Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

GUWAHATI REHAB CENTRE : নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ বাবে প্ৰস্তুত হৈ থকা নীতি-নিৰ্দেশনাৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰীকাই

দিছপুৰত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী পীযুষ হাজৰীকাৰ বিভাগীয় বিষয়াৰে বৈঠক

publisher by publisher
September 21, 2022
in India, Assam, News
Reading Time: 1 min read
0
GUWAHATI REHAB CENTRE : নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ বাবে প্ৰস্তুত হৈ থকা নীতি-নিৰ্দেশনাৰ অগ্ৰগতিৰ বুজ ললে মন্ত্ৰী পীযুষ হাজৰীকাই
2
SHARES
16
VIEWS
ShareShareShareShare

ASSAM GOVT :  অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ জনতা ভৱনস্থিত নিজ কাৰ্যালয়ৰ সভাকক্ষত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষা-উপাধ্যক্ষ আৰু বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ বাবে বিভাগৰ পৰা প্ৰস্তুত হৈ থকা নীতি নিৰ্দেশনা বিষয়ক এখন বৈঠকত অংশ লয় | শেহতীয়াকৈ মন্ত্ৰী হাজৰীকাই গুৱাহাটীস্থিত নিচামুক্তি কেন্দ্ৰসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰসমূহ সু-পৰিচালনাৰ বাবে বিভাগীয় কিছুমান নীতি নিৰ্দেশনা প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰি এখন সমিতি গঠন কৰি দিছিল |

ADVERTISEMENT

WhatsApp Image 2022 09 21 at 18.39.24

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

 আজি মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়াসকলৰ পৰা এই নীতি সমূহ প্ৰস্তুতৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় | আনহাতে ডিব্ৰুগড়, তিনিচুকীয়া, তেজপুৰ, গোলাঘাট, গুৱাহাটী আৰু বৰপেটাত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধীনত সাজু হৈ উঠা চৰকাৰী নিচামুক্তি কেন্দ্ৰ কেইটাৰ বিষয়েও আজিৰ বৈঠকতে মন্ত্ৰী হাজৰীকাই বুজ লয় | উল্লেখ্য যে অহা ২ অক্টোবৰত গুৱাহাটীত সাজু হৈ উঠা এনে এটা নিচামুক্তি কেন্দ্ৰ আৰম্ভ কৰাৰ বিষয়ে প্ৰয়োজনীয় ব্যৱস্থা লবলৈও মন্ত্ৰী গৰাকীয়ে নিৰ্দেশনা প্ৰদান কৰে | বাকী কেন্দ্ৰসমূহ পৰৱৰ্তী এক মাহৰ ভিতৰত কৰ্যক্ষম কৰি তোলাৰ বাবেও আজিৰ বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হয় |

WhatsApp Image 2022 09 21 at 18.39.22

একেটা সময়তে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ প্ৰত্যক্ষ তত্বাৱধানত আন দুটা নিচামুক্তি কেন্দ্ৰ সাজু কৰি তোলাৰ বিষয়েও আজি আলোচনা কৰা হয় | আলোচনা কালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত গুণগত মানৰ নিচামুক্তি কেন্দ্ৰ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ে | আনহাতে বিভাগীয় ভাৱে প্ৰস্তুত হৈ থকা নিচামুক্তি কেন্দ্ৰ পৰিচালনাৰ নীতি নিৰ্দেশনাৰ সমান্তৰাল ভাৱে ব্যক্তিগত নিচামুক্তি কেন্দ্ৰসমূহৰ বৰ্তমানৰ সামগ্ৰিক পৰিৱেশৰ বিষয়েও চকু ৰাখিবলৈ মন্ত্ৰী হাজৰীকাই বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে | ইয়াৰ লগতে ড্ৰাগচৰ ব্যৱহাৰৰ ভয়াবহ পৰণতিৰ বিষয়ে মানুহৰ মাজত সজাগতা অনাৰ বাবে ব্যৱস্থা লোৱাৰ ওপৰতো তেঁও মত পোষণ কাৰে | আনহাতে চৰকাৰে বান্ধি দিয়া নিৰ্দ্ধাৰিত তিনি মাহ সময়ৰ ভিতৰত যি সমূহ নিচামুক্তি কেন্দ্ৰই উপযুক্ত কোঠা, খাদ্য আৰু স্বাস্থ্য আদি সু ব্যৱস্থা কৰিব নোৱাৰে সেই কেন্দ্ৰসমূহৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত মন্তব্য কৰে |

WhatsApp Image 2022 09 21 at 18.39.24 1আজিৰ আলোচনাকালতে মন্ত্ৰী পীযুষ হাজৰীকাই তুলনামূলকভাৱে নতুন বিভাগটোৰ আন্ত:গাঁথনি তথা প্ৰয়োজনীয় কৰ্মচাৰীৰ সংখ্যাৰ বিষয়েও আলোচনা কৰে | এই ক্ষেত্ৰত বিভাগটোক অধিক গতিশীল ৰূপ দিবলৈ প্ৰয়োজন হোৱা আন্ত:গাঁথনিৰ বিষয়ে বিভাগীয় পদক্ষেপ লবলৈ তেঁও বিভাগক নিৰ্দেশনা প্ৰদান কৰে | আজিৰ বৈঠকত ৰাজ্যিক ড্ৰাগছ বিৰোধী আৰু নিষিদ্ধকৰণ পৰিষদৰ অধ্যক্ষা মৃদুলা বৰকাকতী, উপাধ্যক্ষ জিতু বৰগোঁহাই, সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অতিৰিক্ত সচিব ফজলুল হক চৌধুৰী, সঞ্চালক কিশোৰ ঠাকুৰীয়া আৰু আন বিভাগীয় বিষয়াসকল উপস্থিত আছিল |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GUWAHATI RAHAB CENTREPijush Hazarika
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d