Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Wine Shop : নিত্য নতুন যুক্তি : ৰাজ্যত অধিক সুৰা বিপণী স্থাপনৰ তৎপৰতা আৰম্ভ

publisher by publisher
December 19, 2022
in News, Assam
Reading Time: 2 mins read
0
Wine Shop : নিত্য নতুন যুক্তি : ৰাজ্যত অধিক সুৰা বিপণী স্থাপনৰ তৎপৰতা আৰম্ভ
1
SHARES
7
VIEWS
ShareShareShareShare

Wine Shop :

অসমত সুৰাৰ নৈ বোৱাবলৈ ক’তো যেন খালী ঠাই ৰাখিব বিচৰা নাই চৰকাৰে। সেইবাবে আগন্তুক দিনবোৰতো প্রয়োজন আৰু চাহিদা অনুসৰি নতুন সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিবলৈ সিদ্ধান্ত লৈছে চৰকাৰে।

ADVERTISEMENT

ইয়াৰ আচল কাৰণবোৰ লোকচক্ষুৰ আঁতৰত ৰাখিবলৈ পার্যমানে নতুন নতুন যুক্তি উলিওৱাৰ চেষ্টা চলাইছে। অথচ এনে তৎপৰতাৰ প্ৰকৃত কাৰণ হ’ল ৰাজহ সংগ্ৰহ বৃদ্ধি কৰা।

RelatedPosts

Guwahati University: গুৱাহাটী বিশ্ববিদ্যালয়ৰ গাতে সুৰাৰ বিপণীৰ অনুমতিক লৈ ক্ষোভৰ সৃষ্টি

Branch officer arrested for taking bribe at Janata Bhawan:পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

Illegal Liquor Seized in Jalukbari:মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানত জব্দ ৫৮০ লিটাৰ চুলাই জব্দ

ব্যয়ৰ বিপৰীতে অসমৰ নিজা পুঁজি সংগ্ৰহৰ সুযোগ নিচেই কম। সেয়েহে সুযোগ থকা কোনো উৎসৰ পৰা ৰাজহ সংগ্ৰহৰ কোনো সুৰুঙা এৰি নিদিবলৈ চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

সম্প্রতি আবকাৰী বিভাগেই যেন হৈ পৰিছে চৰকাৰখনৰ ৰাজহ সংগ্ৰহৰ মূল উৎস। গতিকে এইক্ষেত্ৰত চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে। এনে কাৰণত আবকাৰী বিভাগে গ্রামাঞ্চলত সুৰা বিপণী স্থাপনৰ সিদ্ধান্ত লৈছিল ।

তাৰ ভিত্তিত ৰাজ্যখনৰ গাঁৱে-ভূঞে নতুন নতুন বিপণী স্থাপনৰ অনুজ্ঞাপত্র প্রদান প্রক্রিয়া অব্যাহত আছে। এই প্রক্রিয়াত গ্রামাঞ্চলত থকা বাৰবোৰকো সুৰা বিপণীলৈ পৰিৱৰ্তন কৰা হয় ।

এই পর্যায়ত গ্রামাঞ্চলত কমেও সাতশখন নতুন সুৰা বিপণী স্থাপনৰ লক্ষ্য বিভাগটোৱে লৈছে। চৰকাৰৰ এই কার্যক লৈ সর্বত্র সচেতন লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে; কিন্তু তেনে প্রতিক্রিয়ালৈ চৰকাৰে কৰ্ণপাত কৰা নাই।

বৰঞ্চ ওলোটাই অধিকৰ পৰা অধিকতৰ বিপণী স্থাপনৰ অনুজ্ঞাপত্ৰ দিয়াৰহে সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত অনুজ্ঞাপত্ৰ থকা নতুন সুৰা বিপণী স্থাপন কৰিব বিচৰা সন্দৰ্ভত বিভাগীয় মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে চৰকাৰে মানুহক সুৰা সেৱনৰ প্ৰতি উৎসাহিত নকৰে; কিন্তু অসমত বিষাক্ত সুৰাৰ প্ৰচলন হৈ আছে।

এইবোৰে মানব দেহৰ ভয়ংকৰ ক্ষতি কৰে। তেনে ক্ষতি নহ’বৰ বাবে তথা বিষাক্ত সুৰাৰ প্ৰচলন বন্ধ কৰাৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যত অনুজ্ঞাপত্ৰ থকা সুৰাৰ প্ৰচলনত গুৰুত্ব দিছে।

জনস্বাৰ্থৰ খাতিৰত আনকি পৰম্পৰাগত জনজাতীয় তথা জনগোষ্ঠীয় সুৰাৰ পৰীক্ষাতো মন্ত্ৰীজনে গুৰুত্ব আৰোপ কৰে। এই প্ৰসংগতে আবকাৰী বিভাগৰ শীৰ্ষ বিষয়াৰ সূত্ৰই সদৰী কৰে যে অসমত প্ৰতি বছৰে বিষাক্ত সুৰা সেৱন কৰি ৩০জনকৈ লোকৰ মৃত্যু হয় বুলি শেহতীয়াভাৱে স্বাস্থ্য বিভাগৰ পৰা তেওঁলোকক অৱগত কৰিছে।

এই যুক্তিৰ আলমত নতুন অধিক সুৰা বিপণীৰ প্ৰয়োজনীয়তাৰ দিশটো বিবেচনা কৰা হৈছে। তদুপৰি অসমত অৰুণাচলী চোৰাং সুৰাৰ প্ৰচলনতো ইয়াৰ জৰিয়তে বাধা দিব বিচৰা হৈছে।

সূত্ৰটোৱে কয় যে চোৰাং সুৰাৰ প্ৰচলনত বাধা প্ৰদানত সক্ৰিয়তা প্ৰদৰ্শন কৰাৰ বিপৰীতে নতুন বিপণী স্থাপনেৰে বৈধ সুৰাৰ যোগান অপর্যাপ্ত কৰাতহে চৰকাৰে অগ্ৰাধিকাৰ দিয়ে৷

তেনেদৰে বিষাক্ত সুৰা প্রস্তুতৰ লগত জড়িতসকলক কৰায়ত্ত কৰি শাস্তি বিহাৰ পৰিৱৰ্তে সমস্যাটো নতুন বিপণী স্থাপনেৰেহে হ্রাস কৰাৰ সিদ্ধান্ত লোৱা হয়৷ ইয়াৰ মূল কাৰণটোৱে হ’ল চৰকাৰৰ ৰাজভঁৰাল টনকিয়াল কৰা।

সূত্ৰটোৱে লগতে উল্লেখ কৰে যে অসমত সুৰা প্রস্তুতৰ নতুন উদ্যোগ স্থাপনতো চৰকাৰে আগ্ৰহ প্ৰকাশ কৰিছে। কেইটামান চৰ্ত পূৰণ হ’লে অচিৰে নতুন কে’বাটাও সুৰা উদ্যোগ স্থাপনৰ পথ প্রশস্ত হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AlchoholExcise DepartmentWine Shop
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d