Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Delhi CM:৫০ তাৰকা, আমন্ত্রণ আদানি-আম্বানীকো ! দিল্লীত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠান

publisher by publisher
February 18, 2025
in India, News
Reading Time: 2 mins read
0
Delhi CM:৫০ তাৰকা, আমন্ত্রণ আদানি-আম্বানীকো ! দিল্লীত বিজেপিৰ শপত গ্ৰহণ অনুষ্ঠান
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Suvendu Adhikari:বংগৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে শুভেন্দু অধিকাৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা প্ৰৱল

Charan Boro: নতুন মন্ত্ৰী চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব

Kokrajhar:আজি শপত ল’লে নৱনিৰ্বাচিত বিটিচি পাৰিষদসকলে

Delhi CM:

২৬ বছৰৰ পাছত পুনৰ দিল্লী দখল । সেয়েহে ৰাজধানীৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানত বিজেপিয়ে এক বিশাল অনুষ্ঠান আয়োজন কৰিবলৈ ওলাইছে। সূত্ৰ অনুসৰি, শপত গ্ৰহণ অনুষ্ঠানলৈ কমেও ৫০ জন চেলিব্ৰিটিক আমন্ত্ৰণ জনোৱা হ’ব।

ADVERTISEMENT

ইয়াৰ ওপৰিও থাকিব বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল । থাকিব পাৰে গৌতম আদানি, মুকেশ আম্বানীৰ দৰে বিলিয়নেয়াৰ । ৭০ আসনৰ দিল্লী বিধানসভা নিৰ্বাচনত এইবাৰ ৪৮ খন আসন লাভ কৰিছে বিজেপিয়ে। আনহাতে, মাত্ৰ ২২ খন আসন পায় ক্ষমতাৰ পৰা বিতাড়িত হয় আপ চৰকাৰ।

পৰাজিত হৈছে অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছি’চদিয়া । অৱশ্যে বিজেপিয়ে দিল্লীৰ নিয়ন্ত্ৰণ ল’লেও, মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। অৱশ্যে মুখ্যমন্ত্রীৰ নাম ঘোষণা নকৰিলেও শপত গ্রহণৰ প্রস্তুতিত ব্যস্ত হৈ পৰিছে বিজেপি। সূত্ৰ অনুসৰি অহা ২০ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৪:৩০ বজাত দিল্লীৰ কেবিনেটত শপত গ্ৰহণ কৰিব। ৰামলীলা ময়দানত আয়োজন কৰা হ’ব এই কাৰ্যসূচী।

সূত্ৰ অনুসৰি, অনুষ্ঠানটোত অক্ষয় কুমাৰ, বিবেক অবেৰয়, হেমা মালিনী, কৈলাশ খেৰৰ দৰে তাৰকা উপস্থিত থাকিব। কৈলাশ খেৰেও পৰিবেশন কৰাৰ সম্ভাৱনা। শপত গ্ৰহণৰ মঞ্চত আন কেবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।

লগতে বাবা ৰামদেৱ, স্বামী চিদানন্দৰ দৰে ব্যক্তিত্বকো আমন্ত্ৰণ জনোৱা হ’ব। অনুষ্ঠানৰ আগৰ নিশাৰ পৰা বন্ধ থাকিব ৰামলীলা ময়দানলৈ যোৱা সকলো পথ। কিন্তু এই বিশাল অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিব?

তালিকাৰ শীৰ্ষত আছে নতুন দিল্লী আসনৰ বিজয়ী বিধায়ক পৰবেশ বাৰ্মা যিয়ে কেজৰিৱালক পৰাজিত কৰিছে। সতীশ উপাধ্যায় আৰু বীৰেন্দ্ৰ সচদেৱো তালিকাত আছে।

যোৱা কিছুদিনৰ ভিতৰত, বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী কোন সেই বিষয়ক লৈ তৎপৰ হৈ পৰিছে। অৱশেষত, ১৫ টা নাম বাছনি কৰা হৈছে। মুখ্যমন্ত্ৰী, পৰিষদৰ নেতা আৰু বিধানসভাৰ অধ্যক্ষ পদৰ বাবে আছে নটা নাম। বুধবাৰৰ সভাৰ পাছত সেই নাম প্ৰকাশ কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJP GovtDelhi New GovtOath
publisher

publisher

Related Posts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d