Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট

    Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা

    Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন

    APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ

    O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ

    Road Safety Awareness Programme:আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত পথ-সুৰক্ষাৰ মনোজ্ঞ অনুষ্ঠান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

    Zeenat Aman : সামাজিক মাধ্যমত আহিয়ে কি ক’লে ‘সত্যম শিবম সুন্দৰম ‘ ৰ জনপ্ৰিয় অভিনেত্ৰী জিনাতে ?

    Attack on Sonu Nigam: বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী ছনু নিগমক আক্ৰমণ

    Pathaan : ‘ বাহুবলী – ২’ ৰ অভিলেখ ভংগৰ বাবে ১০০ কোটি টকাৰ প্ৰয়োজন ‘পাঠান ‘ ৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Weight Loss Tips : ওজন বৃদ্ধি হ’লেই হৃদৰোগৰ আশংকা বৃদ্ধি হয়!

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    Lemon : নেমু টেঙা কিয় খাব লাগে ?

    High Blood Pressure and Headaches :  আপোনাৰো হৈছে নেকি ৰক্তচাপ আৰু মূৰৰ বিষ !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

  • Videos
No Result
View All Result

Home News Assam

Madhupur Satra Satradhikar Lakhikanta Mahanta:মধুপুৰ সত্ৰত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ স্মৃতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বংগ আৰু অসমত সহস্ৰাধিক ভক্তৰ সমাগমেৰে শোকাচ্ছন্ন মধুপুৰ সত্ৰ

publisher by publisher
March 18, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Madhupur Satra Satradhikar Lakhikanta Mahanta:মধুপুৰ সত্ৰত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ স্মৃতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
1
SHARES
12
VIEWS
ShareShareShareShare

Madhupur Satra Satradhikar Lakhikanta Mahanta:

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ আদ্য শ্ৰাদ্ধৰ ৰজিতা খুৱাই আজি অসম চৰকাৰ, ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

ADVERTISEMENT

সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা প্ৰেছ বিবৃতি যোগে জনায় যে,পুৱা ৯ বজাত মধুপুৰ সত্ৰৰ ভকতবৃন্দই নাম-প্ৰসংগ কাৰ্য্যসূচী সমাপন কৰাৰ পিছত পুৱা ১১ বজাৰ পৰা গুৱাহাটীৰ বিশিষ্ট সত্ৰীয়া শিল্পী ৰবীন্দ্ৰ নাথ দাসৰ নেতৃত্বত বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰৰ ভকতবৃন্দই যুগল প্ৰসংগ পৰিৱেশন কৰে।

RelatedPosts

মধুপুৰ সত্ৰৰ বিগ্ৰহ চুৰি সত্ৰ সমিতিৰ মধুপুৰ সত্ৰত মত বিনিময় অনুষ্ঠান

দিনৰ ২ বজাৰ পৰা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত আৰু মধুপুৰ সত্ৰৰ সমিতিৰ সম্পাদক কুমাৰ দীপক দাসৰ পৰিচালনাত স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়।

সভাত বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দদেৱ গোস্বামী, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, ঝাৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত আতৈ, অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তই উপস্থিত থাকি প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ জীৱন পৰিক্ৰমাৰ সৰল আলোকপাত কৰে।

সত্ৰাধিকাৰসকলে প্ৰয়াত লক্ষ্মীকান্ত মহন্তই গুৰুতৰভাৱে অসুস্থ হৈ থকা স্বত্তেও পশ্চিমবংগৰ বিভিন্ন অঞ্চলত গুৰুজনাৰ নীতি, আদৰ্শ আৰু কৃষ্টি-সংস্কৃতিক বিয়পাই নিয়াৰ বাবে অহৰহভাৱে চলোৱা প্ৰচেষ্টাক প্ৰশংসা কৰি নতুন প্ৰজন্মক মহন্তৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।

সভাত যুগান্ত বায়ন আৰু হৰিদেৱ দাসৰ সম্পাদনাত প্ৰকাশ পোৱা “লক্ষ্মীকান্ত প্ৰশস্তি” নামৰ এখন স্মৰণিকা উদ্বোধন কৰে, বিশিষ্ট লেখক, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত থানেশ্বৰ মালাকৰে।

আবেলি ৪ বজাৰ পৰা সত্ৰশাল সত্ৰৰ ভকতসকলৰ থিয়নামেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰণি কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া উপস্থিত থাকে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Madhupur SatraSatradhikar Lakhikanta MahantaShradhanjali Programme
publisher

publisher

Related Posts

Congress Protest In Dispur :কংগ্ৰেছৰ প্ৰতিবাদত কঁপি উঠিল দিছপুৰৰ লাষ্টগেইট
Assam

March 25, 2023
Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা
Assam

Cm Himanta Biswa Sarma Comments : দেশৰ এটা সম্প্ৰদায়ক টাৰ্গেট কৰি কৰা অপমানৰ ফল ভুগিছে ৰাহুল গান্ধীয়ে : হিমন্ত বিশ্ব শৰ্মা

March 25, 2023
Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন
India

Rahul Gandhi Pressmeet In Delhi Aicc Office :লোকসভাৰ পৰা অযোগ্য ঘোষণা হোৱাৰ পিছত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰথম খন সংবাদমেল সম্বোধন

March 25, 2023
APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ
Assam

APCC Protest In Guwahati :ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজক লৈ দেশজুৰি কংগ্ৰেছীৰ প্ৰতিবাদ

March 25, 2023
O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ
Assam

O Mor Apunar Desh :গীনিজ বুকত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে অভিলেখ গঢ়াৰ আহ্বান অসম চৰকাৰলৈ গৱেষক ৰাজীৱ হৰি কৌশিকৰ

March 25, 2023
Road Safety Awareness Programme:আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত পথ-সুৰক্ষাৰ মনোজ্ঞ অনুষ্ঠান
Assam

Road Safety Awareness Programme:আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত পথ-সুৰক্ষাৰ মনোজ্ঞ অনুষ্ঠান

March 24, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: