Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Imran Khan : মাজনিশাৰ নাটক, বিদায় ইমৰানক

publisher by publisher
April 10, 2022
in International, News
Reading Time: 1 min read
0
Imran Khan : মাজনিশাৰ নাটক, বিদায় ইমৰানক
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

আৰব সাগৰত বিপদত ভাৰতীয় জাহাজ, সহায়ৰ হাত আগবঢ়ালে পাকিস্তানি নৌবাহিনীয়ে

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

মাজ নিশা সূর্য অস্ত হ’ল ইমৰান খানৰ ৰাজত্বত । আস্থা ভোটৰ পৰাজয়ক নুই কৰিব নোৱাৰি বুলি বুজি সংসদ ত্যাগ কৰিলে পাকিস্তান তেহৰিক-ই-ইনছাফৰ (পিটিআই) সাংসদসকলে । সংসদৰ নিম্নকক্ষ নেচনেল এছেম্বলিত উপস্থিত ১৭৪ জনেই ভোট দিলে ইমৰানৰ বিপক্ষত । হেলিকপ্টাৰত বাসভৱন ত্যাগ কৰিলে প্রাক্তন বিশ্বকাপজয়ী অধিনায়কে । সোমবাৰে নৱাজ শৰিফৰ ভাতৃ, পিএমএল(এন) নেতা শ্বাহবাজ শৰিফক আনুষ্ঠানিকভাৱে পৰৱর্তী প্রধানমন্ত্রী নির্বাচন কৰিব বিৰোধী জোঁটে ।

ADVERTISEMENT

গোটেই দিন বহু নাটক, বাৰে বাৰে নেচনেল এছেম্বলিৰ অধিবেশন স্থগিত — এনে লাগিছিল আজিৰ দিনটো আসন খামুচি ধৰি আছে ইমৰান খানে । নেচনেল এছেম্বলিৰ অধ্যক্ষ আছাদ কায়ছাৰো কয়, প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে তেওঁ কোনো কাৰণতে অনাস্থা প্রস্তাৱক লৈ নিৰ্বাচন অনুষ্ঠিত কৰিব নোৱাৰে । ফলত নিশা ১২ বজা পর্যন্ত সংসদৰ নিম্নকক্ষত অনাস্থা প্রস্তাৱ পেছ কৰিব নোৱাৰে বিৰোধীসকলে । এনে পৰিস্থিতিত নিশা ১২ বজাৰ সময়ত (ভাৰতীয় সময় নিশা ১২ বাজি ৩০ মিনিটত) উচ্চতম ন্যায়ালয়ৰ বিশেষ অধিবেশন আহ্বান কৰে শীৰ্ষ ন্যায়ালয়ৰ প্রধান বিচাৰপতি উমৰ আটা বান্দিয়ালে ।

অনাস্থা ভোটৰ বাহিৰে অন্য উপায় নাপায় অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে নেচনেল এছেম্বলিৰ অধ্যক্ষ আছাদ কায়ছাৰে । পদত্যাগ দিয়াৰ সময়ত কয়, ‘‘ইমৰানৰ স’তে মোৰ ৩০ বছৰৰো অধিক সম্পর্ক । মই কোনো কাৰণতেই তেওঁৰ স’তে বিশ্বাসঘাতকতা কৰিব নোৱাৰো ।’’ তেওঁৰ লগতে পদত্যাগ দিয়ে ডেপুটি অধ্যক্ষ কাছিম খান সুৰিয়েও ।

প্রসংগত, যোৱা দেওবাৰে ইমৰানৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দিয়াৰ আগতে এই ইমৰানপন্থী স্পিকাৰ কায়ছাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দিছিল বিৰোধীসকলে । যাৰ ফলত সেই দিনা অধ্যক্ষৰ দায়িত্ব লৈছিল ডেপুটি অধ্যক্ষ সুৰিয়ে । তেঁৱেই ইমৰানৰ বিৰুদ্ধে অনা অনাস্থা প্রস্তাৱ খাৰিজ কৰিছিল ।

কালি ইমৰানে মুখত ‘ম‌ই শীৰ্ষ ন্যায়ালয়ৰ ৰায় মানি লৈছো’ বুলি কয় যদিও আজি পুৱা উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে ৰিভিউ পিটিছন দাখিল কৰে ইমৰানৰ দল পাকিস্তান তেহৰিক-ই-ইনছাফে (পিটিআই) । তেওঁলোকৰ যুক্তি আছিল, নেচনেল এছেম্বলিৰ স্পিকাৰ বা ডেপুটি অধ্যক্ষ‌ই সাংবিধানিক দায়িত্ব পালন কৰে । তেওঁলোকৰ কোনো সিদ্ধান্ত বাতিল কৰি দিয়াৰ ক্ষমতা নাই আদালতৰ ।

পিটিআই-য়ে এই দাবী কৰিলেও নেচনেল এছেম্বলিৰ ছেক্রেটাৰীয়েটে কিন্তু আজি দিনটো একাধিক বিবৃতি দি দাবী কৰিছে, ‘‘আজি যদি অনাস্থা প্রস্তাৱক লৈ ভোটদান নহয়, তেনেহ’লে সেয়া আদালত অবমাননা হ’ব ।’’

উচ্চতম ন্যায়ালয়ৰ নির্দেশ মানি আজি পুৱা চাৰে ১০ বজাত প্রথম বহিছিল নেচনেল এছেম্বলিৰ অধিবেশন । কিন্তু অধ্যক্ষ আছাদ কায়ছাৰে জনায়, ইমৰানৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱক লৈ ভোট অনুষ্ঠিত নকৰাই তেওঁলোকে । বিৰোধী আৰু চৰকাৰ পক্ষৰ তৰফৰ পৰা দুপৰীয়া পর্যন্ত তিনিবাৰ নেচনেল এছেম্বলিৰ অধিবেশন স্থগিত কৰা হৈছে । ৰমজান মাহ চলি আছে । ঠিক হয়, ইফতাৰৰ পাছত, সন্ধিয়া চাৰে সাত বজাত পুনৰ অধিবেশন আৰম্ভ হ’ব । সেই মতে বিৰোধী আৰু চৰকাৰ পক্ষৰ সাংসদসকল সংসদৰ নিম্নকক্ষত উপস্থিত হয় । কিন্তু পুনৰ দুপক্ষৰ তৰফৰ পৰা নিশা চাৰে ন বজা পর্যন্ত সভা স্থগিত কৰে অধ্যক্ষ‌ই । তাৰ কিছু সময় পাছতেই উচ্চতম ন্যায়ালয়ত উপস্থিত হয় শীৰ্ষ ন্যায়ালয়ৰ প্রধান বিচাৰপতি, ইছলামাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰপতিসহ পাঁচ বিচাৰপতি । ইয়াৰ পাছতো অনাস্থা ভোট নহ’লে আদালত অবমাননাৰ বাবে দোষী হ’ব তেওঁলোক, সেই কথা বুজি তৎক্ষণাৎ পদত্যাগ দিয়ে অধ্যক্ষ আৰু ডেপুটি অধ্যক্ষ‌ই । অধিবেশনৰ দায়িত্ব লয় সংসদৰ প্রাক্তন অধ্যক্ষ আৰু নেচনেল এছেম্বলিৰ সদস্য আয়াজ ছাদিকে ।

তেতিয়ালৈ ইছলামাবাদৰ পথত নামিছে সেনাবাহিনী । হিংসাৰ শংকাত সংসদৰ সন্মুখত সেনা মোতায়েন কৰা হয় । সতর্কতা জাৰি কৰা হয় হাস্পাতালত, ৰাস্তায় ৰাস্তায় ৰখাই থোৱা হয় এম্বুলেন্সো । বিমানবন্দৰতো ৰেড এলার্ট জাৰি কৰা হয় । পাক সংবাদমাধ্যমৰ খবৰ, নিশাই আন্তর্জাতিক বিমানত দেশ ত্যাগ কৰাৰ চেষ্টা কৰিছিল বহুকেইজন ইমৰান-পন্থী আমোলাই । তেওঁলোকক আবদ্ধ কৰা হৈছে । ইমৰান আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্রীসকলে যাতে দেশ ত্যাগ কৰি ‘পলায়ন’ কৰিব নোৱাৰে, সেয়ে তেওঁৰ বিৰুদ্ধে ‘এগজিট কন্ট্র’ল নোটিচ’ জাৰি কৰাৰ আবেদন জনোৱা হৈছে ইছলামাবাদ উচ্চ ন্যায়ালয়ে ।

আস্থা ভোটৰ আগতে, আজি নিশা ইমৰানৰ ঘৰত আহি তেওঁৰ স’তে দেখা কৰিছিল সেনাপ্রধান কমৰ জাভেদ বাজৱাই । দুজনৰ মাজত কি কথা হৈছে সেয়া জানিব পৰা নগ’লেও কূটনীতিকসকলে ধাৰণা কৰিছে, সপ্তাহজুৰা নাটকৰ পৰা শেষ পর্যন্ত নিজৰ সন্মানজনক দূৰত্ব বজায় ৰাখিছিল পাক সেনাই । যদিও কূটনীতিকসকলে এই কথাও মানি লৈছে যে, আমেৰিকা-বিৰোধী কথা কৈ সেনাবাহিনীৰ বিৰাগভাজন হৈয়েই তৎক্ষণাৎ পদ হেৰুৱাবলগীয়া হয় ‘কাপ্তানে’ ।

আজি দিনটো সামাজিক মাধ্যমত ইমৰান-নিন্দাত মুখৰ আছিল বিৰোধীসকল । বেনজিৰ-পুত্র তথা পিপিপি নেতা বিলাবল ভুট্টো জাৰদাৰিৰ দাবী, ‘‘স্বচ্ছ নির্বাচনত ভয় খাইছে ইমৰান খানে । সেনাৰ সহায়ত দেশৰ গণতান্ত্রিক প্রক্রিয়া বিঘ্নত কৰিব বিচাৰিছে তেওঁলোকে ।’’

কালি দেশবাসীক উদ্দেশ্যি ভাষণত ভাৰতৰ প্রশংসা কৰিছিল ইমৰানে । সেই প্রসংগ দাঙি ধৰি নৱাজ শৰিফ-কন্যা মৰিয়মে দাবী কৰে, ‘‘ভাৰততে থাকিব পাৰে প্রধানমন্ত্রী ।’’ অনাস্থা ভোটত জয়ী হৈ শাহবাজ শৰিফে কয়, ‘‘এক নতুন দিনৰ সূচনা হ’ল ।’’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Imran khanPakistan
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d