Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Udalguri:ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আয়োজন

    Guwahati Lachit Sangha Rash Mahotsav:গুৱাহাটীত ৰাস মহোৎসৱ

    Assam Bjp Press Release:লোকসভা ৰণলৈ সাজু ভাৰতীয় জনতা পার্টি

    Guwahati Traffic Police Pressmeet :কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ

    Golaghat :গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা

    Heavy Rains in Gujarat , kill 20 People:গুজৰাটত প্ৰৱল বৃষ্টিপাত , মৃত্যু ২০ জনকৈ লোকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Opposition Leader Debabrata Saikia Visits Udalguri :অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা !

বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া

publisher by publisher
February 28, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Opposition Leader Debabrata Saikia Visits Udalguri :অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা !
3
SHARES
31
VIEWS
ShareShareShareShare

Opposition Leader Debabrata Saikia Visits Udalguri :

ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা স্থান আজি পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷

ADVERTISEMENT

শইকীয়াই মানাহ অভয়াৰণ্যৰ কাষত অৱস্থিত ডিম্বেশ্বৰ মুছাহাৰীৰ  ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগলৈ উপায়ুক্তৰ যোগেদি স্মাৰক প্ৰেৰণ কৰে।

RelatedPosts

Assam Mla Team Bangladesh Visit : অসম বিধানসভাৰ ৩৭ জনীয়া বিধায়ক দল ৰাওনা বাংলাদেশলৈ

অসম চৰকাৰৰ কেবিনেটে কালি তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ইংৰাজী মাধ্যমত গণিত বিজ্ঞানৰ শিক্ষা দিয়া হ’ব বুলি লোৱা সিদ্ধান্তত বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া ।

বিধায়ক কৰিমুদ্দিনে বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ বিৰুদ্ধে অনা অভিযোগৰ সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া

উল্লেখ্য যে,২৪ ফেব্ৰুৱাৰীত দিনৰ ১০.৩০ বজাত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ ১ নং ধনশিৰি সুঁতি গাওঁৰ নিবাসী দৈফাঙৰ মাথী দৈমাৰীৰ বাসগৃহ চৌহদত আৰক্ষী বাহিনীয়ে এজন সন্দেহযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰে।

দৈমাৰীৰ পৰিয়ালক তেওঁলোকৰ নিজা বাসগৃহ খালি কৰিবলৈ আৰক্ষীয়ে বাধ্য কৰাই আৰু তাৰ পিছত কেনাৰাম বসুমতাৰী নামৰ এজন দুৰ্ধৰ্ষ অপৰাধীক আৰক্ষীৰ হাতৰ পৰা পলাব লওতে গুলিওৱা বুলি পুলিচে প্ৰেছৰ জৰিয়তে অৱগত কৰে।

পৰৱৰ্তী সময়ত এই ব্যক্তি জনৰ ফটো বাতৰি-কাকতত দেখা পাই বাক্সা জিলাৰ মানাহ অভয়াৰণ্যৰ ওচৰৰ ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে মৃত ব্যক্তিজন ডিম্বেশ্বৰ মুছাহাৰী বুলি দাবী কৰে আৰু পুলিচক তেখেতৰ মৃতদেহ চমজাই দিবলৈ দাবী জনাই।

এতিয়ালৈকে মৃতদেহটো পুলিচে কেনাৰাম বসুমতাৰীৰ বুলি দাবী কৰিলেও নিশ্চিত ভাৱে কেনাৰাম বসুমতাৰীৰ নে ডিম্বেশ্বৰ মুছাহাৰীৰ এই কথা জানিব পৰা হোৱা নাই। ফলত ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে এতিয়াও তেওঁলোকৰ আপোনজনৰ মৃতদেহ সংগ্ৰহ কৰিব পৰা নাই।

গোটেই ঘটনাটো সন্দেহজনক আৰু দিন-দূপৰতে এনেকৈ আৰক্ষীয়ে তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ অপ-প্ৰয়োগ কৰি আইন বহিঃৰ্ভূত ভাৱে এজন লোকক হত্যা কৰা ঘটনাই সমগ্ৰ অসমলৈ এক বিপদৰ সংকেত কঢ়িয়াই আনিছে।

ওদালগুৰি জিলাৰ উপায়ুক্তচাদনেক সিঙক সাক্ষাৎ কৰি তেখেতৰ যোগেদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ ওদালগুৰি জিলাত আৰক্ষীৰ দ্বাৰা সংঘটিত এজন ব্যক্তিৰ হত্যাকাণ্ডৰ বাবে সম্পূৰ্ণ তদন্ত বিচাৰি পত্ৰ স্মাৰক প্ৰেৰণ পত্ৰ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

লগতে নিহত ডিম্বেশ্বৰ মোছাহাৰীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ইয়াৰ পিছত বাক্সা জিলাৰ হালবাই গাঁৱৰ সমীপত ডিম্বেশ্বৰ মোছাহাৰীৰ গৃহত উপস্থিত হৈ ডিম্বেশ্বৰ মোছাহাৰীৰ পত্নী অতি মুমূৰ্খ অৱস্থাত চেলাইন লৈ থকাৰ ক্ষণত সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় ।

তেওঁৰ কন্যাই মোবাইলত পিতৃৰ মৃতদেহৰ ফটো দেখি পৰিয়ালৰ লোকসহ শনিবাৰৰ পৰা ওদালগুৰিত আৰক্ষীৰ সৈতে যোগাযোগ কৰি আছিল। কিন্তু আৰক্ষীয়ে মৃতদেহটো ডিম্বেশ্বৰ পূৰ্বতে কেনাৰাম বসুমতাৰীৰ বুলি দাবী প্ৰতিপন্ন কৰিবলৈ বিচাৰে।

শেহতীয়াকৈ আজি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ মৃতদেহটো DNA পৰীক্ষাৰ বাবে নিয়া হৈছে বুলি জানিবলৈ পাৰিছোঁ। এই হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনা নহ’বৰ বাবে গুৱাহাটীৰ উচ্চতৰ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাই  বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

দেৱব্ৰত শইকীয়াৰ সৈতে উপস্থিত থাকে অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন , অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ক্ৰমে শৈলেন সোণোৱাল আৰু ৰমন ঝা , ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বড়ো, ওদালগুৰিৰ কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়া, বাক্সা জিলা কংগ্ৰেছৰ সভানেত্ৰী চাজিয়া বেগম, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক আৰু দৰং জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী সমন্বিতে বহু দলীয় কৰ্মী ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Debabrata SaikiaOpposition LeaderUdalguri Visits
publisher

publisher

Related Posts

Udalguri:ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ হীৰক জয়ন্তী আয়োজন
Assam

November 27, 2023
Guwahati Lachit Sangha Rash Mahotsav:গুৱাহাটীত ৰাস মহোৎসৱ
Assam

Guwahati Lachit Sangha Rash Mahotsav:গুৱাহাটীত ৰাস মহোৎসৱ

November 27, 2023
Assam Bjp Press Release:লোকসভা ৰণলৈ সাজু ভাৰতীয় জনতা পার্টি
Assam

Assam Bjp Press Release:লোকসভা ৰণলৈ সাজু ভাৰতীয় জনতা পার্টি

November 27, 2023
Guwahati Traffic Police Pressmeet :কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ
Assam

Guwahati Traffic Police Pressmeet :কাইলৈ গুৱাহাটীত ভাৰত-অষ্ট্ৰেলিয়াৰ তৃতীয়খন টি-২০ মেচ

November 27, 2023
Golaghat :গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা
Assam

Golaghat :গোলাঘাটৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চা কেন্দ্ৰৰ ৰাসত নিশিতা গোস্বামী আৰু প্ৰীতি কংকনা

November 27, 2023
Heavy Rains in Gujarat , kill 20 People:গুজৰাটত প্ৰৱল বৃষ্টিপাত , মৃত্যু ২০ জনকৈ লোকৰ
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: