Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

ৰনজিৎ দাসক নিশ্চিত জয়ী ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে পিন্ধালে গামোচা

পাঠশালাত মুখ্যমন্ত্ৰী আৰু ৰণজিৎ দাসৰ পদযাত্ৰা

publisher by publisher
March 17, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
ৰনজিৎ দাসক নিশ্চিত জয়ী ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে পিন্ধালে গামোচা
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

ৰণজিৎ কুমাৰ দাসে পাটাছাৰকুছি সমষ্টিত অভিলেখ সংখ্যক ভোটত জয়ী হ’ব আৰু সেইবাবে তেওঁক এতিয়াই আপোনালোকৰ সন্মতি আৰু সহায় অনুসাৰে মই ৰণজিৎ দাস ডাঙৰীয়াক আগতীয়াকৈ গামোচা পিন্ধাব বিচাৰিছো l এই মন্তব্যৰে পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত আজি “ৰণজিৎ কুমাৰ দাস জিন্দাবাদ” ধ্বনি দি পাঠশালাবাসী ৰাইজক সাক্ষী কৰি দাসক গামোচাৰে সম্ভাষণ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে l

ADVERTISEMENT

এনে ক্ষণতে আজি যেন এক প্ৰকাৰ বিজেপিময় হৈ পৰে পাঠশালাৰ লগতে সমগ্ৰ পাটাছাৰকুছি অঞ্চল l বিপুল সংখ্যক ৰাইজৰ লগতে দলীয় নেতা কৰ্মীৰ সহযোগত আজি মনোনয়ন পত্ৰ দাখিল কৰে  পাটাছাৰকুছিৰ বিজেপিৰ প্ৰাৰ্থী ৰণজিৎ কুমাৰ দাসে । য’ত সমাৱেশ ঘটে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ৰাজ্যৰ কে’বা গৰাকীও প্ৰভাৱশালী নেতা আৰু সংস্কৃতিক কৰ্মীৰ ।

মুখ্যমন্ত্ৰী সোনোৱালে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ খেলপথাৰত পদাৰ্পন কৰি ৰণজিৎ দাসৰ স’তে  পাঠশালা নগৰত পদযাত্ৰা  কৰে আৰু পাঠশালাবাসীয়ে তেওঁলোকক ভৰপূৰ অভিনন্দন জনায় । ইয়াৰ পাছতে  মুখ্যমন্ত্ৰী সোনোৱালে পাঠশালা হৰিমন্দিৰ প্ৰাংগনত এখন জনসভাত অংশগ্ৰহণ কৰে আৰু সম্বৰ্ধনা গ্ৰহণ কৰে l তেনে ক্ষণতে নিজে “ৰণজিৎ কুমাৰ দাস জিন্দাবাদ” ধ্বনি দি  তেওঁক আজিয়েই জয়ী হ’ব বুলি ঘোষণা কৰি গামোছা পিন্ধায়  l

মুখ্যমন্ত্ৰীগৰাকীয়ে সাক্ষাৎকাৰত নিশ্চিতভাৱে বিজেপি চৰকাৰ আৰু ৰণজিৎ দাস জয়ী হ’ব বুলি ঘোষণা কৰাৰ লগতে অনাগত সময়ত পাটাছাৰকুছি সমষ্টিত ভাবিব নোৱাৰা উন্নতি হ’ব বুলি আশ্বাস  প্ৰদান কৰে l লগতে কংগ্ৰেছ আৰু এআইইউডিএফক সমূলি উৎখাত কৰিব লাগে বুলিও হুংকাৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে l উক্ত সভাৰ  পাছতে মুখ্যমন্ত্ৰী সোনোৱালে পাঠশালাৰ প্ৰত্যাৱৰ্তন কৰে l

পাঠশালাৰ চৌখুটী হাইস্কুল খেল পথাৰত  বিজেপিৰ এখন বিশাল জনসভা অনুষ্ঠিত কৰা হয় l য’ত বিটিচি প্ৰধান প্ৰমোদ বড়ো, ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী ফণিভূষন চৌধুৰী,  কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং ট’মৰ, বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী অপৰাজিতা ভুঞাঁ, ৰূপম গোস্বামী, অভিনেতা যতীন বৰা আদি উপস্থিত হৈ ৰণজিৎ দাসৰ সমৰ্থনত প্ৰচাৰ চলায় l

ড০ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ পাটাছাৰকুছিত ৰণজিৎ কুমাৰ দাস বিপুল ভোটত জয়ী হ’ব বুলি কোৱাৰ লগতে এইবাৰ নিৰ্বাচনত অসম জাতীয় পৰিষদৰ ফলাফল শূণ্য হ’ব কিন্তু ২০২৬তহে তেওঁলোকৰ ভাল হ’ব বুলি কয় l একেখন মঞ্চতে বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিঙ ট’মৰ, বিজেপিৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, পৱন শৰ্মা আদি নেতাই ৰণজিৎ কুমাৰ দাসৰ হকে প্ৰচাৰ চলাই ৰাইজক ভোট দিবলৈ আহ্বান জনায় l

ইয়াৰ পাছতে সভা সমাপ্ত নৌহওঁতেই ৰনজিৎ কুমাৰ দাসে বজালী বিজেপিৰ সভাপতি নগেন চৌধুৰী আৰু অগপ নেতা ৰাতুল ৰয়ৰ স’তে বজালী জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে l আজি ৰণজিৎ কুমাৰ দাসক শুভেচ্ছা জনাবলৈ উপস্থিত হয় অগপৰ সভাপতি অতুল বৰা আৰু মন্ত্ৰী কেশৱ মহন্ত । তেওঁলোকক সংগ দিয়ে মন্ত্ৰী ফনিভূষন চৌধুৰীয়ে l

তিনি অগপ মন্ত্ৰীয়ে ৰণজিৎ দাসক আজি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পাটাছাৰকুছিৰ অগপ কৰ্মীসকলক ৰণজিৎ দাসৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায় l এনেদৰেই আজি ৰণজিৎ কুমাৰ দাসে চমক সৃষ্টি কৰি সম্পন্ন কৰে নিজৰ মনোনয়ন পত্ৰ পৰ্ব l

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Himanta Biswa SarmaNarendra Singh TomarRANJIT KUMAR DASSarbananda Sonowal
publisher

publisher

Related Posts

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d