Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Qatar World Cup : জাকিৰ নায়কক আমন্ত্ৰণ জনোৱাক লৈ বিশ্বকাপ বয়কটৰ দাবী বিজেপিৰ :

samimsultana by samimsultana
November 23, 2022
in International, Sports
Reading Time: 2 mins read
0
Qatar World Cup : জাকিৰ নায়কক আমন্ত্ৰণ জনোৱাক লৈ বিশ্বকাপ বয়কটৰ দাবী বিজেপিৰ :
1
SHARES
12
VIEWS
ShareShareShareShare

Qatar World Cup :

কাটাৰত অনুষ্ঠিত হৈ থকা বিশ্বকাপ ফুটবল ২০২২ ত ধৰ্মপ্ৰচাৰক জাকিৰ নায়কক আমন্ত্ৰণ জনোৱা কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে ভাৰত চৰকাৰ তথা বিজেপিয়ে ।

প্ৰাপ্ত খবৰ অনুসৰি , কাটাৰ চৰকাৰৰ এই সিদ্ধান্তক লৈ বিজেপিৰ মুখপত্ৰ চেভিও ৰুদ্ৰি গেজে ন্যায়ালয়ৰ কাষ চাপ চাপিব । মুখপত্ৰজনে সদৰী কৰা মতে, জাকিৰৰ দৰে ব্যক্তিক আন্তৰ্জাতিক মঞ্চত বক্তব্য ৰাখিবলৈ সুবিধা দিয়া মানে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধক বাধা দিয়া ।

ADVERTISEMENT

যিহেতু বিশ্বকাপ হৈছে এখন আন্তৰ্জাতিক মঞ্চ । সমগ্র বিশ্ববাসীয়ে এই প্ৰতিযোগিতাৰ বাবে অপেক্ষা কৰে । এনে এখন গুৰুত্বপূৰ্ণ প্লেটফৰ্মত জাকিৰ নায়কক বক্তৃতাৰ সুযোগ দিয়াৰ অৰ্থ হৈছে তেওঁৰ ঘৃণা বিয়পোৱা আদৰ্শক সমৰ্থন কৰা ।

RelatedPosts

Delhi CM:৫০ তাৰকা, আমন্ত্রণ আদানি-আম্বানীকো ! দিল্লীত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠান

Four MLAs Openly Support Himanta Biswa Sarma:হিমন্ত বিশ্ব চৰকাৰলৈ মুকলি সমৰ্থন ৪ বিধায়কৰ

Qatar World Cup : বিশ্বকাপ জিকি কিমান টকা পালে আৰ্জেণ্টিনাই ?

c582ecc1 79d1 43d6 a867 7970c24a080aভাৰতৰ এটা আগশাৰীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা এটা বাতৰি মৰ্মে ইছলামীক ধৰ্মপ্ৰচাৰক জাকিৰ নায়কক ফিফা বিশ্বকাপত ইছলাম ধৰ্মৰ ওপৰত বক্তৃতা দিবলৈ আমন্ত্ৰণ জনাইছে ।

এই বাতৰিৰ ওপৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপত্ৰজনে এক বিবৃতিৰ যোগে উল্লেখ কৰে যে , এনে এটা সময়ত নায়কক আমন্ত্ৰণ কৰা হৈছে ,যিটো সময়ত সমগ্ৰ বিশ্বই সন্ত্ৰাসবাদ বিৰুদ্ধে যুদ্ধ কৰি আছে ।

যাৰ পৰিপ্ৰেক্ষিতত নায়কক আমন্ত্ৰণ জনোৱাৰ কোনো যুক্তি নাই । যিহেতু নায়কে সন্ত্ৰাসবাদক উদগনি যোগোৱা আৰু বিদ্বেষ মূলক ভাষণ প্ৰদান কৰি কট্টৰপন্থী ইছলামীক মতবাদ প্ৰচাৰ কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BJP GovtJakir NayakQatar World Cup
samimsultana

samimsultana

Related Posts

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d