Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Discussion Workshop At Aranyak’s Initiative : আৰণ্যকৰ উদ্যোগত আলোচনা কৰ্মশালা

দীপৰ বিলক ৰক্ষা কৰিবলৈ স্থানীয় লোকক জড়িত কৰি সংহত পদক্ষেপৰ প্ৰয়োজন

publisher by publisher
April 18, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Discussion Workshop At Aranyak’s Initiative : আৰণ্যকৰ উদ্যোগত আলোচনা কৰ্মশালা
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Consumers Legal Protection Forum:কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰামৰ উদ্যোগত ‘উচ্চৰক্তচাপৰ প্ৰতিকাৰ আৰু যতন’ শীৰ্ষক কৰ্মশালা

Discussion Workshop At Aranyak’s Initiative :

গুৱাহাটী মহানগৰীৰ পশ্চিম দিশত অৱস্থিত প্ৰখ্যাত ৰামছাৰ থলী দীপৰ বিলৰ অস্তিত্বৰ প্ৰতি দ্ৰুত নগৰায়ন আৰু আনুষংগিক হেঁচাই প্ৰচণ্ড ভবুকি সৃষ্টি কৰিছে ।

এনে পৰিস্থিতি আৰু পৰিৱৰ্তিত আৰ্থ-পাৰিপাৰ্শ্বিক অৱস্থাৰ পৰিপ্ৰেক্ষিত্বত আন্ত:ৰাষ্ট্ৰীয়ভাবে গুৰুত্বপূৰ্ণ জলাশয়টোৰ সংৰক্ষণ আৰু সুৰক্ষাৰ কাৰণে স্থানীয় লোকসকলক জড়িত কৰি এক সংহত পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজন ।

ADVERTISEMENT

জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু গৱেষণা ক্ষেত্ৰৰ উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী অ-লাভজনক সংস্থা আৰণ্যকে পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা “দীপৰ বিলৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱস্থাপনাত স্থানীয় সম্প্ৰদায়ৰ ভূমিকা” শীৰ্ষক এখন আলোচনা কৰ্মশালাই এই মত পোষণ কৰে ।

দীপৰ বিলৰ সুৰক্ষা আৰু সংৰক্ষণ নিশ্চিত কৰাৰ ক্ষেত্ৰত সমূহীয়া প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্য কামৰূপ মহানগৰ জিলাৰ ধাৰাপুৰস্থিত মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত যোৱা ১২ এপ্ৰিলত কৰ্মশালাখনৰ আয়োজন কৰা হৈছিল।

কৰ্মশালাখনত অংশগ্ৰহণকাৰী সকলে দীপৰ বিলৰ সুৰক্ষা আৰু নৈপৰীয়া লোকসকলৰ জীৱিকাৰ পৰিস্থিতি উন্নত কৰাৰ বাবে চৰকাৰ, স্থানীয় জনসাধাৰণ, আৰু নাগৰিক সমাজে এক সামঞ্জস্যপূৰ্ণ দৃষ্টিভংগীৰে ঐক্যবদ্ধভাবে কাম কৰিব লাগিব বুলি একমত প্ৰকাশ কৰে।

বিলখনক বহনক্ষমভাৱে সংৰক্ষণ আৰু পৰিচালনা কৰাৰ ক্ষেত্ৰত ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰাৰ বাবে চৰকাৰী সংস্থা আৰু নাগৰিক সমাজৰ সৈতে সহযোগিতাৰে স্থানীয় লোকসকলক সংগঠিত কৰিবলৈ যথেষ্টখিনি কৰিব লাগা আছে ।

পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰাণা শৰ্মা, জি আই জেড-ইণ্ডিয়াৰ ড০ সুদীপ কান্ত বশিষ্ট, আৰণ্যকৰ জ্যেষ্ঠ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰ, ছিমাং কালেকটিভছ প্ৰাইভেট লিমিটেডৰ ঋতুৰাজ দেৱান, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ ড০ বিদ্যুৎ বিকাশ শৰ্মা আৰু পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ মেৰী কলিতা আদি কেইবাজনো সমল ব্যক্তিয়ে কৰ্মশালাখনত জনসাধাৰণৰ জীৱন আৰু জীৱিকা, পৰিৱেশ সুৰক্ষা আৰু গুৱাহাটী চহৰৰ বহনক্ষমতাৰ বৰ্তাই ৰখাত জলাশয়ৰ গুৰুত্বৰ বিভিন্ন দিশত আলোকপাত কৰি বক্তব্য আগবঢ়ায়।

ধাৰাপুৰৰ উমেদ আলী আহমেদ আৰু মাটিয়াৰ মুকুল দাসে স্থানীয় লোকসকলৰ প্ৰতিনিধি হিচাপে ভাষণ দি বিষয়টোৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ব্যক্তিৰ দৃষ্টিভংগীৰে জটিল আৰ্থ-পাৰিপাৰ্শ্বিক সমস্যাৰাজিৰ ওপৰত আলোকপাত কৰি মূল্যৱান তথ্য দাঙি ধৰে ।

আৰণ্যকৰ পানী, জলবায়ু আৰু বিপদ (Water, Climate, and Hazards Division) শাখাৰ মুৰব্বী ড০ পাৰ্থ জ্যোতি দাসে আৰাণ্যকৰ হৈ অংশগ্ৰহণকাৰীসকলক আদৰণি জনোৱাৰ লগতে অনুষ্ঠানটো পৰিচালনা কৰে । পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড০ মইনুল হক চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়ায় ।

আৰণ্যকে জি আই জেড-ইণ্ডিয়া (GIZ-India) আৰু অসমৰ বন বিভাগৰ সহযোগত চলাই থকা “দীপৰ বিলৰ পাৰত বসবাস কৰা জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক আৰু জীৱিকাৰ অৱস্থাৰ মূল্যায়না” শীৰ্ষক এক অধ্যয়নৰ অংশ হিচাপে এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aranyak's InitiativeDiscussion Workshop
publisher

publisher

Related Posts

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d