Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhabanipur : পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখল হোৱা ভূমিত চলিল উদ্ধাৰ অভিযান

অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ বিধায়ক ফনীধৰ তালুকদাৰৰ

publisher by publisher
February 15, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Bhabanipur : পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখল হোৱা ভূমিত চলিল উদ্ধাৰ অভিযান
1
SHARES
14
VIEWS
ShareShareShareShare

Bhabanipur :

 ঐতিহ্যমণ্ডিত পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখলকাৰীৰ গ্ৰাসত থকা সত্ৰৰ ভূমি উদ্ধাৰ অভিযানত নামিল আজি চৰকাৰী প্ৰশাসন, ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে বহুসংখ্যক স্থানীয় বিজেপিৰ নেতা-কৰ্মী তথা ৰাইজ।

ADVERTISEMENT

উল্লেখ্য যে পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰৰ ভূমিত আজি পুৱাৰ ভাগতেই উপস্থিত হয় বজালী মহকুমা প্ৰশাসনৰ কেবাগৰাকীও উচ্চ পদস্থ বিষয়া,ৰাজহ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল।

RelatedPosts

Eviction Drive in Hailakandi:হাইলাকান্দিৰ সংৰক্ষিত বনাঞ্চলত পুৱাৰে পৰা আৰম্ভ প্ৰশাসনৰ উচ্ছেদ অভিযান

Eviction Drive:বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ বেদখলিকৃত ভূমিত উচ্ছেদ অভিযান আৰম্ভ

Eviction Drive in Doboka:নৱবৰ্ষৰ দ্বিতীয়টো দিনতে ডবকাৰ মৌডংগা সংৰক্ষিত বনাঞ্চলত বৃহৎ উচ্ছেদ অভিযান

পূৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ পশ্চিম দিশে বেদখলকাৰীৰ কৱলত থকা,বেদখলকাৰীয়ে কৃষিকাৰ্য কৰা ভূমিৰ এক বিশাল এলেকাত প্ৰশাসন আৰু ৰাজহ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে ৰঙা পতাকা পুতি সংৰক্ষণ কৰে।

লগতে সত্ৰৰ ভূমিত বেদখলকাৰীয়ে কৰা কৃষি কাৰ্যবোৰ জেচিবিৰে উচ্ছেদ কৰে। উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ বিধায়ক ফনীধৰ তালুকদাৰে সত্ৰৰ বেদখল হোৱা ভূমিত উপস্থিত হৈ সেই স্থানত চৰকাৰী আঁচনিৰ ৪ টা অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।

অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰি বিধায়ক ফনীধৰ তালুকদাৰে সংবাদ মাধ্যমৰ লগতে ৰাইজৰ আগত কয় যে- ‘অসমত এতিয়া বিজেপিৰ নেতৃত্বত চৰকাৰ চলিছে।

বিজেপিৰ নেতৃত্বত চৰকাৰ থকালৈকে আমাৰ মাটি কোনেও দখল কৰিব নোৱাৰে। গোপালদেৱ আতাৰ সত্ৰৰ বেদখলত থকা বিশাল এলেকাৰ ভূমিত পৰবৰ্তী সময়ত বিভিন্ন চৰকাৰী আঁচনি প্ৰৱৰ্তন হ’ব।

ইয়াত এতিয়াৰে পৰা বেদখল আৰু নচলিব’। বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে উপস্থিত বহুসংখ্যক বিজেপি নেতা-কৰ্মী-ৰাইজে সত্ৰৰ ভূমিত অমৃত সৰোবৰৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰি ‘জয় শ্ৰীৰাম.’,’ভাৰতমাতা কী জয়..’ আদি ধ্বনিৰে উত্তাল কৰি তোলে।

তদুপৰি সত্ৰৰ ভূমিত জেচিবিৰে চাৰিটাকৈ বৃহৎ বৃহৎ অমৃত সৰোবৰ খান্দা কাৰ্যৰো আৰম্ভ কৰা হয় ।

গোটেই দিনটোতেই আজি শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখলকাৰীৰ কৱলত থকা ভূমিৰ উদ্ধাৰ অভিযান চলায় সমান্তৰালকৈ জেচিবিৰে অমৃত সৰোৱৰ খান্দা কাৰ্য অব্যাহত থাকে।

লক্ষণীয়ভাৱে আজি শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ বেদখলকাৰীৰ গ্ৰাসত থকা ভূমিত সৰুপেটাৰ বাসিন্দা তথা বিশিষ্ট সাহিত্যিক অসমীয়া লোক সংস্কৃতিৰ গৱেষক ড° অমিয়া মহন্তৰ নেতৃত্বত শ্ৰীশ্ৰী গোপালদেৱ আতা আৰু তেওঁৰ জীয়ৰী প্ৰথম অসমীয়া মহিলা কবি আই পদ্মপ্ৰিয়াৰ ভক্তই ‘আই পদ্মপ্ৰিয়া সত্ৰ’ নামাকৰণেৰে বেনাৰ স্থাপন কৰে।

ড° অমিয়া মহন্তই আজি সত্ৰৰ ভূমি বেদখল উচ্ছেদস্থলীত উপস্থিত হৈ ‘আই পদ্মপ্ৰিয়া সত্ৰ’ নামাকৰণেৰে বেনাৰ স্থাপন কৰি সাংবাদিকৰ আগত কয় যে- পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰৰ কাষেৰে এটা সময়ত বৈ যোৱা বাঢ়ৈমাৰা জানৰ পাৰতেই শ্ৰীশ্ৰী গোপালদেৱ আতাৰ জীয়ৰী প্ৰথম অসমীয়া মহিলা কবি আই পদ্মপ্ৰিয়াই ষোড়শ শতিকাতেই মহিলা সত্ৰ স্থাপন কৰিছিল।

সেই স্থানতেই শেষ নিশ্বাস ত্যাগ কৰিছিল আই পদ্মপ্ৰিয়াই। প্ৰাকৃতিক দুৰ্যোগৰ ফলত হেৰাই যায় সত্ৰখন। গতিকে আই পদ্মপ্ৰিয়াৰ স্থাপিত সত্ৰখন পুণৰ স্থাপনৰ বাবে প্ৰয়াস কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amrit Sarovar SchemeBhabanipurEviction DriveMla Bhanidhar TalukdarSri Sri Gopal Ata Satra
publisher

publisher

Related Posts

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d