Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

    Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

    Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

    kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

    Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

    Guwahati accident:মহানগৰীৰ ৰুক্মিণীগাঁও উৰণ সেতুত নিশা দুর্ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ভৱানীপুৰৰ গোপালদেৱ আতা সত্ৰত পুথিভঁৰাল উদ্বোধন

বিশিষ্টা সাহিত্যিক ড° অমিয়া মহন্তক উষ্ণ সম্বৰ্ধনা শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ

publisher by publisher
November 21, 2021
in Assam, India, News
Reading Time: 1 min read
0
ভৱানীপুৰৰ গোপালদেৱ আতা সত্ৰত পুথিভঁৰাল উদ্বোধন
12
SHARES
122
VIEWS
ShareShareShareShare

RelatedPosts

Agp Swahid Diwas Celebrations:শ্বহীদ খৰ্গেশ্বৰৰ জন্ম গাওঁ উজান বৰবৰীত অগপৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ খৰ্গেশ্বৰৰ ভাতৃ ৰাধাকান্তৰ

Bhabanipur:ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

Cattle Theft :বিলাসী বাহনেৰে গৰু চুৰি !

পুৰণ ভৱানীপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰত আজি দিনজোৰাকৈ অনুষ্ঠিত হয় শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ চতুৰ্থখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা । উল্লেখ্য যে শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ সভাপতি ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ স’তে সংগতি ৰাখি সভাত প্ৰাক্তন অধ্যাপক, বিশিষ্ট সাহিত্যিক, লেখিকা তথা আই পদ্মপ্ৰিয়া বঁটা প্ৰাপক ড° অমিয়া মহন্তক উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমে ।

ADVERTISEMENT

অসমত প্ৰথমবাৰৰ বাবে শ্ৰী শ্ৰী গোপালদেৱ আতাৰ জীয়ৰী তথা অসমৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ ওপৰত জীৱনীমূলক গ্ৰন্থৰ স্ৰষ্টা, ৰাধিকা, বৰপেইটা শব্দকোষ, ৰাম স্বৰস্বতীৰ ৰচনাৱলীত ভাষা, ভাষা সাহিত্যৰ ৰস আদি গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আৰু শৈক্ষিক ক্ষেত্ৰখনলৈ অলেখ অৱদান আগবঢ়োৱাৰ বাবে শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমে ড° অমিয়া মহন্তক চেলেং চাদৰ, ফুলাম গামোচা, মানপত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

ইয়াৰ পূৰ্বে শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰ প্ৰাংগণত এটা পুথিভঁৰাল উদ্বোধন কৰে বজালীৰ প্ৰবীণ সাহিত্যিক-লেখক বসন্ত তালুকদাৰে । সম্বৰ্ধনা আৰু পুথিভঁৰাল উদ্বোধনী অনুষ্ঠানত শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ সভাপতি ভৱ গোস্বামী, কাৰ্যকৰী সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মণ, সাধাৰণ সম্পাদক মনু বৰুৱা, ধুপগুৰিৰ শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰসেনজিৎ মেধি, পুৰণ ভৱানীপুৰৰ শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰ পৰিচালনা সমিতিৰ সম্পাদক চম্পক বায়নকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি, শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

উল্লেখ্য যে সত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ চতুৰ্থখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত অসমৰ সত্ৰ-সংস্কৃতি, ধৰ্ম সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত পৰৱৰ্তী কাৰ্যক্ৰমণিকা যুগুত কৰা বুলি জানিবলৈ দিয়ে শ্ৰী শ্ৰী গোপালদেৱ সেৱক সমাজ, অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amiya MahantaBhabanipur
publisher

publisher

Related Posts

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’
International

তিনিটা বছৰ ৱাৰ্ডৰোবত পৰি থকা পোছাকেই এদিন উজলাইছিল বিশ্বক, পুনৰ নিলামত ডায়নাৰ ‘ৰিভেঞ্জ ড্ৰেছ’

September 11, 2026
Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা
Assam

Dibrugarh Don Bosco School:ডিব্ৰুগড়ৰ ডন বস্কো’ স্কুলত চাঞ্চল্যকৰ ঘটনা

September 11, 2026
Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা
Assam

Guwahati:মহানগৰীৰ মালিগাঁৱত আবকাৰী বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

September 11, 2026
Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন
Assam

Cattle Seized in Khetri: ক্ষেত্ৰীৰ টেঘেৰীয়াত জব্দ অবৈধ গৰুভৰ্তি বাহন

September 11, 2026
kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড
Assam

kidnapped incident in Birubari:মহানগৰীত পুনৰ চাঞ্চল্যকৰ অপহৰণ কাণ্ড

September 11, 2026
Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা
Assam

Bank Strike:দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্মঘট ঘোষণা

September 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d