Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Suicide Blast in Pakistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ

    Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়

    Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান

    Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত

    Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী

    BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    Mangaldoi  Bajrang Dal  Leader Arrested :মঙলদৈত অস্ত্ৰ প্ৰশিক্ষণৰ কৰ্মশালা অনুষ্ঠিত কৰা বজৰংৰ দুই নেতাক আটক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Apcc Press Release : গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত কৰক : সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছৰ সংবাদ মেল আদানীৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি কাৰ ধন ?

মোদী-আদানীৰ গোপন সম্পৰ্ক কি ৰাজহুৱা কৰিবই লাগিব জে'লৰ ভয়, সাংসদ পদ খাৰিজে স্তব্ধ কৰিব নোৱাৰে ৰাহুল গান্ধী-কংগ্ৰেছৰ কণ্ঠ আমি যুঁজিম, আমি জিকিম-কাৰণ আমি সত্যৰ পক্ষত আছোঁ-দেশবাসীৰ লগত আছোঁ

publisher by publisher
March 31, 2023
in India, Assam, News
Reading Time: 4 mins read
0
Apcc Press Release : গণতন্ত্ৰ আৰু সংবিধান সুৰক্ষিত কৰক : সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছৰ সংবাদ মেল আদানীৰ কোম্পানীত বিনিয়োগ হোৱা ২০ হেজাৰ কোটি কাৰ ধন ?
1
SHARES
6
VIEWS
ShareShareShareShare

Apcc Press Release :

আজি ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গণতন্ত্র গভীৰ সংকটত পদদলিত হৈছে দেশৰ সংবিধান। চৌদিশে অৰাজকতা, দেশৰ সংবিধানৰ প্ৰতি স্বয়ং চৰকাৰখনৰ চূড়ান্ত অশ্রদ্ধা, আইন-আদালতক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰৰ ধৃষ্টতা আৰু ই ডি, চি বি আই, আই টি আদি স্বতন্ত্র সংস্থাসমূহক বি জে পি চৰকাৰে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণৰ কামত ব্যৱহাৰ কৰাৰ অগণন ঘটনা আজি দেশবাসীৰ চকুৰ সন্মুখত ।

ADVERTISEMENT

আজি সংবাদ মেলত এই গুৰুতৰ অভিযোগ তুলি বি জে পি চৰকাৰৰ বিৰুদ্ধে তীব্র সমালোচনাত্মক হৈ উঠে অসম প্ৰদেশ কংগ্ৰেছ । আজি নৰেন্দ্ৰ মোদীৰ বি জে পি চৰকাৰৰ শাসনত সমগ্ৰ দেশ কাল-অমানিশাৰ মাজলৈ গতি কৰিছে। এই অন্ধকাৰ যুগৰ অৱসান ঘটিবই লাগিব।

RelatedPosts

Kamatapur Progressive Party :কেন্দ্র আৰু ৰাজ্য চৰকাৰে তথা ভাৰতৰ ৰাষ্ট্ৰ ব্যাবস্থাই কোচ কামতাপুৰী জনগনক প্ৰতাৰণাৰ বাহিৰে একো দিব নোৱাৰিলে বুলি বিষ্ফোৰক মন্তব্য কেপিপিৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উত্তম কুমাৰ ৰায়ৰ

Gaurav Gogoi Included In Congress Working Committee: কংগ্ৰেছ ৱকিং কমিটিত অন্তৰ্ভুক্ত গৌৰৱ গগৈক ৰাজীৱ ভৱনত সম্বৰ্ধনা

Congress Opposes Palm Oil Cultivation:পাম অইলৰ খেতিয়ে অসমৰ ভৱিষ্যতলৈ কঢ়িয়াই আনিছে অশনি সংকেত !

আজি সাংবাদিক মেলত অসম প্রদেশ কংগ্ৰেছে প্ৰকাশ কৰা এটা প্ৰেছ টোকাত কোৱা হয় যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা পোনপটীয়া আৰু সহজ প্ৰশ্নৰ পৰা ফালৰি কাটি কেবল প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সুৰক্ষা দিবলৈকে এখন নাটক ৰচনা কৰা হ’ল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ স্পষ্ট প্রশ্নটো আছিল- আদানীৰ কোম্পানীলৈ ২০,০০০ কোটি টকা ক’ৰ পৰা আহিল ? কোনে বিনিয়োগ কৰিলে এই বিপুল পৰিমাণৰ ধন? আৰু জানিবলৈ বিচাৰিছিল যে মোদী ডাঙৰীয়াৰ সৈতে ব্যৱসায়ী।

আদানীৰ সম্পৰ্ক কি? সম্পূর্ণ তথ্য সহকাৰে ৰাহুল গান্ধীয়ে সংসদৰ মজিয়াত এই প্রশ্ন উত্থাপন কৰি চৰকাৰৰ পৰা উত্তৰ বিচাৰিছিল। তাতেই ভয়ত কম্পমান হৈ উঠিল দেশৰ প্ৰধানমন্ত্ৰীজন! থৰকাচুতি হেৰুৱালে বি জে পি চৰকাৰে। দেশৰ সাধাৰণ জনতাৰ হৈ মাত মাতি অহা ৰাহুল গান্ধীৰ বিৰুদ্ধে বি জে পি চৰকাৰে আৰম্ভ কৰিলে নিৰ্লজ্জ ৰাজনীতি, নিকৃষ্ট ষড়যন্ত্র।

যুদ্ধগতিত নজীবিহীনভাৱে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰা হ’ল। দেশজুৰি ইয়াৰ প্ৰতিবাদ হ’ল। সমগ্ৰ বিৰোধী পক্ষ ঐক্যবদ্ধ হৈ সংসদত দাবী তুলিলে যে যুটীয়া সংসদীয় কমিটী গঠন কৰি আদানী-মোদী সম্পৰ্কৰ তদন্ত ঘোষণা কৰিব লাগে।

কিন্তু যোৱা ১৩ মাৰ্চৰ পৰা আজিলৈকে এদিনো শাসক দলে সংসদৰ কাম-কাজ চলিবলৈ নিদিলে, কাৰণ সংসদত কংগ্ৰেছৰ লগতে সমগ্ৰ বিৰোধীয়ে যুটীয়া সংসদীয় কমিটীৰ দাবীত অটল হৈ আছে। নৰেন্দ্ৰ মোদীয়ে বিচৰা নাই, বি জে পিয়ে বিচৰা নাই মোদী আদানীৰ গোপন সম্পর্ক দেশৰ ৰাইজৰ আগত উন্মোচিত হওক। বা ২০ হেজাৰ কোটি টকা বিনিয়োগৰ ৰহস্য ফাদিল হওক।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে স্পষ্টকৈ কৈছে যে তেওঁৰ সাংসদ পদ খাৰিজ হোৱা বা তেওঁক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ভাবুকিলৈ তেওঁ ভয় নকৰে। তেওঁ সত্যৰ পক্ষত যুঁজ দিছে, দেশবাসীৰ বাবে আপোচবিহীনভাৱে সংগ্ৰামৰ পথত ভৰি দিছে আৰু সেয়া চলাই যাব।

অসম প্ৰদেশ কংগ্ৰেছেও নেতা ৰাহুল গান্ধীৰ প্ৰতি পূৰ্ণ সমৰ্থন আৰু সহযোগিতা আগবঢ়াই যাব আৰু গণতন্ত্ৰৰ শ্মশানযাত্ৰা উলিওৱা, ভাৰতীয় সংবিধান ভৰিৰে মোহাৰি একনায়কত্ববাদী শাসনৰ পাতনি মেলা বি জে পি চৰকাৰক শাসনৰ পৰা উৎখাত কৰি ৰাইজক সুশাসন দিবলৈ সংকল্পবদ্ধ হৈছে।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰেছ টোকটোত কোৱা হৈছে যে ৰাহুল গান্ধীয়ে সংসদত আদানীৰ বিৰুদ্ধে মন্তব্য কৰাৰ ৯ দিনৰ পাছতেই এজন বিজেপি বিধায়কে চুৰাটৰ আদালতত গোচৰ তৰিছিল। ৰাহুল গান্ধীয়ে সংসদত আদানী সম্পৰ্কত প্রশ্ন উত্থাপন কৰিবলৈ বিচাৰিছিল যদিও অধ্যক্ষই অনুমতি দিয়া নাছিল।

আনকি ৰাহুল গান্ধীয়ে অধ্যক্ষক লিখিত অনুৰোধো জনাইছিল। কিন্তু মোদীৰ শাসনত এই সকলো অসাৰ প্ৰতিপন্ন হ’ল। ইয়েই স্পষ্টকৈ প্ৰমাণ কৰিলে যে মোদী আৰু আদানীৰ মাজৰ সম্পৰ্কটো পোহৰলৈ অহাটো নৰেন্দ্ৰ মোদী বিচৰা নাই।

যদি একোৱেই সম্পর্ক নাই তেন্তে ইমান ভয় কিয়? ২২ মাৰ্চত The Financial Times কাকতত বাতৰি প্ৰকাশ পাইছিল যে আদানীৰ কোম্পানীত ২৩ হাজাৰ কোটি টকাৰ ওচৰা ওচৰি ধন বিনিয়োগ হৈছিল। স্বাভাবিকতে প্রশ্ন উঠিছিল সেই বিপুল পৰিমাণৰ ধন কাৰ? সেয়া জনাৰ অধিকাৰ দেশবাসীৰ নাই নে ? কিন্তু এই প্রশ্নৰ উত্তৰ যিয়েই বিচাৰিছিল, সেয়া লাগিলে বিৰোধী ৰাজনৈতিক নেতাই হওক, সমাজকর্মীয়ে হওক বা সংবাদ কর্মীয়েই হওক, তেওঁলোকৰ বিৰুদ্ধে ED আৰু CBI লগাই দিয়া মুখ বন্ধ কৰা হৈছিল। এয়াই গণতন্ত্র নে !

প্ৰেছ টোকাটোত কোৱা হৈছে ৰাহুল গান্ধীয়ে কেৱল কৈছিল যে সকলো চোৰৰে উপাধি কিয় একেই হয়? তেওঁ কেতিয়াও কোৱা নাছিল মোদী চোৰ, বা সামগ্রিকভাবে কোনো এটা জাতিক তেওঁ লক্ষ্য কৰি এই কথা কোৱা নাছিল। নীৰব মোদী, ললিত মোদী এই দুয়োজনৰ এজনো অন্যান্য পিছপৰা জাতিৰ লোক (OBC) নহয়।

তেওঁলোকৰ জাতি বা সম্প্রদায় যিয়েই নহওক, কিন্তু প্ৰৱঞ্চকতো হয়েই। তেওঁলোকে প্রবঞ্চনাৰ আশ্ৰয় লোৱা নাছিল নে? নৰেন্দ্ৰ মোদী বা বি জে পিয়ে প্রবঞ্চক সকলক সুৰক্ষা দিয়াৰ ৰহস্য কি?

অসম প্ৰদেশ কংগ্ৰেছে পুনৰ স্পষ্ট কৰি দিয়ে যে ৰাহুল গান্ধী বা কংগ্ৰেছে ভয় খাবলৈ শিকা নাই। “আমি সাধাৰণ মানুহৰ স্বার্থজড়িত সমস্যাবোৰ উত্থাপন কৰি যাম আৰু বাৰ্তাসমূহ ৰাইজৰ মাজলৈ পোনপটীয়াকৈ লৈ যোৱাত কাৰো বাধা আমি নামানো”- প্ৰেছ টোকাটোত দৃঢ়তাৰে প্ৰকাশ কৰা হয়। টোকাটোত কোৱা হৈছে- এটা ফৌজদাৰী মানহানি গোচৰ (Crimi- nal Defamation Case) ত দুবছৰৰ কাৰাদণ্ড সর্বোচ্চ শাস্তি।

এটা মানহানি গোচৰত এনে বিষম শাস্তিৰ কথা আমি কদাপিও শুনা নাই বুলি ক’লেও ভুল নহ’ব। এটা লঘু গোচৰত এনে গুৰু শাস্তি কিয়! কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ক্ৰমবৰ্দ্ধমান জনপ্রিয়তাত শংকিত হৈয়ে মোদী ডাঙৰীয়াই এই ষড়যন্ত্ৰৰ সূচনা কৰা নাইনে? এগৰাকী জনপ্ৰতিনিধিৰ ক্ষেত্ৰত আৰু বিশেষকৈ গুৰু দোষত ‘অপৰাধী’ বুলি জনাজাত বিজেপিৰ নেতাসকলৰ ক্ষেত্ৰত এনে গুৰু শাক্তিৰ ব্যৱস্থাৰ নজীৰ নোলায় কিয় ?

ব্ৰিটিছে এনে গুৰু শাস্তি বিহিছিল মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, চৰ্দাৰ বল্লভ ভাই পেটেল, মৌলানা আজাদ আদি নেতাক। বি জে পিয়ে মনত পেলোৱা দৰকাৰ যে সেই বৃটিছক পৰাভূত কৰি কংগ্ৰেছে জয় লাভ কৰিছিল।

সন্দেহ নাই- এতিয়াও কংগ্ৰেছেই পুনৰ জয়ী হ’ব। টোকাটোত কোৱা হয়- বহু ধন-ক্ষমতা-সৈন্য কৌৰৱৰ লগত আছিল, কিন্তু সত্য তেওঁলোকৰ লগত নাছিল। ঠিক সেইদৰে সত্য এতিয়া বিজেপিৰ লগত নাই। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বি জে পি চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে।

কেইটামান আইনগতভাবে গুৰুত্বপূৰ্ণ বিষয় উনুকিয়াই প্ৰেছ টোকাটোত কোৱা হয়-ফৌজদাৰী মানহানি গোচৰ (Crimi- nal Defamation Case) মান হানি হোৱা ব্যক্তিজনেহে গোচৰ তৰিব পাৰে। কিন্তু আশ্চর্যজনকভাবে এই গোচৰত যিজন ব্যক্তিয়ে গোচৰটো তৰিছে তেওঁৰ বিৰুদ্ধে কোনো বক্তব্যই কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিয়া নাছিল।

আনহাতে, ফৌজদাৰী মানহানি গোচৰ (Criminal Defamation Case) ত সামগ্রিকভাবে এটা জাতি বা সম্প্ৰদায়ৰ মানহানি হৈছে বুলি গোচৰ তৰিব নোৱাৰি, মানহানি হ’বলৈ হ’লে চিনাক্ত হ’ব পৰা ব্যক্তি বা গোট হ’বই লাগিব। তাতোকৈ আচৰিত হ’বলীয়া কথাটো হ’ল-কৰ্ণাটকৰ কলাৰত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে গোচৰ তৰা হ’ল গুজৰাটৰ চুৰাটত।

ফোজদাৰী দণ্ডবিধি আইনৰ ২০৫ নং ধাৰা মতে (Section 205 of CrPC) মতে এজন দণ্ডাধীশৰ যোগেদি প্রাথমিক তদন্ত কৰি বিষয়টো তেওঁৰ ন্যায়িক এক্তিয়াৰ (Jurisdiction) ৰ অন্তৰ্গত হয় নে নহয় তাক ভালকৈ চাইহে গোচৰটো গ্ৰহণ কৰাৰ নিয়ম।

কিন্তু এই গোচৰটোৰ ক্ষেত্ৰত তেনে কোনো পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজনীয়তা উলাই কৰা হ’ল। টোকাটোত কোৱা হয়- মানহানি গোচৰ ৰুজু হ’বলৈ হ’লে মানহানি কৰা ব্যক্তিগৰাকীৰ ক্ষতিকাৰক মনোবৃত্তি বা কু-উদ্দেশ্য স্পষ্ট ৰূপত ধৰা পৰাটো আইনগতভাৱে এটা প্রয়োজনীয় কথা।

কিন্তু বাহুল গান্ধীৰ মন্তব্যটো কলাৰৰ এখন ৰাজহুৱা সভাত মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আদিৰ সম্পৰ্কত মন্তব্য কৰিবলৈ গৈ কোৱা কথাহে আছিল। কাৰোবাৰ মানহানি কৰাৰ পূৰ্ব-পৰিকল্পিত উদ্দেশ্য লৈ সেই মন্তব্য কৰা হোৱাই নাছিল।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰেছ টোকাটোত কোৱা হয় যে ভ্ৰষ্টাচাৰী, দুর্নীতিগ্রস্ত ৰাজনীতিকৰ মহামিলনৰ স্থান হৈ পৰিছে বি জে পি। অগণন দুর্নীতি-কেলেংকাৰীত লেটি লোৱা মধ্যপ্ৰদেশৰ ৰাজনীতিক শিৱৰাজ সিংহ চৌহান, কৰ্ণাটকৰ বি এছ য়েদিয়ুৰাপ্পা, পশ্চিমবংগৰ মুকুল ৰায় আৰু শুভেন্দু অধিকাৰী আৰু অসমৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ৰাজনীতিক আজি বি জে পিৰ সৰ্বেসর্বা।

বি জে পিৰ ‘ৱাশিং পাউদাৰত ধুই এই সকলো নেতাৰ কলংকিত অতীত নিকা কৰি পেলোৱা হ’ল! বি জে পিত সকলো দুর্নীতিগ্রস্ত, কলংকিত নেতা আজি সম্পূৰ্ণ সুৰক্ষিত। এওঁলোক আজি ভাৰতীয় গণতন্ত্র ধ্বংসৰ একো একোজন মূল সেনাপতিৰ ৰূপত অৱতীৰ্ণ হৈছে। কিন্তু আমি নিশ্চিত যে ৰাইজ আজি আমাৰ সৈতে আছে, সত্যৰ পক্ষত আছে। গণতন্ত্ৰ সুৰক্ষিত হোৱাটো ৰাইজে বিচাৰিছে, সংবিধানৰ প্ৰতি অশ্রদ্ধা ৰাইজে বিচৰা নাই।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: APCCPress release
publisher

publisher

Related Posts

Suicide Blast in Pakistan:পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ
Assam

September 29, 2023
Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়
Assam

Apsc Scam:এপিএছচি কেলেংকাৰীত একাংশ অভিযুক্ত ৰেহাই পোৱাক লৈ ক্ষুন্ন উচ্চ ন্যায়ালয়

September 29, 2023
Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান
Assam

Cyber Criminal:চাইবাৰ অপৰাধীৰ টাৰ্গেট মহানগৰীৰ শিক্ষানুষ্ঠান

September 29, 2023
Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত
Assam

Dispur Police:বলপূৰ্বক মাটি দখল কৰিবলৈ গৈ দিছপুৰ আৰক্ষী জালত

September 29, 2023
Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী
Assam

Nalbari Sahid Mukundra Kakati civil Hospital:নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পুৰ্বৰ মৰ্যাদা ঘুৰাই দিয়াৰ দাবীত জেল ভৰো কাৰ্যসূচী

September 28, 2023
BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ
Assam

BIBN Friendship Car Rally :গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ এছিয়ান কাৰ ৰেলীৰ

September 28, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: