Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

    দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

    ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sri Manta Sankardev Birthday Celebration In kochbihar Madhupur Satra:জগত গুৰুৰ বন্দনাৰে মুখৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ

বৰ্ণাঢ্য কাৰ্যসূচীৰে শংকৰদেৱৰ তিৰোভাৱ তিথি পালন, বাংলাদেশত গুৰুজনাৰ আদৰ্শ প্ৰচাৰৰ প্ৰয়াস মধুপুৰ সত্ৰ সমিতিৰ

publisher by publisher
September 16, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Sri Manta Sankardev Birthday Celebration In kochbihar Madhupur Satra:জগত গুৰুৰ বন্দনাৰে মুখৰ কোচবিহাৰৰ মধুপুৰ সত্ৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Madhupur Satra Satradhikar Lakhikanta Mahanta:মধুপুৰ সত্ৰত সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ স্মৃতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

মধুপুৰ সত্ৰৰ বিগ্ৰহ চুৰি সত্ৰ সমিতিৰ মধুপুৰ সত্ৰত মত বিনিময় অনুষ্ঠান

Sri Manta Sankardev Birthday Celebration In kochbihar Madhupur Satra:

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মহাপ্ৰয়াণৰ পবিত্ৰ তীৰ্থস্থান কোচবিহাৰৰ মধুপুৰ সত্ৰক কেন্দ্ৰ কৰি সমগ্ৰ পশ্চিমবংগত মহাপুৰুষগৰাকীৰ একশৰণ নামধৰ্মৰ অনুৰাগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ আৰম্ভ কৰা প্ৰক্ৰিয়াই অসমীয়া কৃষ্টি- সংস্কৃতি জগতসভা লৈ যোৱাৰ মহাপুৰুষজনাৰ সপোন সাকাৰ ৰূপ পাবলৈ সক্ষম হৈছে।

ADVERTISEMENT

গুৰুজনাৰ বৈষ্ণৱ আদৰ্শ গুৰু বন্দনা নাম-প্ৰসংগ, বৰগীত, সত্ৰীয়া নৃত্যৰ চৰ্চাৰ মাজেৰে সমগ্ৰ উত্তৰবংগতেই মহাপুৰুষ শঙ্কৰদেৱৰ উপৰিও মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে বংগৰ একাংশ বৈষ্ণৱ ধৰ্মৰ বিশ্বাসী লোকে নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰে অংশ হিচাপে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে ইহলীলা সম্বৰণ কৰা মধুপুৰ সত্ৰত আজি মহাপুৰুষজনাৰ ৪৫৫সংখ্যক তিৰোভাৱ তিথি দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত পালন কৰা হয়।

মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে মধুপুৰ সত্ৰৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত জনায় যে পবিত্ৰ তিথিৰ লগত সংগতি ৰাখি সত্ৰ সমিতিৰ স্থানীয় তদাৰক সমিতিৰ উদ্যোগত পুৱা প্ৰভাত ফেৰীৰে তিৰোভাৱ তিথিৰ শুভাৰম্ভ কৰা হয়। পিছত সত্ৰৰ কীৰ্তনঘৰত ভাগৱৎ পাঠ,নাম প্ৰসংগ, নাগৰা নাম অনুষ্ঠিত হয়।

আবেলি অনুষ্ঠিত হোৱা আইসকলৰ নামেৰে আৰু বৰপেটাৰ বিশিষ্ট সত্ৰীয়া শিল্পী অজয় বায়নৰ পৰিচালনাত মধুপুৰ সত্ৰৰ স্থানীয় শিল্পীৰ দ্বাৰা বৰগীত আৰু সত্ৰীয়া নৃত্য পৰিৱেশনেৰে তিৰোভাৱ তিথিৰ সামৰণি মৰা হয়।

এই কাৰ্যসূচীত সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত, তদাৰক সমিতিৰ সম্পাদক ড⁰ কেশৱ দাসৰ উপৰিও উত্তৰবংগৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ শতাধিক ভকত-বৈষ্ণৱে অংশ গ্ৰহণ কৰে । এই অনুষ্ঠানত অসমৰ বিভিন্ন ঠাইৰ কিছু সংখ্যক লোকে অংশ লয়।

বিবৃতিটোত প্ৰচাৰ সম্পাদক যুগান্ত বায়নে আৰু জনোৱা মতে ক্ৰমাগতভাৱে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশতো সাম্প্ৰতিক সময়ত মহাপুৰুষ শঙ্কৰদেৱৰ অনুগামীৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে মহাপুৰুষে প্ৰৱৰ্তন কৰা একশৰণ নামধৰ্মৰ সংৰক্ষণ কৰাৰ কাৰণে বিভিন্ন গ্ৰন্থ আদি প্ৰকাশ কৰিছে।

এই গ্ৰন্থসমূহৰ জৰিয়তে অসমৰ লগত সংযোগিত হৈ থকা বাংলাদেশত বসবাস কৰা লোকসকলৰ মাজত মহাপুৰুষজনাৰ অমূল্য সৃষ্টি ৰাজিক বিয়পাই দিয়াৰ প্ৰচেষ্টা চলি আছে ।

এনে প্ৰচেষ্টা অধিক উৎসাহিত আৰু সংগঠিত ৰূপত উপস্থাপন কৰাৰ লক্ষ্য আগত ৰাখি মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত ইতিমধ্যে কোচবিহাৰত সৰ্বভাৰতীয় পৰ্যায়ত মহাপুৰুষ দুজনাৰ কৰ্মৰাজিৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হৈছে।

ইয়াৰ উপৰিও গুৰুজনাৰ আদৰ্শৰাজিৰ ওপৰত ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ আৰু সত্ৰীয়া সংস্কৃতি সন্মিলন অনুষ্ঠিত কৰাৰ এক আঁচনি গ্ৰহণ কৰা হৈছে ।

এই সন্দৰ্ভত ইতিমধ্যে সত্ৰ সমিতিৰ সাধাৰণ সম্পাদক প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসৰ তৎপৰতাত বাংলাদেশৰ শঙ্কৰদেৱ ফাউণ্ডেচনকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকৰ লগত পাৰম্ভিক আলাপ-আলোচনা চলাই থকা হৈছে।

মধুপুৰ সত্ৰ সমিতিয়ে এই ক্ষেত্ৰত অসম চৰকাৰৰ সক্ৰিয় সহযোগ কামনা কৰাৰ লগতে অসমৰ ভক্তপ্ৰাণ ৰাইজৰো সহায়-সহযোগ আৰু পৰামৰ্শ বিচাৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KuchbiharMadhupur SatraSri Manta Sankardev Birthday Celebration
publisher

publisher

Related Posts

এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত
Assam

September 4, 2026
আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প
Assam

আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

September 4, 2026
ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ
Assam

ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

September 4, 2026
কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু
Assam

কাজিৰঙাৰ ৰিজ’টত বহিঃৰাজ্যৰ পৰ্যটকৰ আকস্মিক মৃত্যু

September 4, 2026
দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা
India

দিল্লীত প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী, ঘণ্টাত ৬০ কিলোমিটাৰ পৰ্যন্ত বতাহৰ সম্ভাৱনা

September 4, 2026
ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান
Assam

ঐতিহাসিক তলাতল ঘৰৰ বাকৰিৰ পৰা ৰংপুৰৰ ঐতিহ্য, প্ৰাকৃতিক ভাৰসাম্য আৰু খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ আহ্বান

September 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d