Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

    গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত

    মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Journalist : সাংবাদিকৰ হত্যাৰ ঘটনাত ৮৬ শতাংশ অপৰাধীৰ শাস্তি হোৱা নাই !

publisher by publisher
November 2, 2022
in News, International
Reading Time: 2 mins read
0
Journalist : সাংবাদিকৰ হত্যাৰ ঘটনাত ৮৬ শতাংশ অপৰাধীৰ শাস্তি হোৱা নাই !
1
SHARES
7
VIEWS
ShareShareShareShare

Journalist :

বিশ্বৰজুৰি সাংবাদিকক হত্যা কৰাৰ অপৰাধীসকলৰ বেছিভাগৰেই শাস্তি হোৱা নাই। শাস্তি নোপোৱা অপৰাধীৰ সংখ্যা প্ৰায় ৮৬ শতাংশৰৰ ওচৰত। এই দাবী ৰাষ্ট্ৰসংঘৰ সাংস্কৃতিক সংগঠনৰ প্ৰতিবেদনত ।

ADVERTISEMENT

ইউনেস্কোৱে সমগ্ৰ বিশ্বৰ সংবাদ মাধ্যমৰ বিষয়সমূহৰ ওপৰত আলোচনা কৰোঁতে উল্লেখ কৰে, “সাংবাদিকক হত্যা কৰা ৮৬ শতাংশ লোকক শাস্তি দিয়া হোৱা নাই।”

RelatedPosts

মধ্যপ্ৰদেশত নৃশংস হত্যাকাণ্ড: কিশোৰক হত্যা কৰি ৰক্ত পান

ভুৱা খবৰ প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ সাংবাদিক

পুনৰ ভয়ংকৰ প্রেম-হত্যা! আগ্ৰাত প্রেমিকৰ হাততে নৃশংসভাৱে হত্যা যুৱতী

“সাংবাদিকৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ সঠিক তদন্ত কৰা উচিত। অপৰাধীসকলে যাতে সঠিক শাস্তি পায় সেয়া নিশ্চিত কৰাৰ প্ৰয়োজন আছে।”

ৰাষ্ট্ৰসংঘই সাংবাদিকৰ বিৰুদ্ধে অপৰাধ হ্ৰাস কৰিবলৈ পদক্ষেপ লৈছে। আৰু তাক লৈ আলোচনা কৰোতেই উঠি আহিছে এই চাঞ্চল্যকৰ তথ্য । সাংবাদিকৰ হত্যাৰ ঘটনা সংখ্যা আশ্চৰ্যজনক বুলিও উল্লেখ কৰিছে ইউনেস্কোৱে।

ইউনেস্কোৰ ডিৰেক্টৰ জেনাৰেল অড্ৰে আজোলে এক বিবৃতিত কয়,” বহুতো অমীমাংসিত গোচৰ থাকিলে মুক্ত মত প্ৰকাশৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰি। ”

অৱশ্যে, ইউনেস্কোৱে উল্লেখ কৰিছে যে যোৱা দশকৰ তুলনাত দোষীসকলে শাস্তি পোৱাৰ সংখ্যা ন শতাংশ বৃদ্ধি পাইছে।

২০২০-‘২১ বৰ্ষত, কৰ্তব্যৰত ১১৭ জন সাংবাদিকক তেওঁলোকৰ কামৰ সময়ত হত্যা কৰা হৈছিল। ইয়াৰ উপৰিও, আন ৯১ জন লোক কৰ্তব্যৰত নথকাৰ অৱস্থাত নিহত হয় । তেওঁলোকৰ বহুতক তেওঁলোকৰ পত্নী আৰু সন্তানৰ সন্মুখত হত্যা কৰা হৈছে বুলিও ইউনেস্কোৱে জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JournalistMurderUNESCO
publisher

publisher

Related Posts

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 
News

বিজনীৰ পুৰণি বাছ আস্থানত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত এজন 

April 27, 2026
গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত
News

গুলিবর্ষণকাৰী টমাছ এলেন নাছাৰ সদস্য-প্ৰযুক্তিৰ ডিগ্রীধাৰী, শিক্ষাদানতো জড়িত

April 27, 2026
মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!
India

মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ হেঁচাত সেও মানিছিল প্রধানমন্ত্রী মোদীয়ে!

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d