Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Madhupur Satra Satradhikar Lakhikanta Mahanta:মধুপুৰ সত্ৰত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ স্মৃতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

বংগ আৰু অসমত সহস্ৰাধিক ভক্তৰ সমাগমেৰে শোকাচ্ছন্ন মধুপুৰ সত্ৰ

publisher by publisher
March 18, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Madhupur Satra Satradhikar Lakhikanta Mahanta:মধুপুৰ সত্ৰত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ স্মৃতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

Sri Manta Sankardev Birthday Celebration In kochbihar Madhupur Satra:জগত গুৰুৰ বন্দনাৰে মুখৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ

মধুপুৰ সত্ৰৰ বিগ্ৰহ চুৰি সত্ৰ সমিতিৰ মধুপুৰ সত্ৰত মত বিনিময় অনুষ্ঠান

Madhupur Satra Satradhikar Lakhikanta Mahanta:

কোচবিহাৰৰ মধুপুৰ সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ আদ্য শ্ৰাদ্ধৰ ৰজিতা খুৱাই আজি অসম চৰকাৰ, ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।

ADVERTISEMENT

সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে প্ৰকাশ কৰা এটা প্ৰেছ বিবৃতি যোগে জনায় যে,পুৱা ৯ বজাত মধুপুৰ সত্ৰৰ ভকতবৃন্দই নাম-প্ৰসংগ কাৰ্য্যসূচী সমাপন কৰাৰ পিছত পুৱা ১১ বজাৰ পৰা গুৱাহাটীৰ বিশিষ্ট সত্ৰীয়া শিল্পী ৰবীন্দ্ৰ নাথ দাসৰ নেতৃত্বত বৰপেটা আৰু সুন্দৰীদিয়া সত্ৰৰ ভকতবৃন্দই যুগল প্ৰসংগ পৰিৱেশন কৰে।

দিনৰ ২ বজাৰ পৰা অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানীৰ সভাপতিত্বত আৰু মধুপুৰ সত্ৰৰ সমিতিৰ সম্পাদক কুমাৰ দীপক দাসৰ পৰিচালনাত স্মৃতি চাৰণ সভা অনুষ্ঠিত হয়।

সভাত বৰদোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দদেৱ গোস্বামী, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰী, ঝাৰাবাৰী সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত আতৈ, অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম মহন্তই উপস্থিত থাকি প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ জীৱন পৰিক্ৰমাৰ সৰল আলোকপাত কৰে।

সত্ৰাধিকাৰসকলে প্ৰয়াত লক্ষ্মীকান্ত মহন্তই গুৰুতৰভাৱে অসুস্থ হৈ থকা স্বত্তেও পশ্চিমবংগৰ বিভিন্ন অঞ্চলত গুৰুজনাৰ নীতি, আদৰ্শ আৰু কৃষ্টি-সংস্কৃতিক বিয়পাই নিয়াৰ বাবে অহৰহভাৱে চলোৱা প্ৰচেষ্টাক প্ৰশংসা কৰি নতুন প্ৰজন্মক মহন্তৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হ’বলৈ আহ্বান জনায়।

সভাত যুগান্ত বায়ন আৰু হৰিদেৱ দাসৰ সম্পাদনাত প্ৰকাশ পোৱা “লক্ষ্মীকান্ত প্ৰশস্তি” নামৰ এখন স্মৰণিকা উদ্বোধন কৰে, বিশিষ্ট লেখক, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত থানেশ্বৰ মালাকৰে।

আবেলি ৪ বজাৰ পৰা সত্ৰশাল সত্ৰৰ ভকতসকলৰ থিয়নামেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সামৰণি কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Madhupur SatraSatradhikar Lakhikanta MahantaShradhanjali Programme
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d