Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

ক’লা নিমখৰ কেইটামান চমৎকাৰী গুণ

publisher by publisher
March 8, 2021
in Lifestyle
Reading Time: 1 min read
0
ক’লা নিমখৰ কেইটামান চমৎকাৰী গুণ
12
SHARES
121
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ওজন কমোৱাৰ বাবে মহৌষধিস্বৰূপ পাঁচবিধ ফল

ADVERTISEMENT

টোপনি ভাল হয়

sleeping d124068fb56e4b3ea9c22873fccf4fa9★ক’লা নিমখত নিহিত থকা খনিজ উপাদানবিলাকে শৰীৰৰ ‘ষ্ট্ৰেছ হৰমোন’ৰ উৎপাদন নিয়ন্ত্ৰণ কৰে।সেয়ে ক’লা নিমখ মিহলোৱা পানী নিয়মীয়াকৈ সেৱন কৰিলে শৰীৰৰ অস্বস্তি বা দুশ্চিন্তাৰ পৰা উদ্ভৱ হোৱা মানসিক চাপ কম হয়।ইয়াৰ ফলত ৰাতি ভাল টোপনি হয় আৰু পুৱা শুই উঠালৈকে মানুহৰ দেহ-মন সতেজ আৰু সক্ৰিয় হৈ থাকে।

হৃদযন্ত্ৰ সবল কৰি ৰাখে

cardiac blues★ক’লা নিমখে হৃদযন্ত্ৰ সবল আৰু ৰোগমুক্ত কৰি ৰখাত সহায় কৰে।হৃদযন্ত্ৰক ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতাও ক’লা নিমখে দিয়ে।ক’লা নিমখে শৰীৰত অবাঞ্চিতভাৱে কলেষ্টেৰল জমা হোৱাত বাধা দিয়ে আৰু অপকাৰী কলেষ্টেৰলৰ পৰিমাণ কম কৰাতো বিশেষভাৱে সহায় কৰে।নিয়মীয়াকৈ ক’লা নিমখ মিহলোৱা পানী খাই থাকিলে হৃদৰোগৰ আশংকাও বহু পৰিমাণে হ্ৰাস পায়।

দেহৰ ওজন কমোৱাত সহায় কৰে

waist measure★ক’লা নিমখে আমাৰ শৰীৰৰ অতিৰিক্ত চৰ্বি কমোৱাত সহায় কৰে ।সেয়ে ক’লা নিমখ মিহলি কৰি লোৱা পানী এগিলাচ দৈনিক সেৱন কৰি থাকিলে শৰীৰৰ অতিৰিক্ত ওজন বা বাঢ়ি অহা মেদ লাহে লাহে কমি আহিব।

ছাল স্বাস্থ্যবান কৰি ৰাখে

get good skin t★ক’লা নিমখে আমাৰ ছালখন স্বাস্থ্যৱান কৰি ৰখাতো সহায় কৰে।ক’লা নিমখত নিহিত থকা ছালফাৰ,জিংকৰ দৰে পুষ্টি উপাদানবিলাকৰ যোগান ধৰি ছালৰ মৃত আৰু শুকান কোষবিলাকৰ ক্ষতিপুৰন কৰি ছালখন সতেজ আৰু মসৃন কৰি ৰখাত সহায় কৰে।নিয়মীয়াকৈ ক’লা নিমখ মিহলোৱা পানী খাই থাকিলে ছালখন সুস্থ আৰু সতেজ হৈ থাকে,লগতে ছালৰ উজ্জ্বলতাও বৃদ্ধি পায়।

হজম শক্তি বৃদ্ধি কাৰক

★ক’লা নিমখে আমাৰ পাচন তন্ত্ৰৰ পাচন ক্ষমতা ঠিকে ৰখাত সহায় কৰে।ক’লা নিমখে পেটৰ ভিতৰত হাইড্ৰোক্লৰিক এচিড আৰু প্ৰোটিন হজম কৰা এনজাইমবিলাক সক্ৰিয় কৰি তোলে।এই এনজাইমবিলাকে আমাৰ পেটৰ পাচন ক্ষমতা ঘুৰাই অনাতো সহায় কৰে।

চকুৰ শক্তি বৃদ্ধি কৰে

c1 1963947 200806172616★ক’লা নিমখে আমাৰ চকুৰ ক্ৰমে হেৰাই যাবলৈ ধৰা শক্তি পুনৰ বৃদ্ধি কৰে আৰু দৃষ্টিশক্তি পুৰ্ববৎ ৰখাত সহায় কৰে।ক’লা নিমখত থকা বিভিন্ন খনিজ উপাদানে আমাৰ চকুৰ পেশীবিলাক শক্তিশালী কৰি ৰাখে আৰু চকুৰে নেদেখা হোৱাৰ পৰা ৰক্ষা কৰে।বাৰ্ধক্যৰ বাবে ক্ৰমে দুৰ্বল হৈ অহা দৃষ্টিশক্তিও পুনৰ সবল কৰি তোলে।

গেছ আৰু কোষ্ঠকাঠিন্য দুৰ কৰে

★বহু লোকে প্ৰায়ে কোষ্ঠকাঠিন্য আৰু গেছৰ অসুবিধাত ভুগি থাকে।বিশেষকৈ পঞ্চাছঊৰ্ধ বহুসংখ্যক ব্যক্তিয়ে এই দুটি বিসংগতিত ভুগি বৰ কষ্ট পায়।তেনে অসুখত ভুগি থকা লোকে নিয়মীয়াকৈ ক’লা নিমখ সেৱন কৰি থকা উচিত।ক’লা নিমখত নিহিত থকা ছডিয়াম ক্লোৰাইড,ছালফেট,আয়ৰণ,ফেৰিক অক্সাইডৰ দৰে সুক্ষ্ম পুষ্টি উপাদানবিলাকে পেটত উৎপন্ন হৈ জমা হোৱা গেছ আৰু কোষ্ঠবদ্ধতাৰ অস্বস্তি নাইকিয়া কৰে।

হাড় বা অস্থি শক্তিশালী কৰি ৰাখে

★ক’লা নিমখে আমাৰ শৰীৰৰ হাড় আৰু অস্থিবিলাকো শক্তিশালী কৰি ৰাখে।ক’লা নিমখত থকা খনিজ উপাদানবিলাকে বয়সৰ লগে লগে ক্ৰমে ক্ষয় যোৱা হাড়ৰ খনিজ উপাদানবোৰৰ অভাৱ পুৰণ কৰি হাড়বোৰ শক্তিশালী কৰি ৰাখে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsBlack salt
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d