Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    ১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

    দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

    তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

    শিৱসাগৰত দুই কোটি টকাৰ বাজেটেৰে প্রাণ পাই উঠিছে ২৬খন পূজা মণ্ডপ

    ৰেল-মেট্ৰ’-ইণ্টাৰনেট বন্ধ কৰি উচ্চতম ন্যায়ালয়ত নিঃচর্ত ক্ষমা বিচাৰিলে গৃহ মন্ত্রণালয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 বজাৰলৈ আহিল পতঞ্জলি-পিএনবি ক্রেডিট কার্ড

publisher by publisher
February 13, 2022
in India, News
Reading Time: 1 min read
0
 বজাৰলৈ আহিল পতঞ্জলি-পিএনবি ক্রেডিট কার্ড
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

প্রতিদ্বন্দ্বী ব্ৰেণ্ডৰ সামগ্রীক হেয় পতঞ্জলিৰ বিজ্ঞাপনত বাধা প্রতিপন্ন কৰা আৰোপ দিল্লী উচ্চ ন্যায়ালয়ৰ

‘পেপচি-কোলাৰ দৰে আমেৰিকাৰ সামগ্ৰী ব্যৱহাৰ বন্ধ কৰক’, ট্ৰাম্পৰ ‘শুল্কবোমা’ৰ প্ৰতি সঁহাৰি জনাই বৰ্জনৰ আহ্বান ৰামদেৱৰ

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

ৰামদেৱৰ পতঞ্জলি আয়ুর্বেদ লিমিটেড (পিএএল) আৰু পঞ্জাৱ নেছনেল বেংকে ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশােধ নিগম (এনপিচিআই)ৰ স’তে যৌথ সহযােগিতাৰে এক সহ- ব্রেণ্ডেড ক্রেডিট কার্ড মুকলি কৰিছে। এই সহ-ব্রেণ্ডেড ক্রেডিট কার্ডখন এনপিচিআইৰ) ৰুপেৰ আধাৰত আগবঢ়োৱা হৈছে। এই কার্ডখন পিএনবি ৰুপে প্লেটিনাম আৰু পিএনবি ৰূপে ছিলেক্ট নামেৰে দুটা প্রকাৰত উপলব্ধ।

ADVERTISEMENT

কাৰ্ডৰ লাভালাভবােৰ কি চাও আহক

এই ক্রেডিট কার্ডখনত পতঞ্জলিৰ সামগ্রী ক্রয় কৰাৰ বাবে ভালৰাে ভাল অফাৰ আগবঢ়োৱা হৈছে য’ত কেছবেক,লয়েলটি পইন্ট, বীমা আৱৰণসহ কেবাটাও লাভালাভ উপলব্ধ। কার্ডধাৰকসকলে কার্ডখন মুকলি হােৱাৰ পৰা তিনি মাহৰ বাবে পতঞ্জলিৰ যিকোনাে বিপণীত ২৫০০ টকা বা ততােধিক লেনদেনত দুই শতাংশৰ কেছবেক লাভ কৰিব।

ইএমআই আৰু অট’-ডেবিটৰ সুবিধা আছে

পিএনবি ৰুপে প্লেটিনাম আৰু পিএনবি ৰুপে ছিলেক্ট কার্ডধাৰকে সক্রিয়কৰণৰ সময়ত ৩০০ ৰিৱার্ড পইন্ট লাভ কৰিব। ইয়াৰ উপৰি গ্ৰাহকসকলে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানকোঠাত লাউঞ্জ প্রৱেশ, এড-অন কার্ড সুবিধা আৰু ব্যয়, ইএমআই আৰু অট’-ডেবিট প্রৱেশাধিকাৰৰ ওপৰত আকর্ষণীয় ৰিৱার্ড পইণ্ট প্রাপ্ত কৰিব।

১০ লাখ টকালৈকে ক্রেডিট সীমা

কার্ডখনে দুর্ঘটনাজনিত মৃত্যু আৰু শাৰীৰিক অক্ষমতাৰ ক্ষেত্ৰত দুই লাখ আৰু ১০ লাখ টকাৰ বীমা আৱৰণ আগবঢ়ায়। প্লেটিনাম ক্রেডিট কার্ডৰ ক্রেডিট সীমা ২৫হেজাৰ টকাৰ পৰা পাঁচ লাখ টকা আৰু ছিলেক্ট কাৰ্ডত ৫০হেজাৰ টকাৰ পৰা ১০ লাখ টকাৰ ক্রেডিট সীমা উপলব্ধ হ’ব।

কিমান খৰচ হব?

প্লেটিনাম কার্ডত কোনাে যােগদান মাচুল নাই। অৱশ্যে, বার্ষিক মাচুল হিচাপে ৫০০টকা ভৰিব লাগিব। আনহাতে, ছিলেক্ট কাৰ্ডৰ ক্ষেত্ৰত, উপভােক্তাই ৫০০ টকাৰ যােগদান মাচুলৰ লগতে ৭৫০টকাৰ বার্ষিক মাচুলাে পৰিশােধ কৰিব লাগিব। পিএনবি আৰু ৰুপেৰ স’তে এই পদক্ষেপে কার্ড ব্যৱহাৰকাৰীসকলৰ মাজত ক্রেডিট কার্ড ব্যৱহাৰ কৰাৰ অধিক সুযােগ প্রদান কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: babaramdevPatanjalipunjabnationalbank
publisher

publisher

Related Posts

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, মোতায়েন ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ
Assam

ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

October 16, 2026
১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে
India

১০ টকীয়া মুদ্ৰাৰে স্কুটী ক্রয় কৰিলে তেলেংগানাৰ ব্যক্তিয়ে

October 16, 2026
দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক
Assam

দেৱী দুৰ্গাৰ মান্তৰালকৈ ‘শ্রীসিংহ’ৰ পূজাও বাধ্যতামূলক

October 16, 2026
তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস
India

তৈল খেজুৰৰ খেতিৰ নামত ব্যাপক হাৰত বন ধ্বংস

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d