Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

POK : পাক সেনাক ভূমি দখল কৰিব দিয়া নহ’ব !

অধিকৃত কাশ্মীৰত ইছলামাবাদ বিৰোধী গণবিক্ষোভ

publisher by publisher
December 23, 2022
in News, International
Reading Time: 1 min read
0
POK : পাক সেনাক ভূমি দখল কৰিব দিয়া নহ’ব !
2
SHARES
18
VIEWS
ShareShareShareShare

POK :

পাক অধিকৃত কাশ্মীৰৰ পৰা বিচ্ছিন্ন কৰাৰ পাছৰ পৰাই হিংসা অব্যাহত আছিল গিলিগিট-বালটিস্তানত । এইবাৰ গিলিগিট-বালটিস্তানৰ বাসিন্দাসকলে পথত ওলাই আহি পাকিস্তান বিৰোধী বিক্ষোভ প্ৰদৰ্শন কৰে ।

ADVERTISEMENT

জম্মু আৰু কাশ্মীৰৰ এই অংশৰ নাগৰিকসকলৰ অভিযোগ, তেওঁলোকক জোৰ কৰি উচ্ছেদৰ চেষ্টা কৰিছে পাক সেনাই ।

RelatedPosts

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

পাকিস্তানত উদ্ধাৰ হোৱা ১৫শ বছৰ পুৰণি সংস্কৃতৰ মোহৰৰ তত্ত্বোদ্ধাৰ

Pakistan Petrol-Diesel Price Hike:পাকিস্তানত পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধি

চলিত সপ্তাহত ৰাজধানী গিলগিট আৰু ওচৰ-পাজৰৰ বিভিন্ন অঞ্চললত পাক সেনা আৰু সীমান্তৰক্ষাল দায়িত্বপ্রাপ্ত ৰেঞ্জাৰ্ছ আৰু ফ্রন্টিয়াৰ কোল বাহিনীৰ কনভয় আৱৰি কে’বাবাৰো প্ৰতিবাদ হৈছে ।

সামাজিক মাধ্যমত ভাইৰেল হৈছে সেই ভিডিঅ’ । এনেকি, গিলিগিট-বালটিস্তানৰ এই বিক্ষোভকাৰীসকলৰ অনেকে প্ৰত্যক্ষভাৱে ভাৰতৰ পক্ষত শ্ল’গান দিছে বুলিও পাক সংবাদমাধ্যমৰ একাংশ‌ই জনাইছে !

কাৰাকোৰাম পৰ্বতমালাৰে আগুৰা গিলগিট-বালটিস্তান ব্ৰিটিছ শাসনকালত জম্মু-কাশ্মীৰৰ ‘প্ৰধান ৰাজ্য’ৰ অংশ আছিল । ১৯৪৮ত পাকিস্তানে জম্মু আৰু কাশ্মীৰ উপত্যকাৰ কিছু অংশৰ লগতে এই অঞ্চলটোও দখল কৰে ।

কিন্তু গিলগিট-বালটিস্তানক পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজফ্‌ফৰাবাদৰ নিয়ন্ত্রণত নানি ‘ফেডাৰেলি এডমিনিষ্টাৰড্ নর্দার্ন এৰিয়া’ নামকৰণ কৰি প্ৰত্যক্ষভাৱে কেন্দ্রীয় নিয়ন্ত্রণত অনা হয় ।

নতুন নামকৰণৰ পাছত ২০০৯ত কেন্দ্রীয় নিয়ন্ত্রণত প্রথম স্থানীয় আইনসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় গিলগিট-বালটিস্তানত । সেই সময়ত নতুন দিল্লীৰ তৰফৰ পৰা ইছলামাবাদৰ এই উদ্যোগৰ বিৰোধিতা কৰা হৈছিল ।

ইয়াৰ পাছত ২০১৮ত পাকিস্তান উচ্চতম ন্যায়ালয়ে তাত প্রাদেশিক আইনসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে সেই দেশৰ চৰকাৰক ২০১৮ৰ প্রশাসনিক আইন সংশোধনৰ নির্দেশ দিছিল ।

সেই আইন সংশোধনৰ পাছত ২০২০-ত প্রাদেশিক আইনসভাৰ নিৰ্বাচন অনুষ্ঠিত হয় যদিও গিলগিট-বালটিস্তানৰ অধিবাসীসকলৰ একাংশ‌ই অধিকৃত কাশ্মীৰৰ স’তে জড়িত হোৱাৰ দাবী জনাইছিল । এইবাৰ গিলগিট-বালটিস্তানত আৰম্ভ হ’ল পাকিস্তান-বিৰোধী গণবিক্ষোভ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gilgit Baltistan ElectionGilgit Baltistan ProtestJammu and KashmirPakistanPakistan ArmyPOK
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d