Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

    Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

    Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি

    Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News International

Imran Khan : মাজনিশাৰ নাটক, বিদায় ইমৰানক

publisher by publisher
April 10, 2022
in International, News
Reading Time: 1 min read
0
Imran Khan : মাজনিশাৰ নাটক, বিদায় ইমৰানক
1
SHARES
14
VIEWS
ShareShareShareShare

মাজ নিশা সূর্য অস্ত হ’ল ইমৰান খানৰ ৰাজত্বত । আস্থা ভোটৰ পৰাজয়ক নুই কৰিব নোৱাৰি বুলি বুজি সংসদ ত্যাগ কৰিলে পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পিটিআই) সাংসদসকলে । সংসদৰ নিম্নকক্ষ নেচনেল এছেম্বলিত উপস্থিত ১৭৪ জনেই ভোট দিলে ইমৰানৰ বিপক্ষত । হেলিকপ্টাৰত বাসভৱন ত্যাগ কৰিলে প্রাক্তন বিশ্বকাপজয়ী অধিনায়কে । সোমবাৰে নৱাজ শৰিফৰ ভাতৃ, পিএমএল(এন) নেতা শ্বাহবাজ শৰিফক আনুষ্ঠানিকভাৱে পৰৱর্তী প্রধানমন্ত্রী নির্বাচন কৰিব বিৰোধী জোঁটে ।

ADVERTISEMENT

গোটেই দিন বহু নাটক, বাৰে বাৰে নেচনেল এছেম্বলিৰ অধিবেশন স্থগিত — এনে লাগিছিল আজিৰ দিনটো আসন খামুচি ধৰি আছে ইমৰান খানে । নেচনেল এছেম্বলিৰ অধ্যক্ষ আছাদ কায়ছাৰো কয়, প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে তেওঁ কোনো কাৰণতে অনাস্থা প্রস্তাৱক লৈ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে । ফলত নিশা ১২ বজা পর্যন্ত সংসদৰ নিম্নকক্ষত অনাস্থা প্রস্তাৱ পেছ কৰিব নোৱাৰে বিৰোধীসকলে । এনে পৰিস্থিতিত নিশা ১২ বজাৰ সময়ত (ভাৰতীয় সময় নিশা ১২ বাজি ৩০ মিনিটত) উচ্চতম ন্যায়ালয়ৰ বিশেষ অধিবেশন আহ্বান কৰে শীৰ্ষ ন্যায়ালয়ৰ প্রধান বিচাৰপতি উমৰ আটা বান্দিয়ালে ।

RelatedPosts

Imran Khan Arrest:প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰ 

Pakistan : পাকিস্তানত বিনিয়োগ কৰি বিপদত কাশ্মীৰ, মাফিয়াসকলৰ হাতত মৃত্যু ১২ জনলোক

Pakistan :পাকিস্তানত চিকিৎসা হৈছে দুৰ্লভ, দৰবৰ চৰম নাটনি

অনাস্থা ভোটৰ বাহিৰে অন্য উপায় নাপায় অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে নেচনেল এছেম্বলিৰ অধ্যক্ষ আছাদ কায়ছাৰে । পদত্যাগ দিয়াৰ সময়ত কয়, ‘‘ইমৰানৰ স’তে মোৰ ৩০ বছৰৰো অধিক সম্পর্ক । মই কোনো কাৰণতেই তেওঁৰ স’তে বিশ্বাসঘাতকতা কৰিব নোৱাৰো ।’’ তেওঁৰ লগতে পদত্যাগ দিয়ে ডেপুটি অধ্যক্ষ কাছিম খান সুৰিয়েও ।

প্রসংগত, যোৱা দেওবাৰে ইমৰানৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দিয়াৰ আগতে এই ইমৰানপন্থী স্পিকাৰ কায়ছাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দিছিল বিৰোধীসকলে । যাৰ ফলত সেই দিনা অধ্যক্ষৰ দায়িত্ব লৈছিল ডেপুটি অধ্যক্ষ সুৰিয়ে । তেঁৱেই ইমৰানৰ বিৰুদ্ধে অনা অনাস্থা প্রস্তাৱ খাৰিজ কৰিছিল ।

কালি ইমৰানে মুখত ‘ম‌ই শীৰ্ষ ন্যায়ালয়ৰ ৰায় মানি লৈছো’ বুলি কয় যদিও আজি পুৱা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ৰিভিউ পিটিছন দাখিল কৰে ইমৰানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে (পিটিআই) । তেওঁলোকৰ যুক্তি আছিল, নেচনেল এছেম্বলিৰ স্পিকাৰ বা ডেপুটি অধ্যক্ষ‌ই সাংবিধানিক দায়িত্ব পালন কৰে । তেওঁলোকৰ কোনো সিদ্ধান্ত বাতিল কৰি দিয়াৰ ক্ষমতা নাই আদালতৰ ।

পিটিআই-য়ে এই দাবী কৰিলেও নেচনেল এছেম্বলিৰ ছেক্রেটাৰীয়েটে কিন্তু আজি দিনটো একাধিক বিবৃতি দি দাবী কৰিছে, ‘‘আজি যদি অনাস্থা প্রস্তাৱক লৈ ভোটদান নহয়, তেনেহ’লে সেয়া আদালত অবমাননা হ’ব ।’’

উচ্চতম ন্যায়ালয়ৰ নির্দেশ মানি আজি পুৱা চাৰে ১০ বজাত প্রথম বহিছিল নেচনেল এছেম্বলিৰ অধিবেশন । কিন্তু অধ্যক্ষ আছাদ কায়ছাৰে জনায়, ইমৰানৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱক লৈ ভোট অনুষ্ঠিত নকৰাই তেওঁলোকে । বিৰোধী আৰু চৰকাৰ পক্ষৰ তৰফৰ পৰা দুপৰীয়া পর্যন্ত তিনিবাৰ নেচনেল এছেম্বলিৰ অধিবেশন স্থগিত কৰা হৈছে । ৰমজান মাহ চলি আছে । ঠিক হয়, ইফতাৰৰ পাছত, সন্ধিয়া চাৰে সাত বজাত পুনৰ অধিবেশন আৰম্ভ হ’ব । সেই মতে বিৰোধী আৰু চৰকাৰ পক্ষৰ সাংসদসকল সংসদৰ নিম্নকক্ষত উপস্থিত হয় । কিন্তু পুনৰ দুপক্ষৰ তৰফৰ পৰা নিশা চাৰে ন বজা পর্যন্ত সভা স্থগিত কৰে অধ্যক্ষ‌ই । তাৰ কিছু সময় পাছতেই উচ্চতম ন্যায়ালয়ত উপস্থিত হয় শীৰ্ষ ন্যায়ালয়ৰ প্রধান বিচাৰপতি, ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসহ পাঁচ বিচাৰপতি । ইয়াৰ পাছতো অনাস্থা ভোট নহ’লে আদালত অবমাননাৰ বাবে দোষী হ’ব তেওঁলোক, সেই কথা বুজি তৎক্ষণাৎ পদত্যাগ দিয়ে অধ্যক্ষ আৰু ডেপুটি অধ্যক্ষ‌ই । অধিবেশনৰ দায়িত্ব লয় সংসদৰ প্রাক্তন অধ্যক্ষ আৰু নেচনেল এছেম্বলিৰ সদস্য আয়াজ ছাদিকে ।

তেতিয়ালৈ ইছলামাবাদৰ পথত নামিছে সেনাবাহিনী । হিংসাৰ শংকাত সংসদৰ সন্মুখত সেনা মোতায়েন কৰা হয় । সতর্কতা জাৰি কৰা হয় হাস্পাতালত, ৰাস্তায় ৰাস্তায় ৰখাই থোৱা হয় এম্বুলেন্সো । বিমানবন্দৰতো ৰেড এলার্ট জাৰি কৰা হয় । পাক সংবাদমাধ্যমৰ খবৰ, নিশাই আন্তর্জাতিক বিমানত দেশ ত্যাগ কৰাৰ চেষ্টা কৰিছিল বহুকেইজন ইমৰান-পন্থী আমোলাই । তেওঁলোকক আবদ্ধ কৰা হৈছে । ইমৰান আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্রীসকলে যাতে দেশ ত্যাগ কৰি ‘পলায়ন’ কৰিব নোৱাৰে, সেয়ে তেওঁৰ বিৰুদ্ধে ‘এগজিট কন্ট্র’ল নোটিচ’ জাৰি কৰাৰ আবেদন জনোৱা হৈছে ইছলামাবাদ উচ্চ ন্যায়ালয়ে ।

আস্থা ভোটৰ আগতে, আজি নিশা ইমৰানৰ ঘৰত আহি তেওঁৰ স’তে দেখা কৰিছিল সেনাপ্রধান কমৰ জাভেদ বাজৱাই । দুজনৰ মাজত কি কথা হৈছে সেয়া জানিব পৰা নগ’লেও কূটনীতিকসকলে ধাৰণা কৰিছে, সপ্তাহজুৰা নাটকৰ পৰা শেষ পর্যন্ত নিজৰ সন্মানজনক দূৰত্ব বজায় ৰাখিছিল পাক সেনাই । যদিও কূটনীতিকসকলে এই কথাও মানি লৈছে যে, আমেৰিকা-বিৰোধী কথা কৈ সেনাবাহিনীৰ বিৰাগভাজন হৈয়েই তৎক্ষণাৎ পদ হেৰুৱাবলগীয়া হয় ‘কাপ্তানে’ ।

আজি দিনটো সামাজিক মাধ্যমত ইমৰান-নিন্দাত মুখৰ আছিল বিৰোধীসকল । বেনজিৰ-পুত্র তথা পিপিপি নেতা বিলাবল ভুট্টো জাৰদাৰিৰ দাবী, ‘‘স্বচ্ছ নির্বাচনত ভয় খাইছে ইমৰান খানে । সেনাৰ সহায়ত দেশৰ গণতান্ত্রিক প্রক্রিয়া বিঘ্নত কৰিব বিচাৰিছে তেওঁলোকে ।’’

কালি দেশবাসীক উদ্দেশ্যি ভাষণত ভাৰতৰ প্রশংসা কৰিছিল ইমৰানে । সেই প্রসংগ দাঙি ধৰি নৱাজ শৰিফ-কন্যা মৰিয়মে দাবী কৰে, ‘‘ভাৰততে থাকিব পাৰে প্রধানমন্ত্রী ।’’ অনাস্থা ভোটত জয়ী হৈ শাহবাজ শৰিফে কয়, ‘‘এক নতুন দিনৰ সূচনা হ’ল ।’’

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Imran khanPakistan
publisher

publisher

Related Posts

Vande Bharat Express Warm Welcome In Fakiragram:বন্দে ভাৰত দ্ৰুতগামী যাত্ৰীবাহী ৰেলৰ যাত্ৰীক ফকিৰাগ্ৰামত উস্ম আদৰণি
Assam

May 29, 2023
AGP Meeting In Dibrugarh:ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

Drugs Paddler Arrest In Boko:বকোত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Bilasipara Police SI Arrest:বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক
Assam

Bilasipara Police SI Arrest:বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

May 29, 2023
Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত
Assam

Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

May 29, 2023
Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ
Assam

Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

May 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: