Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ACMS:বিজেপি চৰকাৰে চাহ বাগিছা সমূহ শেষ কৰিব বিছাৰিছে :অসম চাহ মজদুৰ সংঘ

publisher by publisher
August 17, 2023
in Assam, India, News
Reading Time: 4 mins read
0
ACMS:বিজেপি চৰকাৰে চাহ বাগিছা সমূহ শেষ কৰিব বিছাৰিছে :অসম চাহ মজদুৰ সংঘ
3
SHARES
25
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

ACMS:

অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি ৰাজু চাহুৱে এক প্ৰেছ বিবৃতি যোগে জনাইছে যে বৃহস্পতিবাৰে অসম চাহ মজদুৰ সংঘ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৰ নেতৃত্বত আৰু শিয়ালকটা চাহ বাগিছা আৰু ৰঙ্গামাটা বিভাগৰ প্ৰাথমিক গোটৰ ৰাধেশ্যাম তাঁতি, শিবু কৰ্মকাৰ, কল্পনা কৰ্মকাৰ, শঙ্কৰ উতিৰ সহযোগত পুৱা ৭ বজাত হাজাৰ হাজাৰ শ্ৰমিকে হাতত প্লে-কার্ড লৈ সংঘৰ ১৬ দফীয়া দাবী অতি সোনকালে কাৰ্য্যকৰী কৰিবলৈ বাগিছাৰ পৰিচালকৰ কাৰ্য্যালয়ৰ সন্মুখত ১ ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰি বিজেপি চৰকাৰৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে শ্ল’গান দি তীব্র প্রতিবাদেৰে পৰিবেশ উত্তাল কৰি তোলে ।
বিজেপি চৰকাৰৰ ভুল নীতিৰ ফলত বাগিছা সমূহ বিক্ৰী হৈ আছে। জানিব পৰা মতে এই বিজেপি চৰকাৰখনে এনেকুৱা এটা আইন বলবৎ কৰিছে যে যিকোনো চাহ বাগিছা কিনিলে ১০% মাটি যি কোনো কামত ব্যৱহাৰ কৰিব পাৰিব। তাৰ বাবে বিভিন্ন উদ্যোগপতিয়ে, যি সকলৰ চাহ বাগিছাৰ ওপৰত একেবাৰে জ্ঞান নাই তেনে ব্যক্তিয়ে অন্য উদ্যোগ স্থাপন কৰিবলৈ চাহ বাগিছা সমূহ ক্ৰয় কৰা দেখা গৈছে

ADVERTISEMENT

ইয়াৰ ফলত চাহ বাগিছাৰ শ্ৰমিক সকলৰ ভবিখ্যাত জীৱনলৈ অশনী সংকেত কঢ়িয়াই আনিছে। যদি এনে হয় চাহ বাগিছা সমূহ সংকোচিত হ’ব আৰু শ্ৰমিক সকলৰ কাম বন্ধ হৈ জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব।

যি অসমৰ চাহ পাতে বিশ্বৰ বুকুত অসমক চিনাকী কৰি দিছে আৰু শ্ৰমিকৰ হাড় ভঙা পৰিশ্ৰমৰ ফলত সেইয়া সম্ভৱ হৈ উঠিছে তেনে চাহ বাগিছাৰ চাহ গছ উচ্ছেদ কৰিবলৈ বিজেপি চৰকাৰে চিন্তা চৰ্চা কৰা অতি দুর্ভাগ্যজনক আৰু দুখজনক।

বিজেপি চৰকাৰে পৰিবেশ সুৰক্ষাৰ ওপৰত ডাঙৰ ডাঙৰ ভাষন নি গছ পুলি ৰোপন কৰিবলৈ বাইয়াক উৎসাহ দিয়ে। কিন্তু এই চাহ গছ আৰু চাহ বাগিছাৰ মাটিত থকা চিৰি আৰু আন গছ উচ্ছেদ নকৰিবলৈ এবাৰো চিন্তা নকৰে। একমাত্র বিজেপি চৰকাৰে নিজৰ মুনাফা লাভৰ বাবে উদ্যোগপতি বা যি কোনো ধনৱান ব্যক্তিক চাহ বাগিছা সমূহ ক্ৰয় কৰিবলৈ উৎসাহ যোগাই আহিছে।

যাৰ বাবে উক্ত ১০% বাগিছাৰ মাটিৰ লোভত বিভিন্ন ব্যক্তিয়ে বাগিছা সমূহ ক্রয় কৰিছে।যোৱা ৯ বছৰ অতিক্ৰম কৰাৰ পিছতো বিজেপি চৰকাৰৰ প্ৰস্তাৱিত মজুৰি ৩৫১ টকা নিৰ্দ্ধাৰণ কৰিও নিব পৰা নাই । চাহ বাগিছাৰ ২৩২ টকা সামান্য মজুৰিৰে মূল্যবৃদ্ধিৰ লগত শ্রমিক সকলে যুঁজ দিব লগা অৱস্থা হৈছে । মূল্য বৃদ্ধিৰ ফলত শ্ৰমিক সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বিভিন্ন সময়ত বিজেপি চৰকাৰ খনে চাহ শ্ৰমিকক মাটিৰ পট্টা দিয়াৰ কথা ঘোষনা কৰিছিল ।

৩৫১ টকাৰ মজুৰি আৰু শ্রমিকে ভোগ দখল কৰি থকা মাটি এইবোৰ ঘোষনাতে আবদ্ধ থাকিল । আদিবাসী চাহ জনগোষ্ঠীক জনজাতিকৰণ প্রক্রিয়া ফাইলতে থাকিল । এই সকলো বিলাক ঘোষনা আৰু শ্ৰমিকৰ নানান সমস্যা মিথ্যাচাৰী বিজেপি চৰকাৰে সমাধানৰ বাবে চিন্তা চৰ্চা কৰিব নিবিচৰাটো অতি পৰিতাপৰ কথা ।

নির্বাচন আহিলে বিজেপি চৰকাৰ খনে শ্রমিক দৰদী হয় । সেই কথা শ্রমিক সকলে উপলব্ধি কৰিছে যাৰ বাবে তেওঁলোকৰ জলন্ত সমস্যা আৰু দাবী সমূহ অতি সোনকালে ফলবতী কৰিবলৈ অসমৰ প্ৰতিটো চাহ বাগিছাৰ শ্ৰমিক ওলাই আহি প্রতিবাদ কৰিছে।

উল্লেখ কৰা ভাল হ’ব যে সৌ সিদিনা পতঞ্জলীৰ মালিক ৰামদেৱক দলিচা পাৰি বিজেপি চৰকাৰে অসমৰ শদিয়ালৈ মাতি শদিয়া আৰু আশে পাশে থকা মাটিত পাম খেতিৰ বাবে হাজাৰ হাজাৰ বিঘা মাটি আৱন্টন দিয়াৰ কথা ঘোষনা কৰিলে । এই পাম অইল কিমান ক্ষতিকাৰক সেইয়া হয়তো বহুতেই নাজানে ।

এই পাম তেল মানুহৰ শৰীৰৰ বাবে অতি ক্ষতিকাৰক । এই পাম গছে মাটিৰ উৰ্বৰা নষ্ট কৰে আৰু সেই মাটি বহু দিনলৈ কোনো খেতিৰ বাবে উপযোগী নহয়। এই পাম গছে বহু পৰিমাণে পানী শোষন কৰে আৰু আশে পাশে থকা অন্য খেতি নষ্ট কৰে।

ইয়াৰ ফলত চাহ বাগিছাৰ চাহ গছৰ ওপৰত ইয়াৰ প্ৰভাৰ পৰিব আৰু চাহ গছ সম্পূর্ণ ধংস হ’ব। লাহে লাহে এনে ধৰণৰ লাভ জনক উদ্যোগ চাহ বাগিছাৰ মাটিত ৰোপন কৰিবলৈ চৰকাৰ খনে হয়তো পৰিকল্পনা কৰিব। আমাৰ ভাৰতবৰ্ষই এই পাম অইল সকলোতকৈ বেছি আমদানি কৰে ।

এনেধৰনৰ খেতি পৃথিবীৰ বহু ৰাষ্ট্ৰই নিষিদ্ধ কৰিছে। বৰ্তমান আমাৰ দেশত এই ব্যৱসায়টো এটা ডাঙৰ মাফিয়া গোষ্ঠীয়ে নিয়ন্ত্ৰণ কৰি আছে আৰু তাৰ ভাগ কেন্দ্ৰীয় চৰকাৰে লাভ কৰে। সেয়ে এনে ধৰনৰ ক্ষতিকাৰক লগতে চাহ বাগিছাৰ ওপৰত প্ৰভাৱ পৰিব পৰা খেতি বন্ধ হব লাগে। সেয়ে আজি শ্ৰমিকৰ সমস্যা আৰু ১৬ দফীয়া দাবী সমূহক লৈ শিয়ালকটা চাহ বাগিছাৰ হাজাৰ হাজাৰ শ্ৰমিক ৰাইজ ওলাই আহি ১ ঘণ্টীয়া ধৰ্ণা কাৰ্য্যসূচীৰে পৰিচালকৰ যোগেদি মুখ্যমন্ত্ৰী আৰু শ্রমমন্ত্রীলৈ প্ৰেৰণ কৰে স্মাৰক পত্ৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Chah Mazdoor SanghaEx Mla Raju SahuPanitola branchProtest
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d