৰণ সম্পাদক তথা অসম কৃষক পৰিষদৰ তত্বাৱধায়ক ডা০ কমলাকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আগন্তুক সময়ছোৱাত অসম কৃষক পৰিষদে অসমৰ সমূহ কৃষকৰ সুবিধা আৰু সহায়ক হোৱাকৈ দলীয় সাংগঠনিক কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় ।

ADVERTISEMENT

চৰকাৰে অসমৰ কৃষক ৰাইজৰ উন্নয়ন আৰু উন্নতিৰ বাবে গ্ৰহণ কৰা আচঁনিসমূহৰ ওপৰত বক্তব্য প্ৰদান কৰি কৃষক সমাজক ইয়াৰ সুফলসমূহ লাভ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই লগতে কৃষক পৰিষদকো চৰকাৰী আচঁনিসমূহৰ বিষয়ে গ্ৰাম্যঞ্চলত সজাগতামূলক সভা আৰু ইয়াৰ উপকাৰীতাৰ ওপৰত গঠনমূলক ভূমিকা লোৱাৰ বাবে আহ্বান জনায় । সভাত অন্যতম সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই কৃষক পৰিষদক আগন্তুক সময়ছোৱাত সক্ৰিয়াভাৱে কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় ।

RelatedPosts

Kokrajhar:কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক

AGP- BJP Spokespersons Joint Meeting In Ambari:লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰে আমবাৰীত অগপ- বিজেপি মুখপাত্ৰৰ যৌথ সভা

Agp Meeting In Ambari:আমবাৰীত অগপৰ গুৰুত্বপূৰ্ণ সভা

সভাত অংশগ্ৰহণ কৰি আন এগৰাকী সাধাৰণ সম্পাদক মনোজ শইকীয়াই অসমৰ কৃষক ৰাইজৰ সুবিধাৰ বাবে গ্ৰহণ কৰা আচঁনিসমূহৰ সুফল প্ৰকৃত খেতিয়ক ৰাইজে লাভ কৰা উচিত বুলি মতপোষন কৰি কৃষি উৎপাদনৰ জৰিয়তে ৰাজ্যখনক স্বাৱলম্বী কৰাত গুৰুত্ব আৰোপ কৰে । আগন্তুক সময়ছোৱাত যাতে কৃষকৰ আচঁনিসমূহৰ সুফল প্ৰকৃত কৃষকেহে লাভ কৰে তাৰ বাবে কৃষক পৰিষদক সক্ৰিয়তাৰে চকু ৰখাৰ বাবে আহ্বান জনায় ।

সভাৰ অন্তত পৰেশ চন্দ্ৰ বৈশ্যক সভাপতি, পূৰ্ণ গন্ধীয়া আৰু খুদেশ্বৰ পেগুক কাৰ্য্যকৰী সভাপতি, আনন্দ শইকীয়া আৰু জেহেৰুল হকক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয় । নৱ-নিৰ্বাচিত সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি চৰকাৰৰ ওচৰত কৃষকৰ উৎপাদিত ফচল নিম্নতম সহায়ক মূল্য লাভ কৰি ক্ৰয় কৰা বাধ্যতামূলক কৰাৰ লগতে জিলা ভিত্তিত কৃষক পৰিষদ, চৰকাৰী বিভাগীয় বিষয়ববীয়াৰ লগত যৌথভাৱে সমন্বয় সমিতি গঠন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

সভাৰ সভাপতি ডা০ কমলাকান্ত কলিতাই আগন্তুক সময়ছোৱাত কৃষক পৰিষদক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ স্বাৰ্থত সমূহীয়াভাৱে দলীয় কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় । সভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত প্ৰায় শতাধিক কৃষকে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

অসমত ক’লা চাউল উৎপাদনৰ বাটকটীয়া উপেন ৰাভাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ কৃষি উৎপাদনৰ লগত জড়িত অনুষ্ঠান ক্ৰমে বৰাজোল ননাপাৰ ফিছ ফেড প্ৰডিউচাৰ কোঃ অপাৰেটিভ চোছাইটি, নলবাৰী, কলং-কপিলী কোঃ অপাৰেটিভ ছছাইটি, কামৰূপ, উষাৰাণী নাথ, কামৰূপ, কৃষি বিশেষজ্ঞ অমৰজিৎ লহকৰক সভাত সম্বৰ্ধনা জনোৱা হয় । সভাত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ কোঁৱৰ, সম্পাদক জাভেদ ইছলাম, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সদস্য দিলীপ দাস প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Gana ParishadAtul BoraKamala Kanta Kalita
publisher

publisher

Related Posts

‘উগ্ৰপন্থী’ৰ অন্ত্যেষ্টিক্ৰিয়াত কোন কোন পাকিস্তানী বিষয়া উপস্থিত আছিল?
India

May 12, 2025
Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট
News

Assam Panchayat Election Result: ভোটগণনা অব্যাহত থাকিলেও চালকৰ আসনত বিজেপি মিত্রজোঁট

May 12, 2025
এডভান্টেজ কাৰ ?
News

এডভান্টেজ কাৰ ?

May 12, 2025
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d