Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আমবাৰীত অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভা

কৃষকৰ স্বাৰ্থত আত্মনিয়োগ কৰিবলৈ আহ্বান সভাপতি অতুল বৰাৰ

publisher by publisher
December 21, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
আমবাৰীত অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভা
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

টিকট নাপাই ক্ষোভ!

সমষ্টি বিতৰণক লৈ আলোচনাৰ আৰু অৱকাশ নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে এতিয়া সমষ্টিৰ খাটাং সিদ্ধান্ত হোৱা নাই: বৰা

ৰাজ্যৰ ১৮ লাখ কৃষকে লাভ কৰিলে পিএম কিষাণৰ কিস্তিৰ ৩৬৩ কোটি

অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সভাখন আজি দলৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ আমবাৰীত অনুষ্ঠিত হয় । দলৰ অন্যতম সাধাৰণ সম্পাদক তথা অসম কৃষক পৰিষদৰ তত্বাৱধায়ক ডা০ কমলাকান্ত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত অংশগ্ৰহণ কৰি দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই আগন্তুক সময়ছোৱাত অসম কৃষক পৰিষদে অসমৰ সমূহ কৃষকৰ সুবিধা আৰু সহায়ক হোৱাকৈ দলীয় সাংগঠনিক কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় ।

ADVERTISEMENT

চৰকাৰে অসমৰ কৃষক ৰাইজৰ উন্নয়ন আৰু উন্নতিৰ বাবে গ্ৰহণ কৰা আচঁনিসমূহৰ ওপৰত বক্তব্য প্ৰদান কৰি কৃষক সমাজক ইয়াৰ সুফলসমূহ লাভ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাই লগতে কৃষক পৰিষদকো চৰকাৰী আচঁনিসমূহৰ বিষয়ে গ্ৰাম্যঞ্চলত সজাগতামূলক সভা আৰু ইয়াৰ উপকাৰীতাৰ ওপৰত গঠনমূলক ভূমিকা লোৱাৰ বাবে আহ্বান জনায় । সভাত অন্যতম সাধাৰণ সম্পাদক সত্যব্ৰত কলিতাই কৃষক পৰিষদক আগন্তুক সময়ছোৱাত সক্ৰিয়াভাৱে কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় ।

সভাত অংশগ্ৰহণ কৰি আন এগৰাকী সাধাৰণ সম্পাদক মনোজ শইকীয়াই অসমৰ কৃষক ৰাইজৰ সুবিধাৰ বাবে গ্ৰহণ কৰা আচঁনিসমূহৰ সুফল প্ৰকৃত খেতিয়ক ৰাইজে লাভ কৰা উচিত বুলি মতপোষন কৰি কৃষি উৎপাদনৰ জৰিয়তে ৰাজ্যখনক স্বাৱলম্বী কৰাত গুৰুত্ব আৰোপ কৰে । আগন্তুক সময়ছোৱাত যাতে কৃষকৰ আচঁনিসমূহৰ সুফল প্ৰকৃত কৃষকেহে লাভ কৰে তাৰ বাবে কৃষক পৰিষদক সক্ৰিয়তাৰে চকু ৰখাৰ বাবে আহ্বান জনায় ।

সভাৰ অন্তত পৰেশ চন্দ্ৰ বৈশ্যক সভাপতি, পূৰ্ণ গন্ধীয়া আৰু খুদেশ্বৰ পেগুক কাৰ্য্যকৰী সভাপতি, আনন্দ শইকীয়া আৰু জেহেৰুল হকক সাধাৰণ সম্পাদক হিচাপে লৈ এখন পূৰ্ণাংগ কাৰ্য্যনিৰ্বাহক সমিতি গঠন কৰা হয় । নৱ-নিৰ্বাচিত সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰি চৰকাৰৰ ওচৰত কৃষকৰ উৎপাদিত ফচল নিম্নতম সহায়ক মূল্য লাভ কৰি ক্ৰয় কৰা বাধ্যতামূলক কৰাৰ লগতে জিলা ভিত্তিত কৃষক পৰিষদ, চৰকাৰী বিভাগীয় বিষয়ববীয়াৰ লগত যৌথভাৱে সমন্বয় সমিতি গঠন কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।

সভাৰ সভাপতি ডা০ কমলাকান্ত কলিতাই আগন্তুক সময়ছোৱাত কৃষক পৰিষদক অধিক শক্তিশালী আৰু গতিশীল কৰাৰ স্বাৰ্থত সমূহীয়াভাৱে দলীয় কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আহ্বান জনায় । সভাত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাৰ উপস্থিতিত প্ৰায় শতাধিক কৃষকে অসম গণ পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

অসমত ক’লা চাউল উৎপাদনৰ বাটকটীয়া উপেন ৰাভাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ কৃষি উৎপাদনৰ লগত জড়িত অনুষ্ঠান ক্ৰমে বৰাজোল ননাপাৰ ফিছ ফেড প্ৰডিউচাৰ কোঃ অপাৰেটিভ চোছাইটি, নলবাৰী, কলং-কপিলী কোঃ অপাৰেটিভ ছছাইটি, কামৰূপ, উষাৰাণী নাথ, কামৰূপ, কৃষি বিশেষজ্ঞ অমৰজিৎ লহকৰক সভাত সম্বৰ্ধনা জনোৱা হয় । সভাত অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক হিৰণ্য কুমাৰ কোঁৱৰ, সম্পাদক জাভেদ ইছলাম, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সদস্য দিলীপ দাস প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Gana ParishadAtul BoraKamala Kanta Kalita
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d