Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

AGP Meeting: ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

সকলো জাতি আৰু ধৰ্মালম্বীলোকৰ ঐক্যবদ্ধ শক্তি অগপঃ অতুল বৰা

publisher by publisher
June 18, 2023
in Assam, News, northeast, Politics
Reading Time: 1 min read
0
AGP Meeting: ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
5
SHARES
52
VIEWS
ShareShareShareShare

AGP Meeting: ধুবুৰীত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

ADVERTISEMENT

সমাগত নিৰ্বাচনবোৰত অগপক শক্তিশালীভাৱে অৱতীৰ্ণ কৰিবলৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মনোবল যথেষ্ট বৃদ্ধি পাইছে।IMG 20230618 WA0094

RelatedPosts

AGP Election Manifesto Launched:আমবাৰীত অসম গণ পৰিষদৰ নিৰ্বাচনী ইস্তাহাৰ মুকলি

Ramendra Narayan Kalita:অগপৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ 

Helicopter:ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলৰ মাজত আৰম্ভ হেলিকপ্টাৰ উৰুওৱাৰ প্রতিযোগিতা

ইতিমধ্যে অসম গণ পৰিষদ দলে আয়োজন কৰি অহা লোকসভা সমষ্টিভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলনসমূহত ই পৰিস্ফুট হৈ উঠিছে।

দেওবাৰে ধুবুৰী জিলাত অনুষ্ঠিত ধুবুৰী লোকসভা সমষ্টিভিত্তিক কৰ্মকৰ্তা সন্মিলনে এই কথা পুনৰ প্ৰতীয়মান কৰিলে।

ধুবুৰী লোকসভা সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা এই বিশেষ কৰ্মকৰ্তা সন্মিলনত সভাপতিত্ব কৰি অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, দলৰ মূল চালিকাশক্তি হৈছে তৃণমূল পৰ্যায়ৰ কৰ্মী তথা নিষ্ঠাৱান কৰ্মকৰ্তাসকলৰ ত্যাগ আৰু কষ্ট।

দলৰ এই অক্লান্ত সৈনিকসকলৰ বাবে অগপ দল ৰাইজৰ আস্থভাজন হৈ আছে আৰু হৈ থাকিব বুলি উল্লেখ কৰি সভাপতি গৰাকীয়ে জাতি-ভাষা-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে বৃহত্তৰ অসমীয়া জাতি তথা খিলঞ্জীয়াৰ স্বাধিকাৰ ৰক্ষাৰ বাবে অগপই সদায় যুঁজি আহিছে আৰু যুঁজি যাব বুলি মন্তব্য কৰে।

দীঘলীয়া সময় ধৰি ৰাজনীতিৰ নামত ৰাজনীতি কৰি অহা কংগ্ৰেছ,এ আই ইউ ডি এফ দলে সংখ্যালঘু লোকসকলৰ বাবে একো নকৰিলে ।সংখ্যালঘুৰ নামত ঘৰিয়ালৰ চকুপানী টুকি ৰাজনীতিহে কৰিলে। সংখ্যালঘু জনসাধাৰণৰ সামগ্ৰীক উন্নয়ণৰ স্বাৰ্থত সংখ্যালঘু লোকসকলেও সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে ।

কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক ৰাজ্যখনৰ ৰাজনীতিৰ পৰা চিৰ বিদায় দি ৰাজ্যখনৰ সামুহিক বিকাশ আৰু উন্নয়ণত অংশীদাৰ হবলৈ সংখ্যালঘু ৰাইজক বৰাই মুকলি আহ্বান জনায়। অসম গণ পৰিষদ দল ৰাজ্যখনত বসবাস কৰা সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মালম্বীলোকৰ বিশ্বাসযোগ্য দল।

খিলঞ্জীয়াৰ সুৰক্ষা আৰু ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ বাবে দলটো দায়বদ্ধ বুলি মন্তব্য কৰি বৰাই আগন্তুক লোকসভা নিৰ্বাচনত অসম গণ পৰিষদ দলে নিশ্চিত ভাৱে লোকসভাত প্ৰতিনিধিত্ব কৰিব বুলি দৃঢ়তাৰে ঘোষণা কৰে।

সভাত বৰাই ধুবুৰীবাসীৰ আস্থা, মৰম আৰু বিশ্বাসক শিৰোধাৰ্য কৰি ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিত অগপৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত দলৰ কৰ্মকৰ্তাসকলক নিষ্ঠাৰে কাম কৰি যাবলৈ দলৰ প্ৰতিজন নেতা-কৰ্মীক আহ্বান জনায়।

অগপ শক্তিশালী মানেই আঞ্চলিকবাদৰ ভেটি শক্তিশালী হোৱা আৰু আঞ্চলিকবাদৰ ভেটি শক্তিশালী হোৱা মানে অসম সুৰক্ষিত হোৱা বুলি মন্তব্য কৰি বৰাই আজিৰ সভাতেই অসম গণ পৰিষদ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰা সকলোকে অগপৰ বৃহৎ পৰিয়ালটোলৈ আন্তৰিক স্বাগতম জনায় আৰু অগপৰ নীতি-আদৰ্শত ব্ৰতী থাকি দলটোক সেৱাৰ মাধ্যম হিচাপে লৈ দল তথা ৰাইজৰ হকে অনাগত দিনত আন্তৰিকতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

আনহাতে প্ৰতিকূল বতৰকো নেওচি সমবেত হোৱা অগণন কৰ্মকৰ্তাৰ উপস্থিতিত ধুবুৰী জিলা পুথিভঁৰালত আয়োজিত এই বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি অগপ দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কৰ্মকৰ্তা সকলৰ অভূতপূৰ্ব উৎসাহ-উদ্দীপনা আৰু স্বতঃস্ফূৰ্ত সঁহাৰিয়ে অসম গণ পৰিষদৰ অপ্ৰতিৰোধ্য শক্তি পুণৰবাৰ প্ৰতীয়মান কৰিলে বুলি উল্লেখ কৰে।

অসম গণ পৰিষদৰ আদৰ্শ আৰু দৃষ্টিভংগীৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ, এআইইউডিএফ আদি দলৰ শতাধিক কৰ্মীৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহুকেইগৰাকী ব্যক্তিয়ে দলত যোগদান কৰাত সকলোকে আদৰনী জনাই কয় যে, ৰাজ্যখনৰ সৰ্বাংগীণ উন্নয়ন আৰু প্ৰগতিয়ে অসম গণ পৰিষদৰ লক্ষ্য।

প্ৰগতিৰ যাত্ৰাক দুৰন্ত গতিৰে আগুৱাই লৈ যোৱাৰ বাবে অসম গণ পৰিষদ সদায় বদ্ধপৰিকৰ ৷ ৰাজ্যখনত বিৰামহীন উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ বাবে অসম গণ পৰিষদক শক্তিশালী কৰিব লাগিব বুলি কৈ মহন্তই আসন্ন লোকসভা নিৰ্বাচনত বিৰোধীক পৰাভূত কৰিবৰ বাবে ৰাইজ ইতিমধ্যে সাজু হৈছে আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰতিটো বিধান পৰিষদতে জনসংযোগ বৃদ্ধি কৰি দলটোক শক্তিশালী কৰিবলৈ কৰ্মকৰ্তা সকলক আহ্বান জনায়।

সন্মিলনত অগপৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, ৰাজ্যসভাৰ সাংসদ তথা অগপৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰপ্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, প্ৰবীন হাজৰিকা, ভূপেন ৰায়, সত্যব্ৰত কলিতা, উপ-সভাপতি জ্যোতিষ দাস, প্ৰশান্ত বৰুৱা, সুনীল ডেকা, সম্পাদক প্ৰচাৰ ড০ তপন দাস, কেন্দ্ৰীয় সম্পাদকসকল, বিষয়ববীয়াসকল, অগপৰ ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত জিলা সমিতি আৰু বিধান পৰিষদসমূহৰ সভাপতি, সম্পাদক আৰু বিষয়ববীয়াসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ প্ৰমুখ্যে অন্যান্য ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AgpAgrAgriculture Miniser Atul boraAssam politicsঅগপঅতুল বৰা
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d