Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Chief Secretary :মুখ্য সচিবৰ এখন পত্ৰই উদঙালে চৰকাৰৰ ভিতৰচ’ৰাৰ স্বৰূপ !

প্রশাসনিক মুৰব্বী হৈও উপেক্ষিত হ'ব লগা হৈছে মুখ্য সচিব, যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো বিভাগে মুখ্য সচিবক অৱগত কৰোৱাটো, বাধ্যতামূলক ৰাজ্যপাললৈ কোনো ফাইল বা পত্ৰ প্ৰেৰণৰ পূৰ্বে মুখ্য সচিবলৈ প্ৰেৰণ কৰিব লাগিব

publisher by publisher
November 24, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Chief Secretary :মুখ্য সচিবৰ এখন পত্ৰই উদঙালে চৰকাৰৰ ভিতৰচ’ৰাৰ স্বৰূপ !
3
SHARES
31
VIEWS
ShareShareShareShare

Chief Secretary :

দিছপুৰৰ প্ৰশাসনত চৰম অৰাজকতা ৷ প্রশাসনিক মুৰব্বী হৈও উপেক্ষিত হ’ব লগা হৈছে মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ ৷ চৰকাৰ, প্রশাসন সকলো ‘ভালদৰে’ চলা বুলি অসম চৰকাৰে কৰি অহা দাবীবোৰ প্ৰকৃততে সাধাৰণ জনতাক আঙুৱা ভবাৰহে নিকৃষ্ট কৌশল বুলি এই পত্রখনে উদঙাই দিছে। মুখ্য সচিব বৰঠাকুৰৰ পত্রই প্ৰশাসন যে ভালদৰে চলা নাই; বৰঞ্চ নিয়ন্ত্রণহীন অৰাজকতাহে বিৰাজ কৰিছে।

ADVERTISEMENT

পৰিস্থিতি ঢাকিবলৈ চৰকাৰে যিমানে চেষ্টা নকৰক কিয়, শেহতীয়াকৈ এই পত্রখনেই প্রশাসনিক ব্যৱস্থাক লৈ ৰাজ্য চৰকাৰে কৰি অহা সকলো দাবীবে নগ্ন স্বৰূপ প্রকট কৰিছে ।

RelatedPosts

Dispur Campaign:দিছপুৰত প্ৰদ্যুৎ বৰদলৈ মাৰাথন প্ৰচাৰাভিযান

Atul Bora meets Mira Barthakur:দিছপুৰ সমষ্টিত নতুন সমীকৰণ !

Asom Nagarik Sanmilon:বিজেপিক উৎখাতৰ স্বাৰ্থত কংগ্ৰেছৰে মিত্ৰতাৰ পোষকতা অসম নাগৰিক সন্মিলনৰ

২১ নৱেম্বৰত মুখ্য সচিব পবন বৰঠাকুৰে প্ৰতিটো বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব,প্ৰধান সচিব,আয়ুক্ত- সচিব আৰু বিভাগীয় সচিব সকললৈ এখন জৰুৰী পত্ৰ প্ৰেৰণ কৰে। চি এছ/২০২৩/৪৬ নম্বৰবৰ পত্ৰখনে এই কথা স্পষ্ট কৰিছে যে প্রশাসন যন্ত্রত গুৰুতৰ বিসংগতিৰ সৃষ্টি হৈছে। যি নিয়মেৰে প্রশাসন চলিব লাগে তেনেদবে চলা নাই।

ৰাজ্যৰ প্রশাসন যন্ত্রৰ মুৰব্বী হ’ল মুখ্য সচিব; অথচ মুখ্য সচিবকে গুৰুত্বহীন কৰা হৈছে বহু ক্ষেত্রত। পত্ৰখনত প্রত্যক্ষভাবে উল্লেখ নকৰিলেও ইংগিতেৰে এয়াও স্পষ্ট কৰা হৈছে যে ৰাজ্য প্রশাসনৰ বহু কাম প্রশাসনিক মুৰব্বীৰূপে মুখ্য সচিবক অৱগত নকৰাকৈয়ে কৰি থকা হৈছে ।

যিটো কামত মুখ্য সচিবৰ মূল ভূমিকা থাকে সেইক্ষেত্রতো তেওঁক উপেক্ষা কৰা হৈছে। ফলত একপ্ৰকাৰ আক্ষেপেৰে মুখ্য সচিব বৰঠাকুৰে আইনৰ ধাৰা উল্লেখেৰে শেহতীয়া পত্র তথা জননীখন জাৰি কৰে। পত্ৰৰ জৰিয়তে তেওঁ অধীনস্থ বিষয়াসকলক সহযোগিতা বিচাৰি আহ্বান জনাবলগীয়া হোৱা পৰিস্থিতি নিঃসন্দেহে উদ্বেগজনকো ।

পত্ৰখনত মুখ্য সচিব বৰঠাকুৰে উল্লেখ কৰিছে যে ‘আছাম ৰুলছ অৱ এক্সিকিউটিভ বিজনেছ’ আইনখন যোৱা পহিলা ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হৈছে আৰু এই সন্দৰ্ভত চৰকাৰী জাননী জাৰি কৰা হৈছে। পত্র অনুসৰি বিধিখনৰ ২৮ (এক) ধাৰাত মুখ্য সচিবৰ কাম-কাজৰ বিষয়ে উল্লেখ আছে; কিন্তু সেই ধাৰাই উপেক্ষিত হৈছে।

গতিকে পত্ৰখনৰ জৰিয়তে মুখ্য সচিবে সকলোকে বিধিখন পালন কৰিবলৈ অনুৰোধ জনাইছে। এই অনুৰোধৰ পাছত পত্ৰখনত উল্লেখ কৰা হৈছে যে তিনিটা দিশৰ ওপৰত সংশ্লিষ্টসকলে বিশেষ দৃষ্টি ৰাখিব লাগে। সেইকেইটা হ’ল-কেবিনেটৰ নিয়ম, ‘ডিপার্টমেন্টেল ডিছপোজেল অব- বিজনেছ’ আৰু আন্তঃবিভাগীয় আলাপ-আলোচনা। পত্ৰখনত এইদৰে উল্লেখ কৰা হৈছে যে আছাম ৰুলছ অৱ এক্সিকিউটিভ
বিজনেছ, ২০২৩ৰ উল্লিখিত ধাৰাটোৰ মতে, সকলো বিভাগৰ সিদ্ধান্তৰ ওপৰত মুখ্য সচিবৰ অনুমোদন জনাব লাগে।

উল্লেখ কৰা হৈছে যে ৰাজ্যৰ প্রশাসনিক ব্যৱস্থাৰ দক্ষতা নিশ্চিত কৰাত প্রশাসনিক মুৰব্বীৰূপে মুখ্য সচিবজন দায়বদ্ধ। বিভাগবোৰৰ সচিবসকলৰ মাজত বিভিন্ন বিষয়ক লৈ মতৰ ভিন্নতা থাকে। সেই ক্ষেত্রত মুখ্য সচিবে সংযোগেৰে ভিন্নতাৰ মাজৰ পৰা বাস্তবসম্মত সিদ্ধান্ত নির্ধাৰণ কৰিব লাগে।

তদুপৰি উল্লেখ কৰা আন এটা বিষয় অনুসৰি, অফিচ মেমোৰেণ্ডামবোৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্রেৰণৰ এক নির্দিষ্ট নিয়ম আছে। মুখ্য সচিবৰ জৰিয়তেহে সেইবোৰ মুখ্যমন্ত্রী অথবা ৰাজ্যপাললৈ প্ৰেৰণ কৰিব পাৰি।

শেষৰ বিষয়টোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰৰ শীর্ষ এক সূত্রই উল্লেখ কৰে যে কোনো এটা বিষয়ৰ অফিচ মেমোৰেণ্ডাম সচিবে সাজু কৰাৰ পাছত সংশ্লিষ্ট বিভাগটোৰ অতিৰিক্ত মুখ্য সচিবলৈ প্রেৰণ কৰিব লাগে ।

অতিৰিক্ত মুখ্য সচিবৰ কিবা আপত্তি থাকিলে সেইখিনি ঠিক-ঠাক কৰি বিভাগীয় মন্ত্রীলৈ প্রেৰণ কৰিব লাগে। মন্ত্রীয়ে অনুমোদন দিয়াৰ পাছত তাক প্ৰেৰণ কৰিব লাগে মুখ্য সচিবলৈ আৰু মুখ্য সচিবে পুনৰীক্ষণ কৰি প্ৰেৰণ কৰিব লাগে মুখ্যমন্ত্রী অথবা ৰাজ্যপাললৈ।

অথচ বৰ্তমানৰ চৰকাৰৰ কার্যকালত এনে ঘটনা সঘনে সংঘটিত হৈ আছে য’ত মুখ্য সচিবক চেৰাই যোৱা হৈছে আৰু পোনে পোনে মুখ্যমন্ত্রী আনকি ৰাজ্যপাললৈও প্রেৰণ কৰা হৈছে। এনেদৰেই ৰহস্যজনকভাবে কৌশলী ৰূপত মুখ্য সচিবৰ পদটোকে অৱমাননা কৰি থকা হৈছে ।

এইবোৰক লৈ মুখ্য সচিব বৰঠাকুৰে যথেষ্ট অস্বস্তিত ভোগাৰ কথা দিছপুৰৰ এটা মহলৰ মাজত বিশেষ চৰ্চাৰ বিষয় হৈছে। এই চর্চা অনুসৰি ৰাজ্যবাসীক চৰকাৰে আতুৱা-ভবাৰ এক দলিল স্বৰূপ হৈ পৰিছে মুখ্য সচিবৰ এই পত্র।

এনে প্ৰেক্ষাপটত এতিয়াৰে পৰা যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে সকলো বিভাগে মুখ্য সচিবক অৱগত কৰোৱাটো বাধ্যতামূলক ৷ কোনো বিষয়াৰ মত বিৰোধ হ’লে মুখ্য সচিবক অৱগত কৰিবই লাগিব প্ৰশাসনৰ মুৰব্বী হিচাপে ৷ একেদৰে ৰাজ্যপাললৈ কোনো ফাইল বা পত্ৰ প্ৰেৰণৰ পূৰ্বে মুখ্য সচিবলৈ প্ৰেৰণ কৰিবই লাগিব ৷

উল্লেখ্য যে, মুখ্য সচিবক একাংশ বিভাগীয় মুৰব্বীয়ে গুৰুত্বহীন কৰি ৰখাৰ অভিযোগ উদ্থাপিত হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Add CsCommissioner-SecretaryCs Pawan kr.BarthakurDispurPrincipal SecretarySecretarySpl Latter
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d