Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Pressmeet In Tinsukia:তিনিচুকীয়াত অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

চৰকাৰী বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীৰ বাবে ৫ শতাংশ আসন সংৰক্ষণ মেডিকেল, ইঞ্জিনিয়েৰিং কলেজত, কাজিৰঙাত নিৰ্মাণ হ'ব টাটাৰ তাজ গ্ৰুপৰ হোটেল, গুৱাহাটীতো আকৌ নিৰ্মাণ হ'ব ৰেডিছন ব্লুৰ হোটেলৰ নতুন চৌহদ

publisher by publisher
December 1, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Cm Pressmeet In Tinsukia:তিনিচুকীয়াত অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
2
SHARES
20
VIEWS
ShareShareShareShare

Cm Pressmeet In Tinsukia:

শুক্ৰবাৰে তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত অনুষ্ঠিত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হয় কেবিনেট বৈঠক। এই বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ADVERTISEMENT

বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড: শৰ্মাই সংবাদমেল সম্বোধন কৰি বৈঠকত লোৱা সিদ্ধান্তসমূহ সদৰি কৰি কয় যে,চৰকাৰী বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীৰ বাবে ৫ শতাংশ আসন সংৰক্ষণ হ’ব ৰাজ্যৰ মেডিকেল, ইঞ্জিনিয়েৰিং কলেজ সমূহত ৷

RelatedPosts

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

Dibrugarh: ডিব্ৰুগড়ৰ খোৱাঙৰ লেপেটকটাত চক্ৰধৰ গগৈৰ হৈ মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰাভিযান

BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি

একেদৰে কাজিৰঙাত স্থাপন কৰা হ’ব টাটাৰ সহযোগত এখন অত্যাধুনিক তাজ হোটেল ৷ গুৱাহাটী মহানগৰীটো ৰেডিশ্যন হোটেলৰ নতুন চৌহদ স্থাপনৰ পৰিকল্পনা লয় ৰাজ্য চৰকাৰে ৷

cabinet 2আনহাতে অসমৰ ঔদ্যোগিক ক্ষেত্ৰত ৰাজ্য চৰকাৰে বিনিয়োগ কৰিব ৩৮ কোটি টকা। কেবিনেটে চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক ৰেচন কাৰ্ড দিয়াৰ সিদ্ধান্ত লয় ৷ ৰাজ্য বিশিষ্ঠ সাহিত্যিক তথা প্ৰৱীণ সাংবাদিক ধীৰেন্দ্ৰনাথ বেজবৰুৱালৈ ২০২৩ বৰ্ষৰ ‘চুকাফা বঁটা’ প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী শৰ্মাই ৷

বঙাইগাঁৱত ভাগ্যশ্রী নামৰ কোম্পানীৰ উদ্যোগত বেম্ব’ ক্রেছ উদ্যোগ স্থাপনৰ বাবে ৰাজ্য চৰকাৰে চি এছ আৰ শিতানত ৪৩৮ কোটি টকা ব্যয় কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ আনহাতে কেবিনেটত মাটিৰ শ্রেণী বিভাজন ৫ টালৈ হ্রাস কৰাৰ লগতে ২ লাখ ১০ হাজাৰ লোকক মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত লয় তিনিচুকীয়া কেবিনেটে ৷

একেদৰে কেবিনেটে চাহ নিগম প্রভিডেণ্ট ফাণ্ডলৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০০ কোটি টকা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ আনহাতে পি পি পি, এ পি পি কৰ্মচাৰীৰ চাকৰিৰ বয়স বৃদ্ধিৰো সিদ্ধান্ত লোৱা হয় কেবিনেটত ৷

মুখ্যমন্ত্ৰী শৰ্মাই আৰু উল্লেখ কৰে যে,গুৱাহাটীত এখন উচ্চ মানদণ্ডৰ চাৰ্টাট একাউণ্ট ইন্সটিটিউট স্থাপন কৰা হ’ব ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে তিনিচুকীয়া জিলাৰ উন্নয়নমূলক কামৰ বাবেও কেবিনেটত লোৱা বহু কেইটা সিদ্ধান্ত
সদৰি কৰি কয়,তিনিচুকীয়াৰ বাইপাছত নতুন বাছ আৰু ট্রাক ষ্টেণ্ড,তিনিচুকীয়া ষ্টেডিয়ামখনৰ বাবে ৫০ কোটি টকা ধাৰ্য,চহৰ খনত অত্যাধুনিক গাড়ী পাকিঙৰ লগতে ন-পুখুৰী পাৰ্কৰ উন্নয়নৰ বাবেও ১০ কোটি ধাৰ্য কৰাৰ উপৰিও ডুমডুমা আৰু চাবুৱা, সবাংগীন উন্নয়নৰ বাবেও সুকীয়া পুঁজি ধাৰ্য কৰে কেবিনেটে ।

আনহাতে কয়লা নগৰ মাৰ্ঘিৰেটাৰ পৰা নামপুকলৈ পথ নিৰ্মাণ,ডিগবৈত অত্যাধুনিক ইণ্ডোৰ ষ্টেডিয়াম , শদিয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাৰ সু-বিশাল প্রতিমূৰ্তি স্থাপনৰো সিদ্ধান্ত লয় কেবিনেটে ৷

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত তিনিচুকীয়াৰ ঐতিহাসিক বুঢ়াবুঢ়ী থানৰ বাবে ৫ কোটি অনুদানৰ কথাও ঘোষণা কৰে ৷ আনহাতে তিনিচুকীয়া দৰে অহাবৰ্ষৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰীত একাদিক্ৰমে লখিমপুৰ,নলবাৰীত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব বুলি সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে সদৰি কৰে ৷ সংবাদমেলত জ্যেষ্ঠ মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত আছিল ৷

স্মতৰ্ৱ্য যে,কেবিনেট বৈঠকত মন্ত্ৰী ৰনজিৎ কুমাৰ দাস,চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্ত মল্লবৰুৱা, অজন্তা নেওঁগ সহ আটাইকেইগৰাকী মন্ত্ৰী সহ মুখ্যসচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cabinet MeetingCm Himanta Biswa SarmaPressmeet AddressTinsukia Convention Centre
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d