Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন

    মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

    CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

    বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

    পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

আজৱ চোৰ :ঘৰত সোমাই স্নান কৰিলে, খাদ্য খালে, নিদ্ৰাগ্ৰহণ কৰি যাবৰ সময়ত মালিকক দিলে ২০০ ডলাৰ

publisher by publisher
February 8, 2022
in International, News
Reading Time: 1 min read
0
আজৱ চোৰ :ঘৰত সোমাই স্নান কৰিলে, খাদ্য খালে, নিদ্ৰাগ্ৰহণ কৰি যাবৰ সময়ত মালিকক দিলে ২০০ ডলাৰ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণত উত্তেজনা অব্যাহত, ভাৰতীয়সকলক তৎক্ষণাৎ দেশ ত্যাগৰ নিৰ্দেশ

যুদ্ধৰ মাজতে নাটকীয় পৰিৱর্তনঃ দুসপ্তাহৰ যুদ্ধবিৰতি ঘোষণা ড’নাল্ড ট্ৰাম্পৰ

শীঘ্রেই কর্মহীন হ’ব লাখ লাখ চালক!

আমেৰিকাৰ নিউ মেক্সিকো অঞ্চলত চুৰিৰ এক আজব ঘটনা সংঘটিত হ’ল। এজন বন্দুকধাৰী চোৰে এটা বাসগৃহত গৃহস্থ নথকাৰ সুযােগ লৈ প্ৰৱেশ কৰিছিল।

ADVERTISEMENT

ঘৰটোত প্ৰৱেশৰ পাছত চোৰে প্রথমে বাথৰূমত স্নান কৰে আৰু ইয়াৰ পাছত বীয়েৰ পান কৰাৰ লগতে খাদ্যও গ্রহণ কৰে।

খাদ্য খােৱাৰ পাছত চোৰটোৱে আৰামত বিছনাত নিদ্রাগ্ৰহণ কৰে। ইয়াৰ পাছত কোনাে সাশ্রী চুৰি নকৰি চোৰে ঘৰৰ মালিকক ২০০ ডলাৰ অর্থাৎ প্রায় ১৫ হেজাৰ টকা দি যায়।

দৰাচলতে চোরে গৃহস্থ নথকা ঘৰটোত খিৰিকি ভাঙি প্রবেশ কৰিছিল আৰু চোৰে ইয়াৰ ক্ষতিপূৰণ হিচাপে ঘৰৰ মালিকক ২০০ ডলাৰ আদায় দিছিল।

এইজন চোৰক পাছত আৰক্ষীয়ে টেৰাল ক্রিষ্টেচন নামৰে চিনাক্ত কৰে। ৩৪ বছৰীয়া টেলে যােবা ৩০ জানুৱাৰীত নিউ মেক্সিকোত এইদৰে গৰাকী নথকা অৱস্থাত এটা ঘৰত প্ৰৱেশ কৰিছিল।

পাছত গৰাকীয়ে ঘৰলৈ আহি শয়নকক্ষত চোৰক শুই থকা অৱস্থাত ধৰা পেলায়। টেৰালৰ হাতত এটা এ আ১৫ ৰাইফল আছিল।

টেৰালে ঘৰৰ কোনাে সামগ্রী চুৰি কৰা নাছিল আৰু তেওঁ উক্ত বাসগৃহত প্রৱেশ কৰাৰ বাৰে গৰাকীৰ পৰা ক্ষমা বিচাৰিছিল।

চোৰে কয় যে নিশা অতি ঠাণ্ডাত নিদ্ৰা গ্ৰহণৰ বাবে তেওঁক উষ্ণ কোঠাৰ প্রয়ােজন হােৱাত এইদৰে ঘৰটোৰ খিৰিকি ভাঙি প্ৰৱেশ কৰিবলৈ বাধ্য হৈছিল।

খিৰিকি ভঙাৰ ক্ষতিপূৰণ হিচাপে টেলে গৰাকীক ২০০ ডলাৰ আদায় দিয়ে। পাছত টেৰালে নিজৰ ৰাইফল আৰু বেগ লৈ ঘৰটোৰ পৰা ওলাই যায়।

যাবৰ সময়ত ঘৰৰ গৰাকীৰ পৰা টেৰালে ক্ষমা বিচাৰে। ঘৰৰ গৰাকীয়ে আৰক্ষীক পাছত ঘটনাৰ বিষয়ে অৱগত কৰাত আৰক্ষীয়ে তদন্ত চলাই জানিব পাৰে যে টেৰালে আচলতে এগৰাকী মহিলাৰ পৰা গাড়ী এখন চুৰি কৰিবলৈ গৈ ব্যর্থ হােৱাত পুলিচৰ ভয়ত পলায়ন কৰি উক্ত বাসগৃহত প্ৰৱেশ কৰি নৈশযাপন কৰিছিল। আৰক্ষীয়ে ইতিমধ্যে টেৰালক গ্রেপ্তাৰ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AmericaThif
publisher

publisher

Related Posts

নগেন ভৰালীৰ ‘মানুহৰ বাবে ‘ নামৰ কাব্য সংকলন উন্মোচন
Assam

October 4, 2026
মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ
Assam

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ ৰামছাৰাণী উন্নয়ন খণ্ড অঞ্চলত কাম নকৰাকৈয়ে আঁচনিৰ ধন উলিয়াই নিয়াৰ অভিযোগ ৰাইজৰ

October 4, 2026
পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল
Assam

পৰ্যটকৰ বাবে সাজু  মতাপুং মাগুৰি বিল

October 4, 2026
CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ
India

CJPৰ প্ৰতিবাদত মহিলা সাংবাদিকক যৌন হাৰাশাস্তিৰ অভিযোগ

October 4, 2026
বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল
International

বিশ্বই হেৰুৱালে এশ কোটি ৫৬ লাখ হেক্টৰ ভূমিৰ বনাঞ্চল

October 4, 2026
পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা
International

পুত্র-কন্যাক নেদেখাকৈয়ে জীৱন অৱসান ঘটাৰ আশংকা

October 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d