Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত কেইখন যুদ্ধত জড়িত ৰাছিয়া ?

publisher by publisher
February 24, 2022
in International, News
Reading Time: 1 min read
0
ছোভিয়েট ইউনিয়নৰ পতনৰ পাছত কেইখন যুদ্ধত জড়িত ৰাছিয়া ?
2
SHARES
23
VIEWS
ShareShareShareShare

১৯৯১ত আমূল পৰিৱৰ্তন ঘটিছিল ইউৰোপ আৰু এছিয়াৰ মানচিত্ৰৰ । তাচপাতৰ ঘৰৰ দৰে ভাঙি পৰিছিল ছোভিয়েট ইউনিয়ন (ইউএছ‌এছ‌আৰ) । তদানীন্তন ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভৰ গ্লাছনস্ত বা মুকলি বতাহ ধুমুহাত পৰিণত হৈ এক কমিউনিষ্ট মহাশক্তিক কিদৰে শেষ কৰিছিল, সেয়া এতিয়া ইতিহাস । তাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি বৰিছ য়েলৎছিনৰ নেতৃত্বত ৰক্তহীনতাত ভোগা ৰাছিয়ান ফেডাৰেছনৰ সেয়া আন এক কৰুণ দশা । এইবাৰ দেশখনৰ হালৰ মুঠি ধৰিছে ‘লৌহ মানৱ’ ভ্লাদিমিৰ পুটিনে । যুদ্ধক ব্যৱহাৰ কৰি পুনৰ হৃত গৌৰৱ উভতাই অনাৰ চেষ্টা চলাইছে পুটিনে । পুনৰ ছোভিয়েট প্ৰজাতন্ত্ৰক ধৰিব বিচাৰে নেকি ৰাছিয়াই ? এনে নানা প্ৰশ্নৰ উত্তৰ লুকাই আছে ৰুছ সামৰিক অভিযানৰ মাজত ।

ADVERTISEMENT

১৯৯১ত ছোভিয়েট ইউনিয়নৰ পতনৰ ধ্বংসস্তূপৰ মাজৰ পৰা জন্ম লয় ৰাছিয়ান ফেডাৰেছনে । এই সুযোগ লৈ স্বাধীনতা ঘোষণা কৰে চেছ’নিয়াই । স্বাধীন দেশ হিচাপে আত্মপ্ৰকাশৰ চেষ্টা চলাই চেছেন ৰিপাব্লিক অৱ ইচকেৰিয়া । ১৯৯৪ত এই অঞ্চল দমনৰ বাবে চেছন বিদ্ৰোহীক নিয়ন্ত্ৰণ কৰিবলৈ মস্কোৱে প্ৰেৰণ কৰে সেনা । ভয়াৱহ যুদ্ধৰ পাছত ১৯৯৬ত পৰ্যুদস্ত হৈ আহে ৰাছিয়াৰ সেনা । প্ৰথম চেছ’নিয়াৰ এই যুদ্ধৰ পাছত ১৯৯৯ত পুটিনৰ নেতৃত্বত পুনৰ সেনা প্ৰেৰণ কৰে ৰাছিয়াই । ২০০০ত তীব্ৰ যুদ্ধৰ পাছত চেছ’নিয়াৰ ৰাজধানী গ্ৰজনিক বোমাৰে ধূলিত মিহলি কৰে ৰাছিয়াৰ সেনাই । এই দ্বিতীয় যুঁজত বিজয়ৰ পাছত ৰাছিয়াৰ ৰাজনীতিত শক্তিশালী প্ৰতিষ্ঠা লাভ কৰে পুটিনে ।

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

ইয়াৰ পাছত ২০০৮ৰ আগষ্টত জৰ্জিয়াৰ স’তে যুদ্ধ আৰম্ভ কৰে ৰাছিয়াই । দক্ষিণ ৱেছিয়াক লৈ সংঘাতত লিপ্ত হয় ৰাছিয়া । এই বিতৰ্কিত অঞ্চলৰ দখলত আছিল ৰুছপন্থী বিচ্ছিন্নতাবাদী । সেই ভূখণ্ড পুনৰ দখল কৰিবলৈ অভিযান আৰম্ভ কৰে জৰ্জয়াৰ সামৰিক বাহিনীয়ে । বিদ্ৰোহীৰ সমৰ্থনত প্ৰত্যাক্ৰমণ কৰে ৰাছিয়াৰ সেনাবাহিনীয়ে । পাঁচদিনীয়া এই যুদ্ধত কে’বা হেজাৰ মানুহৰ মৃত্যু হয় আৰু এসময়ৰ ছোভিয়েটৰ অন্তৰ্ভুক্ত জৰ্জিয়াৰ পৰাজয় ঘটে ।

বিচ্ছিন্নতাবাদীৰ দখলত থকা দক্ষিণ ৱেছিয়া আৰু আৱাকাশী প্ৰদেশক মস্কোৱে স্বাধীন বুলি ঘোষণা কৰে । ইয়াৰ পাছত ২০১৫ত ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ সমৰ্থনত বাহিনী প্ৰেৰণ কৰে ৰাছিয়াই । ইছলামিক ষ্টেট আৰু বিদ্ৰোহীৰ বিৰুদ্ধে যুঁজত আছাদৰ বাহিনীৰ হৈ প্ৰবল বোমাবৰ্ষণ কৰে ৰাছিয়াৰ যুঁজাৰু বিমানে । মস্কোৰ সমৰ্থনতে ইছলাম বিদ্ৰোহীক জব্দ কৰিবলৈ আৰু বিদ্ৰোহীৰ ঘাটি দখল কৰিবলৈ সক্ষম হয় আছাদ বাহিনীয়ে । এই সময়ত আমেৰিকাৰ প্ৰভাৱ খৰ্ব কৰিবলৈ পূৰ্ণ চেষ্টা চলাইছিল ৰাছিয়া আৰু ইৰানে ।

মনকৰিবলগীয়া যে ছোভিয়েট ইউনিয়নৰ পতনৰ পাছৰে পৰাই ইউক্ৰেইনত মস্কো বিৰোধী বতাহ প্ৰবল হৈ পৰে । আমেৰিকা আৰু পশ্চিম ইউৰোপৰ স’তে বন্ধুত্ব গঢ়ে ইউক্ৰেইনে । জনতাৰ ইচ্ছাত লেকাম লগাবলৈ যথাসাধ্য চেষ্টা চলায় দেশখনৰ ৰুছপন্থী চৰকাৰে । ২০১৪ত ইউৰোপপন্থী গণ আন্দোলনত গাদী ত্যাগ কৰিবলৈ বাধ্য হয় ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভিক্টৰ য়ানুকভিছকে । প্ৰত্যুত্তৰত ক্ৰিমিয়া উপদ্বীপ দখল কৰে ৰাছিয়াই আৰু দ্বিখণ্ডিত হয় ইউক্ৰেইন ।

অৱশ্যে মস্কোৰ এই আগ্ৰাসনক আন্তৰ্জাতিক মহলে স্বীকৃতি দিয়া নাই । সম্প্ৰতি ইউক্ৰেইনৰ ডানয়স্ক আৰু লুহানস্কক স্বাধীন ৰাষ্ট্ৰৰ মৰ্যাদা ৰাছিয়াই দিয়ে । ফলত ক্ৰিমিয়াৰ পাছত পুনৰ বিভক্ত হয় ইউক্ৰেইন । এনে চৰম উত্তেজনা পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ জৰুৰী বৈঠকত মিলিত হৈছে । বিশেষজ্ঞসকলৰ মতে ছোভিয়েট প্ৰজাতন্ত্ৰৰ হৃত গৌৰৱ ঘূৰাই অনাৰ বাবে বদ্ধপৰিকৰ পুটিনৰ বৃহৎ খেলখনত ইউক্ৰেইন এক সাধাৰণ অংশ মাত্ৰ ।

ইপিনে, ইউক্ৰেইনৰ নিৰাপত্তা পৰিষদে ৰাছিয়াৰ আগ্ৰাসনৰ ভাবুকিৰ মুখত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰে । কালি ইউক্ৰেইনৰ নিৰাপত্তা পৰিষদে এই ঘোষণা কৰে । তদুপৰি ইউক্ৰেইনৰ নাগৰিকসকলক আত্মসুৰক্ষাৰ বাবে অস্ত্ৰ কঢ়িয়াবলৈ অনুমতি দিয়া হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Russia
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d