Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Krishna Kanta Handique State Open University : ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নতুন শিক্ষানীতি ২০২০ আৰু দ্বৈত ডিগ্ৰী সম্পৰ্কীয় বক্তৃতানুষ্ঠান

publisher by publisher
February 12, 2023
in Assam, News
Reading Time: 2 mins read
0
Krishna Kanta Handique State Open University : ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নতুন শিক্ষানীতি ২০২০ আৰু দ্বৈত ডিগ্ৰী সম্পৰ্কীয় বক্তৃতানুষ্ঠান
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Assam Sahitya Sabha Pathsala Session:অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিবেশনৰ আজি প্ৰথম দিন

Pathsala Food Poisoning:পাঠশালাৰ প্ৰসাদত বিষক্ৰিয়া !

Bajali Public Rally:বজালী জিলা প্ৰাপ্তিৰ দাবীত পাঠশালাত বিশাল ৰাজহুৱা সভা

Krishna Kanta Handique State Open University :

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আজি মহাবিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়খনৰ অধীনত নতুন শিক্ষানীতি ২০২০ আৰু দ্বৈত ডিগ্ৰী সম্পৰ্কীয় এখন মনজ্ঞ বক্তৃতানুষ্ঠান সম্পন্ন হয়।

ADVERTISEMENT

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বক্তৃতানুষ্ঠানত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড° ৰাজেন্দ্ৰ প্ৰসাদ দাসে মুখ্য বক্তাৰূপে নিৰ্দিষ্ট বিষয়ৰ ওপৰত বহলভাৱে বাখ্যা কৰে।

উপাচাৰ্য ড° ৰাজেন্দ্ৰ প্ৰসাদ দাসে তেওঁৰ ভাষণত কয় যে, “ৰাষ্ট্ৰীয় নতুন শিক্ষানীতিয়ে শিক্ষাৰ্থীয়ে এটা বিষয়ৰ লগতে অন্য এটা বিষয় সমান্তৰালভাৱে আহৰণ কৰিব তথা অধ্যয়ন কৰিব পৰা ব্যৱস্থাটোক সুবিধা প্ৰদান কৰিব পাৰে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ জৰিয়তে সকলো শিক্ষাৰ্থীয়ে সমস্যাহীনভাৱে শিক্ষা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীৰ ভিন্ন সমস্যা সমাধানৰ সঠিক সুত্ৰ সন্নিৱিষ্ট হৈছে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিত। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষা ব্যৱস্থাক, শৈক্ষিক ক্ষেত্ৰখনক আগুৱাই নিব।”

নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰয়োগ আৰু কাৰ্যকৰীকৰণৰ ওপৰতো অধিক মনজ্ঞভাৱে বহলাই বাখ্যা কৰে উপাচাৰ্য ড° ৰাজেন্দ্ৰ প্ৰসাদ দাসে।

ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহযোগী অধ্যাপক ৰাজু কুমাৰ দাসে আত ধৰা বক্তৃতানুষ্ঠানত স্কুল অব চায়েন্সৰ সঞ্চালক অধ্যাপক জয়দ্বীপ বৰুৱা, স্কুল অব হিউমিনিটিচৰ সঞ্চালক অধ্যাপক প্ৰাণজিৎ বৰায়ো নিৰ্দিষ্ট বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে বজালী জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল গোস্বামী,বৰপেটা জিলা ইতিহাস সংকলন সমিতিৰ উপ সভাপতি সোমনাথ তালুকদাৰ, সম্পাদক ভাস্কৰ দাস বিশেষ অতিথিৰূপে উপস্থিত থাকে।

বক্তৃতানুষ্ঠানত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ সমন্বয়ক শ্বাহ আলম হুছেইনে নিৰ্দিষ্ট বিষয়বস্তু উত্থাপন কৰাৰ লগতে সামৰণি ভাষণ দিয়ে মহাবিদ্যালয়খনৰ আই কিউ এ চিৰ সমন্বয়ক ড° সমীৰণ শৰ্মাই। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই বক্তৃতানুষ্ঠানৰ আৰম্ভণিতে সভাপতিৰ আসন গ্ৰহণ কৰি নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত বিশ্লেষনেৰে আদৰণি ভাষণ দিয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Krishna Kanta Handique State Open UniversityPathsala
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d