Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam State Bjp:লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি শীঘ্ৰে ৰাজ্যিক বিজেপিত ব্যাপক সাল-সলনিৰ সম্ভাৱনা !

পদবীৰ পৰা আঁতৰাই নির্বাচনী কামত সম্পূৰ্ণ নিয়োজিত কৰা হ'ব

publisher by publisher
July 22, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam State Bjp:লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি শীঘ্ৰে ৰাজ্যিক বিজেপিত ব্যাপক সাল-সলনিৰ সম্ভাৱনা !
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

Dhekiajuli:ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয় চৌহদৰ পৰা শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ

State BJP :মিঞা প্রেমী ছাদুল্লা-ভাছানিৰ আদৰ্শৰে অনুপ্রাণিত গৌৰৱ গগৈ : ৰাজ্যিক বিজেপি

Assam State Bjp:
লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত সভাপতি সলনি নহ’লেও ৰাজ্যিক বিজেপিৰ সাংগঠনিক তথা ৰাজ্যিক সমিতিত ব্যাপক সাল-সলনি আসন্ন। এই সাল-সলনিৰ জৰিয়তে দলৰ দায়িত্বৰ পৰা অব্যাহতি দি একাংশ নেতাক নির্বাচনী কাম-কাজত সম্পূৰ্ণৰূপে নিয়োজিত কৰা হ’ব। আন একাংশক সলনি কৰা হ’ব দায়িত্ব পালনত প্ৰদৰ্শন কৰা দুৰ্বলতাৰ বাবে।

ADVERTISEMENT

আকৌ একাংশক আঁতৰ কৰা হ’ব দায়িত্বত থাকিও দলৰ হৈ কোনো কাম নকৰি ব্যক্তিগত স্বাৰ্থ পূৰণত ব্যস্ত থকা বাবে। এই সাল-সলনি উপ- সভাপতি, সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদ পৰা আৰম্ভ কৰি তলৰ পৰ্যায়লৈকে কৰা হ’ব। কেন্দ্রীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে এই সাল-সলনিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ মূলতে হ’ল নির্বাচনকেন্দ্রিক তৎপৰতাক গতি প্ৰদান কৰা।

বিজেপিৰ শীৰ্ষ সূত্ৰই সদৰী কৰা অনুসৰি, সভাপতি আৰু সাংগঠনিক সাধাৰ ণ সম্পাদক পদ দুটাতো নতুন নিযুক্তিৰ প্ৰক্ৰিয়া প্ৰথমতে আৰম্ভ হৈছিল; কিন্তু নির্বাচনলৈ মাজত এবছৰো নথকাত বিশেষকৈ সভাপতি সলনি নকৰিবলৈ সিদ্ধান্ত লোৱা হয়। তাৰ পৰিবৰ্তে ৰাজ্যিক সমিতিখনত সাল-সলনি কৰিব বিচৰা হৈছে।

নতুন সমিতিখন যাতে অভিজ্ঞ আৰু কৰ্ম তৎপৰ নেতা-কৰ্মীৰ দ্বাৰা গঠন কৰা হয়, সেই বিষয়ে কেন্দ্রীয় নেতৃত্বই দলৰ অসমৰ শীর্ষ নেতাসকলক একাধিকবাৰ সতৰ্ক কৰি দিছে। নির্বাচনত ৰাজ্যিক সমিতিৰ ভূমিকা ব্যাখ্যাতীতভাবে গুৰুত্বপূর্ণ। আসন্ন লোকসভা নির্বাচনটো বিজেপিৰ বাবে হ’ব অত্যন্ত প্রত্যাহ্বানপূর্ণ।

সেই প্রত্যাহান নেওচি দলে পুনৰ দেশ শাসনৰ দায়িত্বলৈ অহাৰ লক্ষ্য লৈছে। ইয়াৰ বাবে ক’তো সুৰুত্তা নথকা ৰণনীতিৰে আগবঢ়াৰ কৌশল গ্রহণ কৰা হৈছে। সুৰুঙা আঁতৰোৱাৰ ক্ষেত্ৰত ৰাজ্যিক সমিতিবোৰকো লক্ষ্য কৰি লৈছে কেন্দ্রীয় নেতৃত্বই। শীর্ষ সুত্ৰটোৱে উল্লেখ কৰে যে অসমৰ ৰাজ্যিক সমিতিখনত দায়িত্বৰ পৰা আঁতৰি ফুৰিব বিচৰা দলৰ দায়িত্ব সঠিকভাৱে পালন নকৰা নেতাৰ ভিৰ যথেষ্ট বেছি।

তাৰ বিপৰীতে একাংশ নেতাই অতিৰিক্ত দায়িত্বও পালন কৰি আহিছে। দায়িত্ব পালন যাতে সৰ্বস্তৰত হয় তাৰ ওপৰত মূল গুৰুত্ব দি সমিতি গঠন কৰিবলৈ কেন্দ্রীয় নেতৃত্বই নির্দেশ দিছে। অৱশ্যে কেন্দ্রীয় নেতৃত্বৰ এই নির্দেশনা অসমত কিমান দুৰ কাৰ্যকৰী হ’ব সেয়া সময়েছে স্পষ্ট কৰিব। কাৰণ সমিতি সাল-সলনিৰ প্ৰসংগ উত্থাপিত হোৱাৰ লগে লগে নেতা পালিনেতাৰ ভিৰো বাঢ়িছে।

নিৰ্বাচনৰ দায়িত্বত সম্পূৰ্ণৰূপে নিয়োজিত কৰিব বিচৰা নেতাৰ ভিতৰত নাম চৰ্চালৈ আহিছে সাধাৰণ সম্পাদক দিল্লুৰঞ্জন শর্মা, উপ-সভাপতি পুলক গোহাঁই আদিৰ। সাধাৰণ সম্পাদকৰ দৰে অতি গুৰুত্বপূৰ্ণ পদৰ পৰা আঁতৰাই দিপুৰঞ্জন শৰ্মাক কলিয়াবৰ লোকসভা সমষ্টিৰ কামত নিয়োগ কৰিব বিচৰা হৈছে। তেনেদৰে পুলক গোহাঁইক ডিব্ৰুগড় লোকসভা সমষ্টিত বিশেষ দায়িত্ব অৰ্পণৰ চৰ্চা চলিছে। এয়া মাত্র দুটা উদাহৰণ। এনেদৰে অতি গুৰুত্বপূর্ণ পদবীত থকা কেবাজনো নেতাক নিৰ্বাচনৰ বিশেষ দায়িত্ব দিব বিচৰা হৈছে।

প্রসংগক্রমে উল্লেখ্য যে বিজেপিয়ে প্রত্যাহ্বানৰ মাজতো এইবাৰ কংগ্ৰেছৰ দখলত থকা কলিয়াবৰ, নগাঁও, বৰপেটা লোকসভা সমষ্টি দখলৰ অংকৰে নির্বাচনী ৰণক্ষেত্রত ইতিমধ্যে জঁপিয়াই পৰিছে।

সেয়েহে এই তিনিটা সমষ্টিত দলৰ বিশেষ সক্ৰিয়া বুলি পৰিচয় থকা কেবাজনো নেতাক বিশেষ বিশেষ দায়িত্ব প্ৰদানৰ বিষয়ে চৰ্চা কৰিছে। দলীয় সূত্ৰটোৱে জনায় যে ৰাজ্যিক কমিটিত তেনে সক্রিয় কেবাজনো নেতা আছে। তেওঁলোকক দলৰ পদবীৰ পৰা আঁতৰাই সম্পূর্ণৰূপে নির্বাচনৰ দায়িত্ব দিয়া হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam State BjpChange Of RankParliamant Election
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d