Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Odisha : এখন আচৰিত গাঁও ! এই গাঁৱৰ মানুহে ব্যৱহাৰ নকৰে বিছনা

সকলোৱে মজিয়াত কৰে নিদ্ৰাগ্ৰহণ

publisher by publisher
December 17, 2022
in India, News
Reading Time: 1 min read
0
Odisha : এখন আচৰিত গাঁও ! এই গাঁৱৰ মানুহে ব্যৱহাৰ নকৰে বিছনা
1
SHARES
14
VIEWS
ShareShareShareShare

Odisha : 

ঘৰত বিছনা থকাৰ পাছতো গাঁৱৰ সকলোৱে নিদ্ৰাগ্ৰহণ কৰে মজিয়াত। শৰীৰ বেয়া লাগিলেও বিছনা ব্যৱহাৰ নকৰে, মজিয়াতে শুৱে সকলোৱে ৷ আনকি ঘৰলৈ কোনোবা অতিথি আহিলেও মজিয়াতে নিদ্ৰাগ্ৰহণৰ ব্যৱস্থা কৰা হয়।

ADVERTISEMENT

কিন্তু কিয় এই আজৱ নিয়ম মানি চলিছে গাঁওবাসীয়ে ? গাঁৱৰ সকলোৱে মজিয়াত নিদ্ৰাৰত হোৱাৰ কাৰণটো হৈছে আৰাধ্য দেৱীক সন্তুষ্ট কৰি ৰখা। গাঁওবাসীৰ বিশ্বাস, নিদ্ৰাগ্ৰহণৰ বাবে বিছনা ব্যৱহাৰ কৰিলে অঘটনা সংঘটিত হ’ব, দেৱী গৌত ক্ষুব্ধ হ’ব।

RelatedPosts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

সেয়েহে সকলোৱে সদায় মজিয়াতে শুৱে, ভুলতো ব্যৱহাৰ নকৰে বিছনা। অবিশ্বাস্য যেন লাগিলেও ওড়িছাৰ তিপিৰছিংগা গাঁৱৰ বাসিন্দাসকলে কেতিয়াও বিছনা ব্যৱহাৰ নকৰে।

গাঁৱৰ বাসিন্দাৰ ঘৰত সাধাৰণতে বিছনা নাথাকে আৰু কাৰোবাৰ ঘৰত থাকিলেও সেই নিদ্ৰাগ্ৰহণৰ বাবে ব্যৱহাৰ কৰা নহয়। এইখন গাঁৱৰ ৰাসিন্দাৰ বিশ্বাস যে বিছনাত শুলে তেওঁলোকৰ আৰাধ্য দেৱী ক্ষুব্ধ হ’ব আৰু ফলত যিকোনো অঘটন সংঘটিত হ’ব পাৰে।

এই শংকাৰে গাঁৱবাসীয়ে নিদ্ৰাগ্ৰহণ সদায় মজিয়াত বা মাটিত কৰে। দেওঘৰ জিলাৰ উক্ত গাঁৱত আদিবাসী সম্প্ৰদায়ৰ জনজাতি লোকে বসবাস কৰে আৰু তেওঁলোকৰ প্রচলিত বিশ্বাস অনুসৰি, বিছনাত শুলে আৰাধ্য দেৱী অসন্তুষ্ট হয়।

সেয়েহে গাঁৱৰ শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে প্ৰচলিত পৰম্পৰা মানি বিছনাৰ পৰিৱৰ্তে মজিয়াত নিদ্ৰাগ্ৰহণ কৰে। গ্ৰাম্যবাসীয়ে পৰম ভক্তিৰে বাৰিহানি দেৱীৰ দয়াতে তেওঁলোকে সুখ-শান্তিৰে বসবাস কৰিব পাৰিছে।

লগতে বিশ্বাস কৰে যে বাৰিহানি দেৱীয়ে মানুহ বিছনাত নিদ্ৰাৰত হোৱাটো পছন্দ নকৰে। সেয়েহে বিছনাত শুলে অমংগল হয় বুলি গাঁওবাসীয়ে বিশ্বাস কৰে।

এক লোককথাও এই গাঁৱত প্ৰচলিত হৈ আহিছে৷ এবাৰ এক নৱবিবাহিত দম্পতীক উপহাৰ হিচাপে এখন খাট কইনাৰ পিতৃয়ে দিছিল।

বিয়াৰ পাছত সেই বিছনাত নৱ-দম্পতীয়ে নিদ্ৰাগ্ৰহণ কৰিছিল। কিন্তু মাজনিশা বিছনাখন ভাগি গ’ল। এই ঘটনাত গাঁওবাসীয়ে দেৱী অসন্তুষ্ট হোৱা বুলি গণ্য কৰিছিল।

উক্ত বিছনা ত্যাগ কৰি দম্পতীয়ে মজিয়াত নিদ্ৰাগ্ৰহণ আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই এই গাঁৱত বিছনা কোনেও ব্যৱহাৰ নকৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Deogarh districtOdishaTipirsinga village
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d