Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Pradesh Bjp Pressmeet:চাহ বাগিছাৰ ৰাইজৰ উন্নয়নৰ একমাত্ৰ কৃতিত্ব বিজেপি চৰকাৰৰ : বিজেপি অসম প্ৰদেশ

publisher by publisher
September 5, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Assam Pradesh Bjp Pressmeet:চাহ বাগিছাৰ ৰাইজৰ উন্নয়নৰ একমাত্ৰ কৃতিত্ব বিজেপি চৰকাৰৰ : বিজেপি অসম প্ৰদেশ
2
SHARES
23
VIEWS
ShareShareShareShare

Assam Pradesh Bjp Pressmeet:

চাহ বাগিছাত এতিয়া উন্নয়নৰ ৰাজনীতি চলে ! ভূৱা অপপ্ৰচাৰৰ ৰাজনীতি এতিয়া অসমৰ চাহ বাগিছাত নচলে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু ডিব্ৰুগড়ৰ জোৱাঁই অপূৰ্ব কুমাৰ ভ্ৰটাচাৰ্য্যক লগত লৈ বাগিছাই বাগিছাই কেতবোৰ মনেসজা ভিত্তিহীন ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত অপপ্ৰচাৰেৰে চাহ শ্ৰমিক ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লুটাৰ অপচেষ্টাত লিপ্ত হৈছে ।

ADVERTISEMENT

চাহ বাগিছাৰ ৰাইজ এতিয়া সজাগ আৰু সচেতন । সেয়েহে অসমৰ প্ৰতিখন চাহ বাগিছাৰ ৰাইজ উন্নয়নৰ সৈতে আছে , বিজেপিৰ সৈতে আছে , নৰেন্দ্ৰ মোডী আৰু ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছে । আজি ডিব্ৰুগড়ত এক সংবাদমেলত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্তই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক প্ৰত্যাহ্বান জনাই কয় , কংগ্ৰেছে এতিয়া চাহ শ্ৰমিক ৰাইজৰ ওচৰলৈ গৈ ক্ষমা খোজা উচিত । কাৰন কংগ্ৰেছে দিৰ্ঘদিন ধৰি চাহ বাগিছাৰ ৰাইজক শোষন ,বঞ্চনা কৰি আহিছে ।

RelatedPosts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

Pressmeet at Dipankar Gogoi’s house by family and KMSS:তিতাবৰৰ দীপাংকৰ গগৈৰ মৃত্যুৰ গোচৰত উচ্চতম ন্যায়ালয়ে চি বি আইলৈ জাননীৰ পাছতে বিৰিণাশায়েকত সংবাদমেল কেএমএছএছৰ

কংগ্ৰেছৰ নেতাসকলে এতিয়া চাহ বাগিছাত গৈ লাজ পাইছেনে নাই বুলি প্ৰশ্ন কৰি মুখপাত্ৰজনে কয় , অৰ্ধশতিকা চাহ বাগিছাৰ ৰাইজৰ ভোটেৰে শাসনলৈ অহা কংগ্ৰেছৰ কাৰ্য্যকালত চাহ বাগিছাৰ লাইনৰ ৰাইজে উন্নয়নৰ মুখ দেখা নাছিল । এতিয়া চাহ বাগিছাৰ লাইনৰ ৰাস্তা পকীকৰন হৈছে ।

ঘৰে ঘৰে শৌচাগাৰ নিৰ্মান হৈছে । ঘৰে ঘৰে বেংকৰ একাউন্টত ধন জমা হৈছে । ঘৰে ঘৰে ৰন্ধন গেছৰ সংযোগ হৈছে । ঘৰে ঘৰে বিশুদ্ধ খোৱাপানীৰ সংযোগ হৈছে । চাহ শ্ৰমিক ৰাইজে পকীঘৰ লাভ কৰিছে । প্ৰত্যোক ঘৰ চাহ শ্ৰমিকে ৰেচন কাৰ্ড লাভ কৰিছে । আয়ুস্মান ভাৰত আচঁনীত পাচঁলাখ টকাৰ চিকিৎসাৰ সহায়তাৰ নিশ্চিতি লাভ কৰিছে । এয়া বিজেপি চৰকাৰৰ নেতৃত্বতহে সম্ভৱ হৈছে ।

এয়া ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ তত্বাবধানত সম্ভৱ হৈছে । চাহ বাগিছালৈ যোৱা পকী পথটো , মাংৰী উৰাং ৰংগ মঞ্চখন , চাহ বাগিছাৰ হাইস্কুলখন , চিকিৎসালয়খন দেখি কংগ্ৰেছৰ নেতা সকলে লাজ পোৱা উচিত । কাৰন চাহ শ্ৰমিক ৰাইজৰ কল্যানৰ কাৰনে এইসমূহ চিন্তা তেওলোকৰ মনলৈ অহা নাছিল । কিন্তু বিজেপি মিত্ৰজোঁটৰ চৰকাৰে চাহ বাগিছাত মহাপ্ৰভূ জগন্নাথ মন্ডপ , ষ্টেডিয়াম , স্পৰ্টচ একাডেমীৰ দৰে বৃহৎ অনুস্ঠান স্থাপন কৰিছে ।

ভূপেন বৰা আৰু অপূৰ্ব ভ্ৰটাচাৰ্য্যক কটাক্ষ কৰি মুখপাত্ৰজনে কয় , দুইজন ডিব্ৰুগড়ৰ জোৱাঁই শহুৰৰ ঘৰত বেছিদিন থাকিলে কন্দল আৰম্ভ হ’বই । তেওঁলোকে চাহ বাগিছাত বিজেপি চাবলৈ আহিছিল । মিটিং বিলাকত ত্ৰিছ চল্লিছজন ৰাইজে তেওঁলোকক লগ দিছে । এয়া তেওলোকৰ অধিকাৰ আমাৰ কব লগা নাই । কিন্তু বাগিছাই বাগিছাই মিথ্যাচাৰ অপপ্ৰচাৰ চলোৱাটো তেওঁলোকে বন্ধ কৰক ।

কাৰন এতিয়া চাহ বাগিচাৰ ৰাইজ সজাগ আৰু সচেতন । আৰু চাহ শ্ৰমিক ৰাইজ বিজেপি দলৰ লগত আছে । আজিৰ সংবাদ মেল খনত ভাৰতীয় জনতা পাৰ্টিৰ ডিব্ৰুগড় জিলাৰ উপ- সভাপতি তথা ডিব্ৰুগড়ৰ পৌৰপতি ডা০ সৈকত পাত্ৰ , অবিচি মৰ্চাৰ অসম প্ৰদেশৰ উপ- সভাপতি উৎপল নেওঁগ আৰু সংবাদ কোষৰ সদস্য বিষ্ণু কোঁচ উপস্থিত আছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Sporkperson Subash DuttaAssam Pradesh BjpPressmeet
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d