ADVERTISEMENT

Tag: Journalist

Union Minister Sarbananda Sonowal : ডিব্ৰুগড়ৰ সাংবাদিক সকলৰে বিহুৰ জলপান, চিৰা পিঠা গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ

Union Minister Sarbananda Sonowal : ডিব্ৰুগড়ৰ সাংবাদিক সকলৰে বিহুৰ জলপান, চিৰা পিঠা গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ । লক্ষ্মীনগৰৰ নিজা বাস গৃহত ডিব্ৰুগড়ৰ ...

Read more

Maharashtra Journalist Killed : ভু-মাফিয়াৰ বিৰুদ্ধে বাতৰি প্ৰকাশৰ বাবেই

Maharashtra Journalist Killed : ভূ-মাফিয়াৰ বিৰুদ্ধে বাতৰি প্ৰকাশেই কাল হ'ল এজন নিৰ্ভীক সাংবাদিক ৷ চাৰিচকীয়া বাহনেৰে ৰাজপথত খুন্দিয়াই আহত কৰা ...

Read more

IJU : কেৰালাৰ সাংবাদিক ছিদ্দিকি কাপ্পানৰ জামিনক আদৰণি আই জে ইউৰ

IJU : বহু পলমকৈ হ'লেও কেৰালাৰ সাংবাদিক ছিদ্দিক কাপ্পনক জামিন দিয়া কাৰ্যক আদৰণি জনাইছে ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নে। আই জি ইউয়ে ...

Read more

Journalist : সাংবাদিকৰ হত্যাৰ ঘটনাত ৮৬ শতাংশ অপৰাধীৰ শাস্তি হোৱা নাই !

Journalist : বিশ্বৰজুৰি সাংবাদিকক হত্যা কৰাৰ অপৰাধীসকলৰ বেছিভাগৰেই শাস্তি হোৱা নাই। শাস্তি নোপোৱা অপৰাধীৰ সংখ্যা প্ৰায় ৮৬ শতাংশৰৰ ওচৰত। এই ...

Read more

সংবাদ মাধ্যমৰ অস্তিত্ব আৰু সাংবাদিক সুৰক্ষা আইনৰ আহ্বান

সংবাদ মাধ্যমৰ অস্তিত্ব সুদৃঢ় কৰাৰ আৰু সাংবাদিক সুৰক্ষা আইন প্ৰৱৰ্তনৰ আহ্বানৰে মুখ্যমন্ত্ৰীক অলপতে সাক্ষাৎ কৰে সদৌ অসম সাংবাদিক সন্থাৰ নেতৃবৰ্গ‌ই ...

Read more

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ ২০২২ বর্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা

বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুলৈ আগবঢ়োৱা হৈছে ২০২২ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা । আজি গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেলযোগে ...

Read more
Journalist died in west bank : ইজৰাইলৰ অভিযান চলাকালীন ৱেষ্ট বেংকত গুলিবিদ্ধ হৈ মৃত্যু মহিলা সাংবাদিক শিৰিনৰ

Journalist died in west bank : ইজৰাইলৰ অভিযান চলাকালীন ৱেষ্ট বেংকত গুলিবিদ্ধ হৈ মৃত্যু মহিলা সাংবাদিক শিৰিনৰ

বাতৰি সংগ্ৰহ কৰিবলৈ গৈ প্রাণ গ'ল এগৰাকী সাংবাদিকৰ । এইবাৰ স্থান পেলেষ্টাইনৰ ৱেষ্ট বেংক । সূত্রৰ খবৰ, আল-জাজিৰাৰ পেলেষ্টানীয় সাংবাদিক ...

Read more

সাংবাদিকৰ বাবে বিশ্বৰ পঞ্চম বিপজ্জনক দেশ পাকিস্তান

বিশ্বৰ ভিতৰতে সাংবাদিকৰ বাবে পঞ্চমখন বিপজ্জনক দেশ হিচাপে স্বীকৃত হ’ল পাকিস্তান। সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত হােৱা আক্ৰমণত শাস্তি লাভ ...

Read more

চীনৰ চৰকাৰে বন্দী কৰি ৰাখিছে ১২৭জন সাংবাদিকক

চীন চৰকাৰে দেশখনত ১২৭জন পেছাদাৰী আৰু অপেছাদাৰী সাংবাদিকক কাৰাগাৰত বন্দী কৰি ৰাখিছে । জি জিনপিং চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ অনুসৰি, ...

Read more

Attack on Journalist : পাকিস্তানত সাংবাদিকৰ বিৰুদ্ধে হিংসা বৃদ্ধি, বিশেষ ৱেবছাইট মুকলি

পাকিস্তানত সাংবাদিকৰ বিৰুদ্ধে বৃদ্ধি পোৱা হিংসাত্মক ঘটনাৰ সন্দৰ্ভত সংবাদ সংগঠনে চৰকাৰৰ বিৰুদ্ধে এটা বিশেষ ৱেবছাইট মুকলি কৰিলে। এতিয়ালৈকে ইমৰান খানৰ ...

Read more
Page 1 of 2 1 2