Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dr Banikanta Kakati Award : একাগ্ৰতা-সাধনা-স্থিতপ্ৰজ্ঞতাৰে সফলতাৰ শীৰ্ষত উপনীত হ’বলৈ ৰাজ্যৰ শিক্ষাৰ্থীৰ প্ৰতি আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ

বিশ্বনাথত প্ৰজ্ঞা ভাৰতীৰ অধীনস্থ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ স্কুটী বিতৰণ

publisher by publisher
December 11, 2022
in India, Assam, News
Reading Time: 1 min read
0
Dr Banikanta Kakati Award : একাগ্ৰতা-সাধনা-স্থিতপ্ৰজ্ঞতাৰে সফলতাৰ শীৰ্ষত উপনীত হ’বলৈ ৰাজ্যৰ শিক্ষাৰ্থীৰ প্ৰতি আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ
4
SHARES
41
VIEWS
ShareShareShareShare

Dr Banikanta Kakati Award :

একাগ্ৰতা, সাধনা, স্থিতপ্ৰজ্ঞতা আৰু দৃঢ় প্ৰতিজ্ঞাবদ্ধতাৰে শৈক্ষিক জীৱনত আগুৱাই যাবলৈ ৰাজ্যৰ শিক্ষাৰ্থী সমাজৰ প্ৰতি আহ্বান জনায় তথ্য আৰু জনসংযোগ, জলসম্পদ, সংসদীয় পৰিক্ৰমা ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।

ADVERTISEMENT

প্ৰজ্ঞা ভাৰতী আঁচনিৰ অন্তৰ্ভুক্ত ড° বাণীকান্ত কাকতি মেধা পুৰস্কাৰ বিতৰণ উপলক্ষে বিশ্বনাথ জিলাত অনুষ্ঠিত কাৰ্যসূচীত আজি মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলাখনৰ অভিভাৱক মন্ত্ৰী হাজৰীকাই কৃতী শিক্ষাৰ্থীসকলক স্কুটী প্ৰদানৰ লগতে শুভেচ্ছা আৰু অভিনন্দন জনাই এই আহ্বান জনায় ।

RelatedPosts

BJP Election Rally in Jagiroad:জাগীৰোডত পীযুষ হাজৰিকাৰ সমৰ্থনত ৩০০ ট্ৰেক্টৰেৰে বৃহৎ নির্বাচনী ৰেলী কৃষক মৰ্চাৰ 

Nomination Field:শুকুৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হ’ল মনোনয়ন দাখিল পৰ্ব

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

ভাষণ প্ৰসংগত গুগলৰ মুখ্যকাৰ্যবাহী বিষয়া সুন্দৰ পিচাই, মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাডেল্লা, পেপছিৰ মুখ্য কাৰ্যবাহী বিষয়া ইন্দ্ৰা নুই, আই বি এমৰ মুখ্য কাৰ্যবাহী বিষয়া অৰবিন্দ কৃষ্ণ আৰু কিছুদিনৰ আগলৈকে টুইটাৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিবাহ কৰা পৰাগ আগৰৱালাৰ উদাহৰণ দাঙি ধৰি মন্ত্ৰী হাজৰীকাই কয় যে এই কেউগৰাকীয়ে হ’ল ভাৰতৰ সন্তান । তেওঁলোকে ভাৰতৰ বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়ন কৰি সম্প্ৰতি আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ছিলিকণ ভেলীস্থিত পৃথিৱীবিখ্যাত এই কোম্পানীসমূহৰ শীৰ্ষ পদত অধিষ্ঠিত হ’ব পাৰিছে ।

WhatsApp Image 2022 12 11 at 20.48.40

অনাগত দিনত অসমৰ মেধাৱী শিক্ষাৰ্থীসকলেও এওঁলোকৰ দৰেই বিশ্বৰ এনে নামজ্বলা কোম্পানীসমূহৰ শীৰ্ষ পদত আৰোহণ কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব বুলি মন্ত্ৰী হাজৰীকাই আশা প্ৰকাশ কৰে ।

অসমৰ চৰকাৰী স্কুলৰ শিক্ষা-ব্যৱস্থাৰ স’তে দেশৰ অন্য ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ গুণগত কোনো পাৰ্থক্য নাই বুলি দোহাৰি মন্ত্ৰী হাজৰীকাই লগতে কয় যে জীৱনত সফলতা লাভৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ লক্ষ্য বহুত ডাঙৰ হোৱাৰ উপৰি তেওঁলোক একাগ্ৰ, স্থিতপ্ৰজ্ঞ আৰু দৃঢ় প্ৰতিজ্ঞ হ’ব লাগিব ।

WhatsApp Image 2022 12 11 at 20.48.40 1

অসমৰ সন্তানে ছিলিকন ভেলীৰ নহ’লেও অন্ততঃ বেংগালুৰুৰ বৃহৎ কোম্পানীৰ শীৰ্ষ পদত দপদপাই থাকিব পাৰিব লাগিব । এনে এক বহল দৃষ্টিভংগীৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বহু বছৰ পূৰ্বে মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ মেধাৱী শিক্ষাৰ্থীক কম্পিউটাৰ প্ৰদানৰ ব্যৱস্থা প্ৰবৰ্তন কৰিছিল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই পুনৰাই কয় যে স্কুটী প্ৰদান আঁচনিৰ আঁৰতো মুখ্যমন্ত্ৰী ড° শৰ্মাৰ এক বহল দৃষ্টিভংগী আছে ।

মন্ত্ৰীগৰাকীয়ে লগতে স্কুটী চলাওতে ছাত্ৰ-ছাত্ৰী উভয়কে বাধ্যতামূলকভাৱে হেলমেট পিন্ধিবলৈও আহ্বান জনায় । উল্লেখযোগ্য যে ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ৰূপায়ন কৰা ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অংশৰূপে আজি বিশ্বনাথ জিলাৰ মেধা সম্পন্ন ৭৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰা হয় ।

প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত বিশ্বনাথ জিলাখনৰ অন্তৰ্গত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰক এই স্কুটীসমূহ বিতৰণ কৰা হয় ।

WhatsApp Image 2022 12 11 at 20.48.40 2

বিশ্বনাথৰ কমলাকান্ত ক্ষেত্ৰত আজি দিনৰ ১১ বজাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত স্কুটী বিতৰণৰ কাৰ্যসূচীত মুখ্য অতিথিৰূপে উপস্থিত থাকি স্কুটী বিতৰণ শুভাৰম্ভ কৰে বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ।

ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞান অন্বেষণৰ যাত্ৰা সুগম কৰি তোলাৰ অবিৰত প্ৰয়াসত সমৰ্পিত জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ইতিমধ্যে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰক প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰা স্কুটীসহ এই বঁটা অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ একনিষ্ঠ সেৱক, গৱেষক, ভাষাবিদ তথা কলিকতাৰ প্ৰেচিডেন্সী কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ড° বাণীকান্ত কাকতিৰ নামৰে নামকৰণ কৰিছে ।

উল্লেখ্য যে, বিশ্বনাথ জিলাত এইবেলি মুঠ ৭৭০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে ড° বাণীকান্ত কাকতি বঁটা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে । ইয়াৰে ১৫১ জন ছাত্ৰ আৰু ছাত্ৰী ৬১৯ গৰাকী । অভিভাৱক মন্ত্ৰী হাজৰীকাই বন্তি প্ৰজ্জ্বলন কৰা এই অনুষ্ঠানত বিশ্বনাথৰ উপাযুক্ত মুণিন্দ্ৰ নাথ ঙাটেই আদৰণি ভাষণ প্ৰদান কৰে ।

অনুষ্ঠানটোত ছাত্ৰ-ছাত্ৰীসকলক উদেশ্যি ভাষণ প্ৰদান কৰে তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাই ।

আজিৰ অনুষ্ঠানটোত বিশ্বনাথ জিলাৰ অতিৰিক্ত উপায়ুক্তসকল, জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আৰু জিলাখনৰ শিক্ষা বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীৰ উপৰি অভিভাৱক, ছাত্ৰ ছাত্ৰী তথা ভালেসংখ্যক সন্মানীয় ব্যক্তি উপস্থিত আছিল ।

প্ৰসংগক্ৰমে উল্লেখ্য যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৯,৭৪৮ গৰাকী ছাত্ৰী আৰু ৭৫ শতাংশকৈ অধিক নম্বৰ লাভ কৰা ৬০৫২ গৰাকী ছাত্ৰক আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰাৰ এক যুগান্তকাৰী ব্যৱস্থা লৈছে ।

ৰাজ্যত এই অভিলাষী আঁচনিৰ অন্তৰ্গত মুঠতে ৩৫,৮০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুটী পাবলৈ সক্ষম হৈছে । আজিৰ অনুষ্ঠানটোত বিশ্বনাথ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° চিন্তামণি শৰ্মাই শলাগৰ শৰাই আগবঢ়ায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Biswanath CharialiDr Banikanta Kakati AwardPijush HazarikaScooty Distribution
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d