Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

    Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

    Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

    Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home Lifestyle

Benefits of having Rock Salt : অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !

publisher by publisher
March 27, 2023
in Lifestyle
Reading Time: 2 mins read
0
Benefits of having Rock Salt : অতিৰিক্ত নিমখ মানেই বিপদ ! সাধাৰণ নিমখৰ সলনি ব্যৱহাৰ কৰক এই নিমখ !
3
SHARES
27
VIEWS
ShareShareShareShare

Benefits of having Rock Salt :

x480ৰন্ধাৰ ক্ষেত্ৰতেই হওঁক বা চালাড বা ফলৰ ক্ষেত্ৰতই হওঁক আমি সকলোৱে বগা নিমখ ব্যৱহাৰ কৰো । কিন্তু চিকিৎসকসকলে অত্যাধিক নিমখ খোৱাৰ অভ্যাস এৰাৰ কথা বাৰে বাৰে পৰামৰ্শ দিয়ে।

ADVERTISEMENT

অত্যাধিক নিমখ খোৱাৰ ফলত বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। পুষ্টিবিদসকলৰ মতে, কিন্তু সাধাৰণ নিমখৰ সলনি আহাৰত কলা নিমখ ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ বাবে ভাল। আয়ুৰ্বেদৰ মতে, সুস্বাস্থ্য বজাই ৰখাৰ বাবে এই নিমখৰ সকলো গুণ আছে।

RelatedPosts

বগা নিমখৰ সলনি কলা নিমখ খোৱাৰ অভ্যাস গঢ়ি তোলক,পাব বিভিন্ন ৰোগৰ পৰা মুক্তি

ক’লা নিমখৰ কেইটামান চমৎকাৰী গুণ

সাধাৰণ নিমখতকৈ আহাৰত কলা নিমখ ব্যৱহাৰ কৰাটো কিয় স্বাস্থ্যকৰ?

(১) এই নিমখত জিংক, লো, মেঙ্গানিজৰ দৰে খনিজ পদাৰ্থ যথেষ্ট বেছি। এই খনিজ পদাৰ্থবোৰত বেক্টেৰিয়া-বিৰোধী উপাদান থাকে। ফলস্বৰূপে, ইয়াক নিয়মীয়াকৈ খালে শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণ হোৱাৰ আশংকা হ্ৰাস হয়।

(২) সাধাৰণ নিমখত তুলনাত কলা নিমখত ছডিয়ামৰ মাত্ৰা কম। শৰীৰত ছডিয়ামৰ মাত্ৰা বৃদ্ধি হোৱাটো একেবাৰেই ভাল নহয়, ৰোগ সংক্ৰমিত হোৱাৰ আশংকা বৃদ্ধি হয়। গতিকে এই নিমখ দৈনন্দিন আহাৰত ৰখাটো অধিক স্বাস্থ্যকৰ।

(৩) হাড় ক্ষয় ৰোধ কৰাৰ বাবে কি ভাবিছো ? কলা নিমখ খাওক। যিহেতু নিমখত পুষ্টি আৰু খনিজ পদাৰ্থৰ পৰিমাণ অধিক, ইয়াক নিয়মীয়া আহাৰত ৰাখিলে হাড়শক্তিশালী হয়।

(৪) বহুলোকে হজমৰ সমস্যাত ভুগে । গোটেই বছৰটো গেছ বুকুজ্বলাৰ কষ্ট পৰিহাৰ কৰিবলৈ, আপুনি আহাৰত কলা নিমখ ৰাখিব পাৰে। এই নিমখে হজম বৃদ্ধি কৰাত সহায় কৰে।

(৫) এই নিমখ আহাৰত ৰাখিলে ৰোগ- ব্যাধি দূৰ হ’ব। ইয়াৰ উপৰিও, ছাল ভাল ৰাখিবলৈ আপুনি এই নিমখৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Black salthealthierWhite salt
publisher

publisher

Related Posts

Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !
Lifestyle

May 27, 2023
Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

April 28, 2023
Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?
Lifestyle

Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

April 27, 2023
Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান
Lifestyle

Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

April 25, 2023
Horoscope: দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

April 25, 2023
Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !
Lifestyle

Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

April 18, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: