Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !

    Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

    Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

    G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

    Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

    Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home News Assam

Health Minister keshab Mahanta: ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

ৰাইজৰ প্ৰশ্ন, পৰীক্ষাগাৰৰ গিণিপিগ সজালে নেকি সাধাৰণ জনতাক ?

publisher by publisher
January 17, 2023
in COVID-19, Assam, Health, India, News
Reading Time: 2 mins read
0
Health Minister keshab Mahanta: ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা স্বীকাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ
3
SHARES
26
VIEWS
ShareShareShareShare

Health Minister keshab Mahanta:

কেৱল ক’ভিড ভেকচিনেই নহয়, যিকোনো ভেকচিনৰে পাৰ্শ্বক্ৰিয়া থাকিব পাৰে। ক‘ভিড ভেকচিনৰো থাকিব পাৰে৷ ভেকচিন মাত্ৰেই পৰ্যালোচনাৰ থলীৰ আছে।

ADVERTISEMENT

চৌদিশে ক‘ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া সন্দৰ্ভত হৈ-ছৈ লাগি থকাৰ সময়তে আজি কলিয়াবৰত ভেকচিন সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ।

RelatedPosts

G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

Odisha : মৃত্যুৰ স’তে যুঁজী হাৰ মানিলে , প্ৰয়াত উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী

কভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াক লৈ ভয় শংকাৰ চৰ্চা চলি থকাৰ সময়তে স্বাস্থ্যমন্ত্ৰী গৰাকীৰ এই মন্তব্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।

বিভিন্নজনে স্বাস্থ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে মুকলিকৈয়ে প্ৰশ্নৰ উত্থাপন কৰিছে যে, ক’ভিদ ভেকচিন প্ৰদানেৰে একপ্ৰকাৰ পৰীক্ষাগাৰৰ গিণিপিগ সজালে নেকি সাধাৰণ জনতাক? সাধাৰণ জনতাৰ ওপৰতহে ইয়াৰ পৰীক্ষা কৰা হ’ল নেকি ?

ইফালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ভেকচিনক লৈ ব্যৱসায় চলাৰ অভিযোগ উত্থাপন কৰাৰ কথা একেষাৰেই নস্যাৎ কৰি ক’ভিড ভেকচিনক লৈ কোনো ব্যৱসায় চলা নাই বুলি মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে অখিল গগৈৰ মন্তব্যক নস্যাৎ কৰি কয় ¸ অসমত পাঁচ কোটিৰো অধিক লোকক বিনামূলীয়াকৈ ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে৷ এনে অভিযোগ অসত্য ৷ ইফালে স্বয়ং স্বাস্থ্যমন্ত্ৰীৰ মুখতে ক’ভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ কথা শুনি চিন্তিত হৈ পৰিছে জনসাধাৰণ ৷

উল্লেখ্য যে প্ৰথমবাৰলৈ ভেকচিন পাশ্বক্ৰিয়াৰ কথা স্বীকাৰ কৰিলে ভাৰত চৰকাৰে। বিজলুৱা অংশত খজুৱতি,ৰঙা ৰঙা দাগ,টোপনিৰ এলাহ, মূৰ ঘূৰণি,মানসিক চাপ অকাৰণত ভাগৰুৱা অনুভৱ আৰু গাৰ বিষো হৈছে ভেকচিন লোৱাৰ পিছত বহুতৰে ৷

একেদৰে হাত,বাহু,কলাফুলত বিষ অনুভৱ,চকুৰ বিষ,দৃষ্টিশক্তি হ্ৰাস পোৱা,বুকুৰ বিষৰ লগতে উশাহ ছুটিৰ লগতে কাৰণ নোহোৱাকৈ বমি ভেকচিনৰ চাইড ই’ফেক্ট বুলি নিশ্চিত কৰা হৈছে ৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: CMOcovid vaccinationhealth ministerKeshab MahantaREACTION
publisher

publisher

Related Posts

Amul Hikes Milk Price Again: আমূলে পুনৰ বৃদ্ধি কৰিলে গাখীৰৰ মূল্য !
India

February 3, 2023
Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে
Assam

Anti Corruption Raid :ওদালগুৰিত হাত দাঙিলে এজনে

February 3, 2023
Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল
Assam

Dgp Pressmeet :বাল্য বিবাহ সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানৰ সংবাদমেল

February 3, 2023
G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক
Assam

G p Singh :অসম আৰক্ষীৰ হেড কোৱাৰ্টাৰত জেষ্ঠ আৰক্ষী বিষয়াৰে ডি জি পি ৰ ৰুদ্ধদ্বাৰ বৈঠক

February 3, 2023
Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত
Assam

Assam Against Child Marriage:বাল্য বিবাহত জড়িত বাৰ শতাধিক লোক আৰক্ষীৰ জালত

February 3, 2023
Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ
Assam

Chief Minister’s Intimate Talk: তাজ বিভান্টাত এন চি চি আৰু এন এছ এছৰ কেডেটৰে মুখ্যমন্ত্ৰীৰ অন্তৰংগ আলাপ

February 3, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: