Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Ukraine Russia Conflict : ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত মধ্যবিত্তৰ ওপৰত কিমান প্ৰভাৱ পৰিব ? কোনবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি পাব

publisher by publisher
February 25, 2022
in International, News
Reading Time: 1 min read
0
Ukraine Russia Conflict : ৰাছিয়া-ইউক্রেইন যুদ্ধৰ ফলত মধ্যবিত্তৰ ওপৰত কিমান প্ৰভাৱ পৰিব ? কোনবোৰ সামগ্ৰীৰ মূল্য বৃদ্ধি পাব
2
SHARES
17
VIEWS
ShareShareShareShare

ৰাছিয়া-ইউক্রেইন যুদ্ধত প্ৰভাৱিত হ’ব পাৰে দেশৰ মধ্যবিত্তসকল । পেট্র’ল-ডিজেল বা ৰন্ধন গেছসহ নিত্যপ্রয়োজনীয় পণ্যৰ মূল্য বৃদ্ধিৰ শংকা কৰিছে অর্থনৈতিক বিশেষজ্ঞসকলে । কি কি ব্যয়বহুল হ’ব পাৰে ?

ADVERTISEMENT

বৃহস্পতিবাৰে পুৱা (স্থানীয় সময় প্রায় ছয় বজাত) এটা টেলিভিছন-বার্তাত ইউক্রেইনত সামৰিক অভিযানৰ কথা ঘোষণা কৰে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । যদিও পুটিনৰ দাবী, ইউক্রেইন দখলৰ বাবে এই সেনা অভিযান নহয় । ইউক্রেইনক বিচ্ছিন্নতাবাদীসকলৰ দখলমুক্ত কৰাৰ লক্ষ্যৰেই অভিযান চলাব ৰুছ সেনাই ।

RelatedPosts

বিশ্ব সংঘাতত ভাৰতৰ স্পষ্ট বার্তা: সামৰিক পথ নহয়, শান্তিপূৰ্ণ সমাধানৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাছিয়া-ইৰাণৰ তেল ক্ৰয়ত আমেৰিকাৰ কঠোৰতা: ৰেহাই নবীকৰণ নকৰে বুলি স্পষ্ট ঘোষণা

ৰাছিয়াৰ সেনাত কৰ্মৰত অৱস্থাত নিহত উত্তৰ প্ৰদেশৰ যুৱক 

পুটিনে সামৰিক অভিযানৰ কথা ক’লেও ইউক্রেইনক তিনি দিশৰ পৰা ৰুছ সেনাবাহিনীয়ে আক্ৰমণ কৰিছে । বিচ্ছিন্নতাবাদীৰ দখলত থকা ইউক্রেইনৰ পূর্বাঞ্চল ডনবাস, দক্ষিণৰ ক্রাইমিয়া, বন্দৰ-চহৰ ওডেসাৰ উপৰিও বেলাৰুছ সংলগ্ন উত্তৰ ইউক্রেইন — এই ত্রিমুখী আক্রমণৰ প্রভাৱ পৰিছে ভাৰতীয় বজাৰতো ।

ৰুছ-ইউক্রেইন সংঘাতৰ ফলত বৃহস্পতিবাৰেই সোণৰ মূল্য বৃদ্ধি পাইছে । বৃহস্পতিবাৰে দেশৰ বজাৰত হলমার্কযুক্ত ২২ কেৰেটৰ ১০ গ্রাম সোণৰ মূল্য হৈছে ৫০ হেজাৰ তিনিশ টকা । একেই পৰিমাণ ২৪ কেৰেটৰ পকা সোণৰ মূল্য হৈছে ৫২ হেজাৰ ২৫০ টকা । সোণৰ গহনাৰ মূল্যও ঊর্ধ্বমুখী হৈ (২২ কেৰেট) ৪৯ হেজাৰ ৫৫০ টকা হৈছে । গহনাশিল্পৰ স’তে জড়িতসকলৰ মতে, ৰুছ-ইউক্রেইন সংঘাতত সোণৰ মূল্য আৰু বাঢ়িব পাৰে ।

সুদূৰ ইউক্রেইনত যুদ্ধৰ ফলত বিশ্ববজাৰৰ লগতে প্রভাৱিত হ’ব পাৰে দেশীয় অর্থনীতিও । দেশৰ মধ্যবিত্তসকলৰ ওপৰতো ইয়াৰ প্রভাৱ পৰিব । বিশ্ববজাৰত অপৰিশোধিত তেলৰ মূল্য বেৰেল প্রতি ১০৫ ডলাৰ হৈছে । যি বিগত আঠ বছৰত সর্বোচ্চ । বিশ্ববজাৰত অপৰিশোধিত তেলৰ বৃহত্তম উৎপাদনকাৰী হ’ল ৰাছিয়া । যুদ্ধৰ ফলত সেই জোগানত প্ৰভাৱ পাৰিব বুলি শংকা কৰিছে বিশেষজ্ঞসকলে । ইয়াৰ ফলত বিশ্বৰ জিডিপি-তো প্রভাৱ পৰিব ।

এক অর্থনৈতিক সংস্থাৰ দাবী, ৰুছ-ইউক্রেইন যুদ্ধৰ ফলত অপৰিশোধিত তেলৰ মূল্য শীঘ্রে বেৰেল প্রতি ডেৰশ ডলাৰ হৈছে । যাৰ ফলত বিশ্বৰ জিডিপি নামি যাব পাৰে ০.৯ শতাংশলৈ । একেই হাৰত ভাৰতৰো জিডিপি নিন্মমুখী হ’ব পাৰে ।

বিশ্ববজাৰত অপৰিশোধিত তেলৰ মূল্য বাঢ়িলে পাইকাৰী বজাৰতো প্রভাৱ পৰিব । কেনেদৰে ? অর্থনীতিবিদসকলে জনাইছে, পাইকাৰী বজাৰত ন শতাংশৰো অধিক দ্রব্যৰ স’তে অপৰিশোধিত তেলজাত পণ্যৰ প্ৰত্যক্ষ সম্পৰ্ক আছে । ফলত এই দ্রব্যবোৰৰ মূল্য বাঢ়িব ।

মধ্যবিত্তৰ ওপৰত কেনেকোৱা প্ৰভাৱ পৰিব পাৰে ? বিশ্ববজাৰত অপৰিশোধিত তেলৰ মূল্য বাঢ়ি যোৱাৰ ফলত ৰন্ধন গেছৰ মূল্য‌ও বাঢ়িব পাৰে । যদিও দেশত উত্তৰ প্রদেশসহ পাঁচ ৰাজ্যত নিৰ্বাচনৰ বাবে কেন্দ্রীয় চৰকাৰে ৰন্ধন গেছসহ পেট্র’পণ্যৰ মূল্যত নিষেধাজ্ঞা আৰোপ কৰিছে । সাত মার্চত উত্তৰ প্রদেশত নিৰ্বাচনৰ পাছত এইসমূহ সামগ্রীও ব্যয়বহুল হ’ব ।

ৰন্ধন গেছ (এলপিজি)-ৰ লগতে চিএনজি, পিএনজি-ৰ দৰে প্রাকৃতিক গেছৰ মূল্যও ঊর্ধ্বমুখী হ’ব পাৰে । ইয়াৰ ফলত বিদ্যুতৰ মূল্যও বাঢ়িব পাৰে ।

আগতেও বহুবাৰ দেখা গৈছে যে বিশ্ববজাৰত অপৰিশোধিত তেলৰ মূল্য বঢ়াৰ ফলত ৰন্ধন গেছৰ ওপৰিও পেট্র’ল-ডিজেল বা কেৰাচিনৰ মূল্যত প্রভাৱ পৰিছে । ফলত ৰাছিয়া-ইউক্রেইন যুদ্ধ দীর্ঘদিনীয়া হ’লে এইবাৰো এই পণ্যবোৰৰ মূল্য বঢ়াৰ শংকা আছে ।

দেশৰ মুঠ আমদানিকৃত পণ্যৰ ভিতৰত ২৫ শতাংশই হ’ল তেল । এই পণ্যৰ ৮০ শতাংশই বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয় কেন্দ্রীয় চৰকাৰে । তেলৰ মূল্য বৃদ্ধি হ’লে দেশৰ মূলধনী নাটনিটো প্রভাৱ পৰিব বুলি দাবী অর্থনীতিবিদসকলৰ ।

ৰাষ্ট্ৰসংঘৰ সাম্প্রতিক এক ৰিপ’র্ট অনুযায়ী, ৰাছিয়া হ’ল বিশ্ববজাৰৰ সবাতোকৈ বৃহৎ গম ৰপ্তানিকাৰী দেশ । আনহাতে, এই তালিকাত ইউক্রেইন চতুর্থ স্থানত আছে । ফলত কৃষ্ণসাগৰীয় অঞ্চলত যুদ্ধৰ ফলত ৰপ্তানিত সমস্যা হ’লে গমৰ মূল্যও বাঢ়িব পাৰে । দেশতো গমৰ মূল্য ঊর্ধ্বমুখী হ’ব পাৰে ।

গমৰ লগতে পেলাডিয়াম নামে এক ধাতৱ পদার্থ ৰপ্তানিতো শীর্ষত আছে ৰাছিয়া । মোবাইল ফোনসহ অটোমোটিভ এগজষ্ট ছিষ্টেমত এই ধাতু ব্যৱহৃত হয় । ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধৰ ফলত ৰাছিয়াৰ ওপৰত অর্থনৈতিক নিষেধাজ্ঞা জাৰি কৰা হৈছে । এনে পৰিস্থিতিত এই ধাতুৰ মূল্য বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে । ফলত মোবাইল ফোনৰ মূল্য বঢ়াৰ শংকা কৰিছে অনেকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fuel Price HikeLPG Price HikeRussiaUkraineWar
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d