Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Diwali, competition between indigenous and Chinese products : সমাগত দেৱালী, থলুৱা আৰু চীনা সামগ্ৰীৰ মাজত লাগিছে টনা- আঁজোৰা , থলুৱা মৃৎ শিল্পলৈ ভাবুকি

বহুজাতিক কোম্পানীয়ে বজাৰত মেলি দিছে ৰং-বিৰঙৰ চাকি আকৰ্ষণ পানীৰে জ্বলা চাকিৰ

publisher by publisher
October 21, 2022
in Assam, India, News
Reading Time: 2 mins read
0
Diwali, competition between indigenous and Chinese products : সমাগত দেৱালী, থলুৱা আৰু চীনা সামগ্ৰীৰ মাজত লাগিছে টনা- আঁজোৰা , থলুৱা মৃৎ শিল্পলৈ ভাবুকি

Indigenous Product

2
SHARES
24
VIEWS
ShareShareShareShare

RelatedPosts

ছয় লক্ষাধিক কোটি টকাৰ বিক্ৰী: এইবাৰৰ দীপাৱলীৰ নতুন অভিলেখ

দীপাৱালীৰ পাছতে ৰাজ্যত উৰ্ধগামী হৈছে বায়ুৰ গুণামান সূচকাংক 

প্ৰাণৰ শিল্পী জুবিনৰ দুৰ্ভাগ্যজনক মৃত্যুৱে গ্ৰাস কৰিলে দীপাৱলীৰ আনন্দ

Diwali, competition between indigenous and Chinese products :

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাক মুহূৰ্তত দেশৰ আন ৰাজ্যৰ লগতে অসমৰ বজাৰতো বজাৰ দখল কৰিবলৈ টনা-আঁজোৰা লগাইছে ঘৰুৱা উৎপাদিত আৰু চীনত উৎপাদিত সামগ্ৰীৰ । দীপাৱলীৰ প্ৰাক মুহূৰ্তত গুৱাহাটী মহানগৰীত মাটিৰ চাকি বিক্ৰীৰ বাবে যিদৰে ব্যৱসায় গঢ়ি উঠিছে , সমান্তৰালকৈ তুলনামূলকভাৱে কম মূল্যৰ চীনত উৎপাদিত ৰং-বিৰঙৰ বৈদ্যুতিক ফুলৰ মালাৰে ভৰি পৰিছে বজাৰ । ইফালে মাটিৰ চাকিৰ দৰে উপলব্ধ হৈছে পানীত ওপঙি থকা মমবাতি ।

ADVERTISEMENT

উদ্বেগজনকভাৱে ৰাজ্যত নিষেধাজ্ঞা থকা স্বত্বেও আৰম্ভ হৈছে ফটকা-আতচবাজীৰ ব্যৱসায় । আশ্বৰ্যকৰ হ’লেও এয়াই সত্য যে সম্প্ৰতি অসমতো আৰম্ভ হৈছে দীপাৱলীৰ প্ৰিয়জনক অনলাইন জৰিয়তে পোহৰৰ উৎসৱত ব্যৱহাৰ কৰিব পৰা সামগ্ৰীৰ উপহাৰ ।

potter making clay lamp

অসমৰ মৃৎ শিল্পীসকলৰ বাবে ভাবুকি কঢ়িয়াই অনলাইনত ব্যাপক হাৰত বিক্ৰী হৈছে চালে চকুৰোৱাকৈ ৰং-বিৰঙৰ সজাই থোৱা মাটিৰ চাকি । গুৱাহাটীৰ ৰাজপথত ঘৰে ঘৰে সামগ্ৰী বিতৰণ কৰি থকা একাংশ কুৰিয়াৰ সেৱাৰে জড়িত যুৱকে সদৰী কৰা মতে , বিগত কেইদিনমানৰ পৰা তেওঁলোকে সৰ্বাধিক সংখ্যক মাটিৰ চাকিৰে সজাই থোৱাহাৰৰ পেকেট বিতৰণ কৰিবলগীয়া হৈছে ।

এমাজেন, ফ্লিপকাৰ্ট আদিৰ দৰে অনলাইন শ্বপিং এপছৰ জৰিয়তে দীপাৱলীৰ উপহাৰ হিচাপে প্ৰেৰণ কৰা এনেবোৰ সামগ্ৰীয়ে ৰাজ্যৰ থলুৱা মৃৎ শিল্পীলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । অনলাইন শ্বপিঙৰ প্ৰতি গ্ৰাহকৰ ধাউতি বঢ়াৰ মূলতে হ’ল বৃহৎ পৰিমাণৰ ৰেহাইৰ ঘোষণা ।

স্বাভাৱিকতে পোহৰৰ উৎসৱৰ প্ৰাকক্ষণত থলুৱা বজাৰত হ্ৰাস পাইছে দীপাৱলী উপলক্ষে বিক্ৰী হোৱা সামগ্ৰীৰ ব্যৱসায় । উল্লেখ্য যে , দীপাৱলীৰ ব্যৱসায়ত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰত উপলব্ধ হোৱা চীনত নিৰ্মিত ৰং-বিৰঙৰ বৈদ্যুতিক সামগ্ৰীৰ বিক্ৰীৰ হাৰ এইবাৰ হ্ৰাস পাইছে ।

Chinese Lights

শেহতীয়াকৈ চীনা সামগ্ৰী আৰু দেশত উৎপাদিত সামগ্ৰীৰ বিক্ৰীৰ প্ৰসংগক লৈ কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে দেশৰ সমূহ চহৰত চীনা সামগ্ৰীৰ বিক্ৰী প্ৰসংগত এক সমীক্ষা চলাইছিল । অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ সচিব প্ৰধান প্ৰবীণ খাণ্ডেলৱালে সদৰী কৰা মতে , দেশৰ ২৫ খন চহৰৰ জনতাই এইবাৰ দেৱালীত চীনা সামগ্ৰী ক্ৰয় নকৰিবলৈ থিৰাং কৰিছে ।

২৫ খন চহৰৰ মাজত আছে গুৱাহাটীৰো নাম । গুৱাহাটীকে ধৰি নতুন দিল্লী , আহমেদাবাদ , মুম্বাই , মাদুৰাই , পুডুচেৰী , নাগপুৰ , জয়পুৰ , লক্ষ্ণৌ , চণ্ডীগড়, ৰায়পুৰ, ভূৱেনেশ্বৰ ,কলকাতা , ৰাঁচী , পাটনা , চেন্নাই , বাংগালুৰু , হায়দৰাবাদ ,ভূপাল , জম্মু , পুনে , কানপুৰ আৰু বাৰানসী ।

সচিব প্ৰধানজনৰ মতে , যোৱা বছৰ দীপাৱলীৰ সময়ত এই চহৰকেইখনত চীনা সামগ্ৰীৰ বাবে ভাৰতে প্ৰায় ৬০ হাজাৰ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছিল । এইবাৰ এই চহৰকেইখনৰ অধিকাংশ লোকে চীনা সামগ্ৰীৰ পৰিৱৰ্তে ভাৰতত তৈয়াৰী সামগ্ৰী ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।

অৱশ্যে আইনগত বাধা নথকাৰ বাবে ভাৰতৰ বজাৰত চীনৰ পৰা আমদানি কৰা সামগ্ৰীয়ে ভৰি পৰা দেখা গৈছে । ইফালে কনফেডাৰেছন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে ঠাৱৰ কৰা মতে , এইবাৰৰ দীপাৱলীত কমেও ১.৫ লাখ কোটি টকাৰ ব্যৱসায় হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Chinese Product vs Indian ProductDiwali
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d