Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Powerful Earthquake Strikes In Morocco Kills At Least 632 People :ভয়ংকৰ ভূমিকম্পত তচনচ মৰক্কো

তাছপাতৰ দৰে খহি পৰে ওখ ওখ অট্টালিকা, সৰ্বত্ৰে এতিয়া কান্দোনৰ ৰোল , মৃত্যুৰ সংখ্যা ছয় শতাধিক অতিক্ৰম

publisher by publisher
September 9, 2023
in Uncategorized
Reading Time: 2 mins read
0
Powerful Earthquake Strikes In Morocco Kills At Least 632 People :ভয়ংকৰ ভূমিকম্পত তচনচ মৰক্কো
2
SHARES
17
VIEWS
ShareShareShareShare

Powerful Earthquake Strikes In Morocco Kills At Least 632 People :

শুকুৰবাৰে নিশা উত্তৰ আফ্ৰিকান দেশ মৰক্কোত সংঘটিত এক ভয়ংকৰ ভূমিকম্পত কমেও ৬৩২ জন লোক নিহত হোৱাৰ উপৰিও ৩২৯ জন লোক আহত হৈছে  বুলি দেশ খনৰ অভ্যন্তৰীণ মন্ত্ৰালয়ে জানিব দিয়ে ৷ আহতসকলৰ ভিতৰত ৫১ জনৰ অৱস্থা সংকটজনক ৷

ADVERTISEMENT

morocco 1এই ভূমিকম্পত প্ৰথমাবস্থাত ২৯৬জন লোক নিহত হোৱাৰ খবৰ আহিছিল যদিও বৰ্তমান মৃতকৰ সংখ্যা বৃদ্ধি পায় ৬৩২জনলৈ ৷ উল্লেখ্য যে, ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ আছিল এই ভূমিকম্প । মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভূ-তাত্ত্বিক জৰীপ অনুসৰি এই ভূমিকম্প দক্ষিণ-পশ্চিম মাৰাকেশৰ ১৮.৫ কিলোমিটাৰ গভীৰতাৰ পৰা নিশা ১১:১১ বজাত উৎপন্ন হয় ৷

RelatedPosts

Guinness World Records : একেলগে নটা সন্তান জন্ম দি ১৯ মাহৰ পাছত চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিল মহিলা

FIFA World Cup 2022 : ফিফা বিশ্বকাপত মৰক্কোৰ জয়ৰ পাছত বেলজিয়ামত বিক্ষোভ, আটক একাধিক সমৰ্থক

২০ বছৰে হেলমেট পিন্ধি আছে যুৱতীয়ে

morocco 4ৰাজধানী চহৰ ৰাবাটৰ পৰা মাৰাকেচলৈকে নিশা সংঘটিত ভূমিকম্পৰ পাছতে নাগৰিক সকলে ভয়ত ৰাস্তা আৰু উপ-পথত দৌৰি গৈছিল ৷ উল্লেখ্য ৰাবাট হৈছে দেশৰ আটাইতকৈ জনপ্ৰিয় পৰ্যটন স্থলী।

ভূমিকম্পৰ মুল কেন্দ্ৰস্থল মাৰাকেচ ওচৰৰ আসনি নামৰ পাহাৰীয়া গাওঁখনৰ বাসিন্দা মণ্টাচিৰ ইত্ৰিয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে যে, আসনিত থকা বেছিভাগ ঘৰ বিধস্ত হৈ পৰিছে ৷

আমাৰ চুবুৰীয়াসকল ধ্বংসস্তূপৰ তলত আছে ৷ তেওঁলোক জীৱিত হৈ আছেনে সেয়াও সন্দেহ আছে ৷ যিসকল আমি জীয়াই আছো সকলো মিলিত হৈ উদ্ধাৰ অভিযানত নামি পৰিছো ৷ তেওঁলোকক উদ্ধাৰ কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে।”

ইপিনে দেশ খনৰ মৰ্কানৰ নাগৰিকসকলে ভূমিকম্পৰ পিছত শ্বেয়াৰ কৰা ভিডিঅ’ বোৰত পৰিলক্ষিত হয় অট্টালিকাবোৰ ধ্বংসস্তূপ আৰু ধুলিলৈ পৰিণত হৈছিল। মাৰাকেচৰ ঐতিহাসিক পুৰণি চহৰ, ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ চাৰিওফালে থকা আইকনিক ৰঙা দেৱালৰ কিছু অংশো ক্ষতিগ্ৰস্ত হৈছিল।

আনহাতে ঠায়ে ঠায়ে বিস্তৰ ক্ষয়-ক্ষতি হোৱালৈ চাই মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

morocco 3বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত থকাত নিহত তথা আহতৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱালৈ চাই সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে দেশ খনৰ প্ৰশাসনে এই পৰ্যন্ত আনুষ্ঠানিকভাবে মৃতকৰ সংখ্যা আৰু আহতৰ সংখ্যা ঘোষণা প্ৰকাশ কৰা নাই ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 329 injured632 Person DeathMoroccoPowerful Earthquake Strikes
publisher

publisher

Related Posts

নিশাৰ আক্ৰমণৰ পাছত আজি পুৱা জয়ছালমেৰ গাঁৱত উদ্ধাৰ ‘বোমা সদৃশ বস্তু’ ,সতৰ্কবাণী জাৰি 
Uncategorized

May 9, 2025
Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?
Uncategorized

Operations Sindoor: ‘অপাৰেছন সিন্দূৰ’ নামকৰণ কিয় কৰিলে প্রধানমন্ত্রীয়ে?

May 8, 2025
Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !
Uncategorized

Bharalu River:আৱৰ্জনাৰে ভৰিছে ভৰলু !

May 8, 2025
images 16 2
Uncategorized

April 24, 2025
দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Uncategorized

দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

April 19, 2025
মাজ আকাশতে দুৰ্যোগ!
Uncategorized

মাজ আকাশতে দুৰ্যোগ!

April 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d