Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Opposition Leader Debabrata Saikia Visits Udalguri :অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা !

বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়া

publisher by publisher
February 28, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Opposition Leader Debabrata Saikia Visits Udalguri :অগপৰ দিনত গুপ্তহত্যা, বিজেপিৰ দিনত মুক্তহত্যা !
3
SHARES
34
VIEWS
ShareShareShareShare

Opposition Leader Debabrata Saikia Visits Udalguri :

ওদালগুৰি জিলাৰ ৰৌতাত আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা স্থান আজি পৰিদৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷

ADVERTISEMENT

শইকীয়াই মানাহ অভয়াৰণ্যৰ কাষত অৱস্থিত ডিম্বেশ্বৰ মুছাহাৰীৰ  ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগলৈ উপায়ুক্তৰ যোগেদি স্মাৰক প্ৰেৰণ কৰে।

RelatedPosts

Debabrata Saikia:ৰেজাউল কৰিম মুখ্যমন্ত্ৰীৰ এজেন্ট:দেৱব্ৰত শইকীয়া

Debabrata Saikia :জুবিনক হত্যা কৰা বুলি কি ভিত্তিত ক’লে মুখ্যমন্ত্ৰীয়ে :দেবব্ৰত শইকীয়া

Venezuela’s maria corina machado has been awarded the nobel peace prize: ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া ক’ৰিনা মাচাদোলৈ আগবঢ়োৱা হ’ল ২০২৫ ৰ শান্তি’ৰ নোবেল বঁটা

উল্লেখ্য যে,২৪ ফেব্ৰুৱাৰীত দিনৰ ১০.৩০ বজাত ওদালগুৰি জিলাৰ ৰৌতা থানাৰ ১ নং ধনশিৰি সুঁতি গাওঁৰ নিবাসী দৈফাঙৰ মাথী দৈমাৰীৰ বাসগৃহ চৌহদত আৰক্ষী বাহিনীয়ে এজন সন্দেহযুক্ত অপৰাধীক গুলীয়াই হত্যা কৰে।

দৈমাৰীৰ পৰিয়ালক তেওঁলোকৰ নিজা বাসগৃহ খালি কৰিবলৈ আৰক্ষীয়ে বাধ্য কৰাই আৰু তাৰ পিছত কেনাৰাম বসুমতাৰী নামৰ এজন দুৰ্ধৰ্ষ অপৰাধীক আৰক্ষীৰ হাতৰ পৰা পলাব লওতে গুলিওৱা বুলি পুলিচে প্ৰেছৰ জৰিয়তে অৱগত কৰে।

পৰৱৰ্তী সময়ত এই ব্যক্তি জনৰ ফটো বাতৰি-কাকতত দেখা পাই বাক্সা জিলাৰ মানাহ অভয়াৰণ্যৰ ওচৰৰ ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে মৃত ব্যক্তিজন ডিম্বেশ্বৰ মুছাহাৰী বুলি দাবী কৰে আৰু পুলিচক তেখেতৰ মৃতদেহ চমজাই দিবলৈ দাবী জনাই।

এতিয়ালৈকে মৃতদেহটো পুলিচে কেনাৰাম বসুমতাৰীৰ বুলি দাবী কৰিলেও নিশ্চিত ভাৱে কেনাৰাম বসুমতাৰীৰ নে ডিম্বেশ্বৰ মুছাহাৰীৰ এই কথা জানিব পৰা হোৱা নাই। ফলত ডিম্বেশ্বৰ মুছাহাৰীৰ পৰিয়ালে এতিয়াও তেওঁলোকৰ আপোনজনৰ মৃতদেহ সংগ্ৰহ কৰিব পৰা নাই।

গোটেই ঘটনাটো সন্দেহজনক আৰু দিন-দূপৰতে এনেকৈ আৰক্ষীয়ে তেওঁলোকৰ সাংবিধানিক অধিকাৰৰ অপ-প্ৰয়োগ কৰি আইন বহিঃৰ্ভূত ভাৱে এজন লোকক হত্যা কৰা ঘটনাই সমগ্ৰ অসমলৈ এক বিপদৰ সংকেত কঢ়িয়াই আনিছে।

ওদালগুৰি জিলাৰ উপায়ুক্তচাদনেক সিঙক সাক্ষাৎ কৰি তেখেতৰ যোগেদি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ ওদালগুৰি জিলাত আৰক্ষীৰ দ্বাৰা সংঘটিত এজন ব্যক্তিৰ হত্যাকাণ্ডৰ বাবে সম্পূৰ্ণ তদন্ত বিচাৰি পত্ৰ স্মাৰক প্ৰেৰণ পত্ৰ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

লগতে নিহত ডিম্বেশ্বৰ মোছাহাৰীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ইয়াৰ পিছত বাক্সা জিলাৰ হালবাই গাঁৱৰ সমীপত ডিম্বেশ্বৰ মোছাহাৰীৰ গৃহত উপস্থিত হৈ ডিম্বেশ্বৰ মোছাহাৰীৰ পত্নী অতি মুমূৰ্খ অৱস্থাত চেলাইন লৈ থকাৰ ক্ষণত সাক্ষাৎ কৰি ঘটনাৰ বুজ লয় ।

তেওঁৰ কন্যাই মোবাইলত পিতৃৰ মৃতদেহৰ ফটো দেখি পৰিয়ালৰ লোকসহ শনিবাৰৰ পৰা ওদালগুৰিত আৰক্ষীৰ সৈতে যোগাযোগ কৰি আছিল। কিন্তু আৰক্ষীয়ে মৃতদেহটো ডিম্বেশ্বৰ পূৰ্বতে কেনাৰাম বসুমতাৰীৰ বুলি দাবী প্ৰতিপন্ন কৰিবলৈ বিচাৰে।

শেহতীয়াকৈ আজি গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ মৃতদেহটো DNA পৰীক্ষাৰ বাবে নিয়া হৈছে বুলি জানিবলৈ পাৰিছোঁ। এই হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে ভৱিষ্যতে এনে ঘটনা নহ’বৰ বাবে গুৱাহাটীৰ উচ্চতৰ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনাই  বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

দেৱব্ৰত শইকীয়াৰ সৈতে উপস্থিত থাকে অসম বিধানসভাৰ বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইন , অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক ক্ৰমে শৈলেন সোণোৱাল আৰু ৰমন ঝা , ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বড়ো, ওদালগুৰিৰ কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়া, বাক্সা জিলা কংগ্ৰেছৰ সভানেত্ৰী চাজিয়া বেগম, বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰফিকুল হক আৰু দৰং জিলা কংগ্ৰেছৰ সভাপতি তথা প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী সমন্বিতে বহু দলীয় কৰ্মী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Debabrata SaikiaOpposition LeaderUdalguri Visits
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d