Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Prevention Of Wildlife Crime:বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ বিষয়ক লৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো-আৰণ্যকৰ উদ্যোগত এছ এছ বি বিষয়া-জোৱানৰ সজাগতা কৰ্মশালা

publisher by publisher
August 31, 2023
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Prevention Of Wildlife Crime:বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ বিষয়ক লৈ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো-আৰণ্যকৰ উদ্যোগত এছ এছ বি বিষয়া-জোৱানৰ সজাগতা কৰ্মশালা
2
SHARES
22
VIEWS
ShareShareShareShare

Prevention Of Wildlife Crime:

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো (WCCB) আৰু অগ্ৰণী জৈৱ বৈচিত্ৰ সংৰক্ষণ সংস্থা আৰণ্যকে যৌথভাৱে আয়োজন কৰা এখন সজাগতা কৰ্মশালাত দেশৰ অভিজাত সীমান্তৰক্ষী বাহিনী, সশস্ত্ৰ সীমা বল (এছ এছ বি)ৰ ৯৯ জনীয়া জ্যেষ্ঠ আৰু কনিষ্ঠ বিষয়া-জোৱানৰ এটা গোটক ক্ৰমবৰ্ধমান বন্যপ্ৰাণী অপৰাধৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰতাৰ বিষয়ে সজাগ কৰা হয়।

ADVERTISEMENT

works 4তেজপুৰৰ শালনীবাৰীস্থিত এছ এছ বিৰ নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰত মঙলবাৰে অনুষ্ঠিত আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰো আৰু আৰণ্যক (www.aaranyak.org)ৰ সমল ব্যক্তিসকলে পৰিচালনা কৰা “বন্যপ্ৰাণী অপৰাধ আৰু বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়” শীৰ্ষক সজাগতা কৰ্মশালাখনত এছ এছ বিৰ নৱনিযুক্ত জোৱানকে ধৰি বিষয়া-জৱানসকলক বন্যপ্ৰাণী অপৰাধৰ সামগ্ৰিক পৰিস্থিতি আৰু ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াত এছ এছ বিৰ দৰে সীমান্তৰক্ষী বাহিনীৰ ভূমিকা সম্পৰ্কে ব্যাখ্যা কৰা হয় ।

RelatedPosts

Advantage Assam 2.O Workshops In Tezpur: তেজপুৰত এডভাণ্টেজ অসম ২.০ সৈতে সংগতি ৰাখি শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বাবে আয়োজিত জিলা পৰ্যায়ৰ কৰ্মশালাত মন্ত্ৰী পীযুষ হাজৰীকা

Special compound in Tezpur that is safe for wild birds:বনৰীয়া পক্ষীৰ বাবে নিৰাপদ তেজপুৰৰ এটা বিশেষ চৌহদ

Aaranyak:শগুণ সংৰক্ষণত ব্ৰতী বিভিন্নজনৰ প্ৰচেষ্টাক আৰণ্যকৰ প্ৰশংসা

এই প্ৰশিক্ষণ কৰ্মশালাৰ উদ্বোধন কৰি নিযুক্তি প্ৰশিক্ষণ কেন্দ্ৰৰ উপ অধিনায়ক বিষ্ণু প্ৰবীণে দেশৰ বহুমূলীয়া বন্যপ্ৰাণী সম্পদ সংৰক্ষণৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই অনা বন্যপ্ৰাণী অপৰাধ সম্পৰ্কে এছ এছ বিৰ লোকসকলৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে সময় দিয়া আৰু আগ্ৰহ প্ৰকাশ কৰাৰ বাবে সকলো সমল ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ সহকাৰী সঞ্চালক জৱাহৰলাল বড়োৱে ২০২২ চনত সংশোধন কৰা ভাৰতৰ বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ বিভিন্ন বিধান লগতে উত্তৰ-পূব ভাৰতত সৰবৰাহ হৈ থকা বিভিন্ন বন্যপ্ৰাণী প্ৰজাতি আৰু সামগ্ৰীৰ বিষয়েও দীঘলীয়া ব্যাখ্যা কৰে ।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰোৰ বিষয়াজনে অংশগ্ৰহণকাৰী এছ এছ বি বিষয়াসকলৰ সুবিধাৰ্থে অঞ্চলটোত সঘনাই জব্দ কৰা বন্যপ্ৰাণী সামগ্ৰী চিনাক্তকৰণৰ সন্দৰ্ভতো এখন ব্যৱহাৰিক অধিবেশন অনুষ্ঠিত কৰে ।

works 4 1আৰণ্যকৰ জ্যেষ্ঠ পৰিচালক ড° জিমি বৰা আৰু প্ৰকল্প বিষয়া তথা বন্যপ্ৰাণী অপৰাধ বিশ্লেষক আইভী ফাৰহিন হুছেইনে প্ৰশিক্ষণ কৰ্মশালাত ৰাষ্ট্ৰীয়, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিকোণৰ পৰা বন্যপ্ৰাণী অপৰাধৰ বিভিন্ন মাত্ৰাৰ বিষয়ে আলোচনা কৰে।

তেওঁলোকে ভাৰত-ভূটানৰ ভূ-প্ৰকৃতিৰ অঞ্চলটোত বিশেষ গুৰুত্ব আৰোপ কৰি বন্যপ্ৰাণী অপৰাধৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰে। বিশেষজ্ঞসকলে চোৰাং ব্যৱসায়ী সকলে বন্যপ্ৰাণী আৰু সামগ্ৰী সৰবৰাহ কৰাৰ বিভিন্ন উপায় আৰু ড্ৰাগছ আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এই ক্ৰমবৰ্ধমান অপৰাধ প্ৰশমন আৰু প্ৰতিৰোধ কৰিব পৰা পদ্ধতিসমূহৰ বিষয়ে আলোচনা কৰে। লগতে এছ এছ বিৰ বিষয়া জোৱানসকলৰ সৈতে এক প্ৰশ্নোত্তৰ অধিবেশনো অনুষ্ঠিত কৰা হয় ।

আৰাণ্যকৰ বিষয়া ড০ জিমি বৰাই কয়, “প্ৰশিক্ষণ কাৰ্যসূচীত এছ এছ বিৰ অংশগ্ৰহণকাৰীসকলে উৎসাহেৰে বন্যপ্ৰাণী অপৰাধ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছিল আৰু বিশেষজ্ঞসকলে এইবোৰৰ সঠিকভাৱে উত্তৰ দিছিল” ।

workshops 2বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন অংশীদাৰ আৰু বলবৎকাৰী সংস্থাসমূহৰ মাজত সমন্বয় সৃষ্টিৰ বাবে কৰা নিৰলস প্ৰচেষ্টাৰ অংশ হিচাপে আৰণ্যকে দেশৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এছ এছ বি, বি এছ এফ, চি আই এছ এফকে ধৰি বিভিন্ন কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চি এ পি এফ)ৰ সৈতে বন্যপ্ৰাণী অপৰাধৰ সম্পৰ্কীয় এনে প্ৰশিক্ষণ কৰ্মশালা আৰু মত-বিনিময় অনুষ্ঠিত কৰি আহিছে। চলিত বৰ্ষত আৰণ্যকে “ইউ এছ ফিছ এণ্ড ৱাইল্ডলাইফ চাৰ্ভিছ”ৰ সহযোগত অঞ্চলটোৰ এছ এছ বি কৰ্মীসকলক লৈ এতিয়ালৈকে ষষ্ঠখন এনে প্ৰশিক্ষণ-সজাগতা কৰ্মশালাৰ আয়োজন কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AaranyakPrevention Of Wildlife CrimeSalnibariSSB Officer_Jawan Awarness WorkshopTEZPUR
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d