Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    PM Narendra Modi : ২০১৯ ৰ পৰা ২১ বাৰ বিদেশ ভ্ৰমণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  জানি লওক খৰছ কিমান ?

    Silchar Detention Camp:শিলচৰ ডিটেনচন কেম্পৰ নাগপাছাত প্ৰায় চাৰি বছৰ ছয়মাহ ধৰি নেপালী মহিলা জন্নত খাতুনকাৰাবন্দী

    Illegal Timber Seized Chirang : চিৰাঙৰ ৰিপু চিৰাং সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ উচ্ছেদ

    Tmpk Goldren jubilee Celebration:গোগামুখত টি এম পি কেৰ গৌৰৱোজ্জল সোনালী জয়ন্তী-মিচিং যুৱ মহোৎসৱ আৰম্ভ

    Rhino Attack : জনবসতি পূৰ্ণ অঞ্চলত গঁড়ৰ মুক্ত বিচৰণ ,এজন আহত

    Ayodhya Ram Temple : অযোধ্যাত আৰম্ভ ছয় কোটি বছৰৰ প্ৰাচীন শালগ্ৰাম শিলৰ পূজা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Lifestyle

Coconut Oil Facepack : যৌৱন ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰক নাৰিকল তেলৰ এই পাঁচবিধ ফেচপেক –

publisher by publisher
December 9, 2022
in Health, Lifestyle
Reading Time: 2 mins read
0
Coconut Oil Facepack : যৌৱন ধৰি ৰাখিবলৈ ব্যৱহাৰ কৰক নাৰিকল তেলৰ এই পাঁচবিধ ফেচপেক –
2
SHARES
15
VIEWS
ShareShareShareShare

Coconut Oil Facepack :

নৰিকল তেল অতি প্ৰাচীন কালৰ পৰাই ৰূপচৰ্চাৰ এক উল্লেখনীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি আহিছে । নাৰিকল তেলত থকা প্ৰাকৃতিক উপাদানে ছালৰ উৰ্বৰতা ধৰি ৰাখে ।

ADVERTISEMENT

কেৱল ছালেই নহয় নাৰিকল তেলে চুলিৰ সৌন্দৰ্যও বৃদ্ধি কৰে । কিন্তু ছালৰ সৌন্দৰ্যচৰ্চাৰ বাবে নাৰিকল তেল কেনেকৈ ব্যৱহাৰ কৰে ?

RelatedPosts

Feet Care Tips : শীতত ফটা ভৰিৰ সমস্যাৰ পৰা কেনেকৈ ৰক্ষা পৰিব ? জানিবলৈ পঢ়ক

Skin Care For Male : পুৰুষৰ বাবে ছালৰ যত্ন

Alia Bhatt :সদ্য মা হৈছে আলিয়া , মাতৃ হোৱাৰ পিছতো কিয় কমা নাই আলিয়াৰ ৰূপ-লাৱণ্য ? জানক আলিয়াৰ সৌন্দৰ্যৰ ৰহস্য –

১/ নাৰিকল তেল , এল’ভেৰা জেল : নাৰিকল তেলৰ লগত এল’ভেৰা জেল মিহলি কৰি নাইট ক্ৰিম হিচাপে আপুনি ব্যৱহাৰ কৰিব পাৰে । যিহেতু নাৰিকল তেলে ছাল পৰিষ্কাৰ কৰাৰ লগতে শীতকালত হোৱা ছালৰ শুকান ভাৱ দূৰ কৰাত সহায় কৰে ।

২/ নাৰিকল তেল , কেঁচা গাখীৰৰ ফেচপেক : কেঁচা গাখীৰৰ লগত নাৰিকল তেল মিহলি কৰি মুখত লগাব লাগে । এই মিশ্ৰণে ছালত ক্লিনজাৰৰ কাম কৰে । ইয়াক বহুদিনলৈ ফ্ৰিজত সংৰক্ষণ কৰিও ৰাখিব পাৰি । যেতিয়াই ছালৰ ৰুক্ষতা আহে ,আপুনি ফ্ৰিজৰ পৰা এচামুচ মিশ্ৰণ লৈ ছালত লগাব পাৰে ।

৩/ নাৰিকল তেল , ভিটামিন ই : নাৰিকল তেলৰ লগত ভিটামিন ই অইল খুব ভালদৰে মিহলি কৰি ল’ব লাগে । শীতকালত যিসকল লোকৰ ছাল ফটা সমস্যা থাকে , তেওঁলোকে এই ক্ৰিম ব্যৱহাৰ কৰিলে সহজেই ছাল ফটা সমস্যা ৰোধ হয় ।

৪/ নাৰিকল তেল , বিলাহীৰ ৰস : এই পদ্ধতিত নাৰিকল তেলৰ লগত বিলাহীৰ ৰস মিহলি কৰি ছালত লগাব লাগে । যিহেতু বিলাহীত প্ৰাকৃতিক ব্লিচিং প্ৰপাৰ্টি থাকে , যি আপোনাৰ ছালখন পৰিষ্কাৰ আৰু সুন্দৰ কৰি ৰখাত সহায় কৰে । এই মিশ্ৰণ নিয়মিত ব্যৱহাৰ কৰিলে ই আপোনাৰ যৌৱন ধৰি ৰখাতো সহায় কৰে ।

৫/ নাৰিকল তেল , দৈ : নাৰিকল তেলৰ লগত দৈ মিহলি কৰি মুখত লগাব লাগে । যিহেতু ই স্ক্ৰাবৰ কাম কৰে । দৈনিক এই মিশ্ৰণ ব্যৱহাৰ কৰিলে দেখিব যে , আপোনাৰ ছাল ভীষণ সুন্দৰ আৰু পৰিষ্কাৰ হৈ পৰিছে ।

বি : দ্ৰ : উল্লেখিত কোনো উপাদান এলাৰ্জিৰ দৰে উপসৰ্গ থাকিলে ব্যৱহাৰ কৰাৰ পূৰ্বেই বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Coconut OilFacepackskin care
publisher

publisher

Related Posts

Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

February 2, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 30, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 29, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope :  দিনটোৰ ৰাশিফল

January 28, 2023
Horoscope : দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 26, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: