Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অৰুণাচলৰ বৰডুমচাত এছআইআৰক লৈ উত্তপ্ত পৰিস্থিতি

    জন্মাষ্টমীৰ দিনটোতে প্ৰতিবাদত বহিল বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকল

    হিমাচলত প্ৰশাসনিক বিষয়াৰ বাবে বাধ্যতামূলক ‘ছাৰ্চ এণ্ড ৰেছকিউ’ আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰশিক্ষণ

    নিৰ্ধাৰিত সময়তে প্ৰকাশ পাব ছোনিয়া গান্ধীৰ স্মৃতিকথা ‘বিলংগিং: এ জাৰ্নি অৱ লাভ’

    কংগ্ৰেছ -ৰাইজৰ দলৰ মাজত মিত্ৰতা ভংগৰ পিছত পুনৰ গৰজি উঠিল অখিল গগৈ

    ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত মুকলি কৰা হয় সংকল্প পত্ৰ, উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা আৰু ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়া সহ জ্যেষ্ঠ নেতা

publisher by publisher
March 31, 2026
in Uncategorized
Reading Time: 1 min read
0
BJP Releases Assam Poll Sankalp Patra:মহানগৰীৰ বাজপেয়ী ভৱনত ৰাজ্যিক বিজেপিৰ সংকল্প পত্ৰ মুকলি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

BJP Releases Assam Poll Sankalp Patra:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:—ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে শাসক- বিৰোধী সহ সকলো সৰু-বৰ দলে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। কংগ্ৰেছে দেওবাৰে পাঁচটা প্ৰতিশ্ৰুতি সহ দলীয় ইস্তাহাৰ মুকলি কৰাৰ পিছত আজি ৰাজ্যিক বিজেপিও মুকলি কৰিলে ৩১টা প্রতিশ্রুতিৰে বিজেপিৰ সংকল্প পত্ৰ ৷ এই উপলক্ষে মহানগৰীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ উপস্থিতিত মুকলি কৰা হয় সংকল্প পত্ৰ ৷ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,বিজেপিৰ ৰাষ্ট্ৰীয় উপ- সভাপতি বৈজয়ন্ত পাণ্ডা সহ কে’বা গৰাকী জ্যেষ্ঠ নেতা।

ADVERTISEMENT

উল্লেখ্য যে ৩১টা প্রতিশ্রুতিৰে বিজেপিৰ সংকল্প পত্ৰত উল্লেখ থকা মুল প্ৰতিশ্ৰুতি কেইটা হ’ল -অৰুণোদয় আঁচনিৰ ধন পূৰ্বৰ ১,২৫০ টকাৰ পৰা ৩ হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব ধন ৷ একেদৰে২ লাখ নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি । চিএমএএএ’কে ধৰি ১০ লাখ যুৱক-যুৱতীক দিয়া হ’ব আর্থিক সাহায্য ৷ অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত আৰু বহিষ্কৰণৰ প্রতিশ্রুতি দি বিজেপিয়ে ১৯৫০ৰ Immigrants Impulsion Actৰ যোগেদি কৰা বিতাড়ন কৰিব অবৈধ অনুপ্ৰৱেশকাৰীক৷

আনহাতে ষষ্ঠ অনুসূচী আৰু জনজাতীয় অঞ্চল বাদ দি বলবৎ হ’ব ইউচিচি৷ লাভ জেহাদ, ভূমি জেহাদৰ বিৰুদ্ধে কঠোৰ হ’ব বিজেপি চৰকাৰ। ৰাজ্যৰ দীৰ্ঘদিনীয়া বান সমস্যা ১৮ হাজাৰ কোটি ব্যয়েৰে বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে বিজেপিয়ে ৷ এখন বানমুক্ত অসম গঢ়াৰ সংকল্প ইস্তাহাৰত উল্লেখ কৰা হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: assam assembly elaction 2026Bajpai BhawanBJP ReleaseCm Himanta Biswa SarmaFm Nirmala SitaharamanGuwahatiSankalp Patra
publisher

publisher

Related Posts

স্বতন্ত্ৰ ভৰদ্বাজৰ গ্ৰেপ্তাৰৰ দাবীত দিল্লীৰ পাৰ্লামেণ্ট ষ্ট্ৰীট থানা ঘেৰাও, প্ৰতিবাদত পাপ্পু যাদৱ-চন্দ্ৰশেখৰ আজাদ
India

September 4, 2026
শ্রীনগৰ বিমানবন্দৰত বিপত্তি, খুঁটাত খুন্দা ইণ্ডিগ’ৰ বিমানৰ
Uncategorized

ৰাইজৰ দলৰ স’তে আনুষ্ঠানিক মিত্ৰতা ভংগ কংগ্ৰেছৰ

ধন আত্মসাতৰ অভিযোগত নিলম্বন কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ

September 3, 2026
জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ সাক্ষ্যদান ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া পৰীক্ষিত শৰ্মা

একেদিনাই ছটা হত্যাৰ গোচৰ নিষ্পত্তি ডিব্ৰুগড়ৰ অতিৰিক্ত সত্ৰ আদালতৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d