Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Venezuela’s maria corina machado has been awarded the nobel peace prize: ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাদোলৈ আগবঢ়োৱা হ’ল ২০২৫ ৰ শান্তি’ৰ নোবেল বঁটা

publisher by publisher
October 10, 2025
in International
Reading Time: 1 min read
0
Venezuela’s maria corina machado has been awarded the nobel peace prize: ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাদোলৈ আগবঢ়োৱা হ’ল ২০২৫ ৰ শান্তি’ৰ নোবেল বঁটা
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

ন’বেল শান্তি বঁটাপ্রাপক মাচাদোক ভেনিজুৱেলাৰ দায়িত্ব দিয়াৰ সম্ভাৱনা

বিশ্বৰ প্ৰথম বৰফশূন্য দেশৰ আখ্যা পালে ভেনিজুৱেলাই

Chinmay Ranjan Dutta Memorial Artist Award-2025 has been announced :চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৫ ঘোষণা

Venezuela’s maria corina machado has been awarded the nobel peace prize:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি ঘোষণা কৰা হ’ল ২০২৫বৰ্ষৰ শান্তিৰ নোবেল বঁটা ৷ ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাদোকলৈ আগবঢ়োৱা হয় সন্মানিয় শান্তিৰ নোবেল বঁটা ৷ নৰৱেৰ নোবেল কমিটীয়ে বঁটা ঘোষণা কৰি মাৰিয়া ক’ৰিনা মাচাদো সন্দৰ্ভত কয়,  ‘তেওঁ ভেনিজুৱেলাৰ জনসাধাৰণৰ বাবে গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ বাবে কৰা অক্লান্ত কামৰ বাবে আৰু একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ ন্যায়সংগত আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে কৰা সংগ্ৰামৰ বাবে” অহৰহ ব্ৰতী আছিল ৷
উল্লেখ্য যে, মাচাদো স্বৈৰাচাৰীতাৰ বিৰুদ্ধে দশকজুৰি চলি থকা সংগ্ৰাম আৰু গণতান্ত্ৰিক নীতি আৰু ভেনিজুৱেলাত ক্ষমতাৰ শান্তিপূৰ্ণ পৰিৱৰ্তনৰ প্ৰসাৰৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে পৰিচিত। আনকি মাচাদোৱে নিজৰ জীৱনৰ প্ৰতি ভাবুকিৰ বাবে ভেনিজুৱেলাত আত্মগোপন কৰি আছে।
মনকৰিবলগীয়া যে শান্তি’ৰ নোবেল বঁটাৰ বাবে অন্যতম দাবীদাৰ আছিল মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷ ট্ৰাম্পে সাম্প্ৰতিক সময়ৰ কে’বা খনো দেশৰ যুদ্ধ অন্ত পেলোৱাত তেওঁৰ অগ্ৰণী ভূমিকা আছিল বুলি দাবী কৰি তেওঁকে শান্তিৰ নোবেল বঁটাৰ বাবে বাছনি কৰিব লাগে বুলি সময়ে সময়ে মন্তব্য প্ৰকাশ কৰিছিল ৷ তেওঁক শান্তিৰ নোবেল বঁটা দিব লাগে বুলি দাবী কৰিছিল পাকিস্তানে ৷
কিন্ত নোবেল বঁটা বাছনি কমিটিৰ বিশেষজ্ঞসকলে তেওঁৰ সম্ভাৱনা ক্ষীণ বুলি ইংগিত দিছিল। আন আন সম্ভাৱ্য প্ৰাৰ্থীৰ ভিতৰত আছিল চুডানৰ জৰুৰীকালীন সঁহাৰি কক্ষ আৰু সাংবাদিক সুৰক্ষা সমিতি।
উল্লেখ্য যে ২০২৪ চনৰ শান্তিৰ নোবেল বঁটা হিৰোচিমা আৰু নাগাছাকিৰ পাৰমাণৱিক বোমা বিস্ফোৰণৰ পৰা ৰক্ষা পোৱা লোকসকলক প্ৰতিনিধিত্ব কৰা জাপানী সংস্থা নিহন হিডাংকিয়োক প্ৰদান কৰা হৈছিল।
ADVERTISEMENT

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: maria corIna machadoName AnnouncedNobel Peace PrizeOpposition LeaderVenezuela
publisher

publisher

Related Posts

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

September 29, 2026
ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ
International

ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

September 28, 2026
নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
সাত দিনৰ ভিতৰত মধ্যপ্ৰাচ্যত যুদ্ধবিৰতিৰ ইৰানৰ প্ৰস্তাৱ নাকচ ট্ৰাম্পৰ, পুনৰ তেহৰানত বোমা আক্ৰমণৰ হুংকাৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d