Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Asom Sahitya Sabha Spend Crores Of Rupees On The Bhasha Gaurav Scheme: ​ভাষা গৌৰৱ আঁচনিৰ কোটি কোটি টকা ক’ত ব্যয় কৰিলে সাহিত্য সভাই

আজিৰ ভিতৰত পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ দাখিলৰ নিৰ্দেশ উচ্চ শিক্ষা বিভাগৰ, ৰাভা-গাৰোসহ কে'বাখনো জনগোষ্ঠীয় সাহিত্য সভাৰ নিদৰ্শনমূলক কার্য

publisher by publisher
December 16, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Asom Sahitya Sabha Spend Crores Of Rupees On The Bhasha Gaurav Scheme: ​ভাষা গৌৰৱ আঁচনিৰ কোটি কোটি টকা ক’ত ব্যয় কৰিলে সাহিত্য সভাই
1
SHARES
11
VIEWS
ShareShareShareShare

Asom Sahitya Sabha Spend Crores Of Rupees On The Bhasha Gaurav Scheme:

ADVERTISEMENT

অসম সাহিত্য সভাসহ ২১টা জাতি- জনগোষ্ঠীয় সাহিত্য সভাক নিজ নিজ ভাষা-সাহিত্যৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ভাষা গৌৰৱ আঁচনিৰ কোটি কোটি টকাৰ সদব্যৱহাৰ কৰিব পৰা নাই একাংশ সাহিত্য সভাই।

RelatedPosts

Asom Sahitya Sabha Awards:অসম সাহিত্য সভাত বঁটাৰ নামত চূড়ান্ত ভণ্ডামিত অসন্তুষ্টি

77th Asom Sahitya Sabha Pathsala Convention:আমাৰ ঘৰত জুই লাগিলে অসম জঁপিয়াই পৰিব লাগে

Asom Sahitya Sabha Awards:অসম সাহিত্য সভাই প্রদান কৰিব এই সকলক বিশেষ বঁটা

প্রতিখন সাহিত্য সভাকে আবন্টিত পুঁজিৰ বৃহৎ অংশ ইতিমধ্যে দুটা বৰ্ষত মোকলাই দিয়া হৈছে; কিন্তু এই ধন ক’ত কিদৰে ব্যয় কৰা হৈছে তাৰ কোনো তথ্য চৰকাৰৰ হাতত নাই।

উল্লেখ্য যে উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে এই ধন মোকলাই দিয়া হৈছিল। কাৰণ ৰাজ্য চৰকাৰে অভিলাষী আঁচনিখন উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে ৰূপায়ণৰ সিদ্ধান্ত লৈছিল। একাংশ সাহিত্য সভাই দক্ষতাৰে চৰকাৰৰ উদ্দেশ্য পূৰণত কাম কৰাৰ বিপৰীতে কেইখনমান সাহিত্য স সভাই প্রাপ্য পুঁজিৰে কিনো কৰিছে সেয়াও কাৰো অৱগত নহয়। কাৰণ পুঁজি ব্যয়ৰ বাবে যি প্রক্রিয়া সম্পন্ন কৰিব লাগে সেয়াই আজিলৈকে কৰা নহ’ল

অথচ ২০২০-২১ আৰু ২০২২-২৩ বিত্তীয় বর্ষৰ বাবে এই ধন মোকলাই দিয়া হৈছিল। ২০২২-২৩ বৰ্ষৰ বাদেই, ২০২০-২১ৰো পুঁজি ব্যয়ৰ হিচাপ দিব পৰা নাই নির্দিষ্ট কেইখনমান সাহিত্য সভাই। এনে দুখন সাহিত্য সভা হ’ল অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভা।

এই দুখন সাহিত্য সভাই চুক্তি অনুসৰি কাম নকৰাত পৰৱৰ্তী বৰ্ষৰ বাবে অন্যান্য সাহিত্য সভাবোৰেও পৰৱৰ্তী পুঁজি তি লাভ কৰাত বাধাৰ সৃষ্টি হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আটাইকেইখন সাহিত্য সভাকে উচ্চ শিক্ষা সঞ্চালকালয়ে কাইলৈৰ ভিতৰত পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিবলৈ জৰুৰী নির্দেশনা জাৰি কৰিছে।

ভাষা গৌৰৱ আঁচনিখন ব্যাপক প্রচাৰেৰে ২০২১ৰ পহিলা ফেব্ৰুৱাৰীত আৰম্ভ কৰা হৈছিল। তদানীন্তন ৰাজ্য চৰকাৰে বৃহৎ সভা পাতি ২১ খন সাহিত্য সভাক ২০২০-২১ৰ বাবে মুঠ ৪৩ কোটি ২০ লাখ টকা প্রথম পর্যায়ত মোকলাই দিছিল। ইয়াৰ পাছতে পুনৰ ২০২২-২৩৩ মোকলাই দিয়া হয় ২৭ কোটি ৩৬ লাখ টকা।

বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি, আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিখন সাহিত্য সভাৰ লগত উচ্চ শিক্ষা সঞ্চালকালয়ৰ স’তে এখন বুজা-বুজিব চুক্তি স্বাক্ষৰিত হৈছিল। এই চুক্তিত আঁচনিখন কিদৰে ৰূপায়ণ কৰিব লাগিব, পুঁজি ক’ত ক’ত ব্যয় কৰিব লাগিব আদি সকলো বিষয় সন্নিবিষ্ট আছে।

তদুপৰি পুঁজি ব্যয়ৰ প্ৰমাণপত্ৰও সময়মতে দাখিলৰ কথাও এই চুক্তিত আছে। পুঁজি কাৰ জৰিয়তে কেনেকৈ ব্যয় কৰিব লাগিব সেই নির্দেশনাও সাহিত্য সভাবোৰক দিয়া হৈছিল। ধার্য কৰা নিয়ম অনুসৰি, পুঁজি এখন বিশেষ পৰিচালনা সমিতিৰ জৰিয়তেহে ব্যয় কৰিব পাবে। এই সমিতিৰ সভাপতি হ’ব লাগিব সংশ্লিষ্ট সাহিত্য সভাখনৰ সভাপতি। এই সমিতিত চৰকাৰৰ প্রতিনিধি থাকিব। তদুপৰি থাকিব লাগিব সাহিত্য সভাখন যি ভাষাক প্রতিনিধিত্বৰে গঠন হৈছে সেই ভাষাৰ তিনিজন বিশেষজ্ঞ।

সূত্রত প্রকাশ যে অসম সাহিত্য সভাই আজিলৈকে এই বিশেষ সমিতিখন গঠন নকৰিলে। ফলত সাহিত্য সভাই দুবাৰত লাভ কৰা ১০ কোটি টকা কি কৰিলে তাৰ কোনো হিচাপ নাই। একে অভিযোগ উত্থাপিত হৈছে বড়ো সাহিত্য সভাৰ ক্ষেত্ৰতো। বড়ো সাহিত্য সভাই দুটা বৰ্ষত লাভ কৰা পুঁজিৰ, পৰিমাণ হ’ল পাঁচ কোটি টকা।

ইয়াৰ বিপৰীতে একাংশ সাহিত্য সভাই এই পুঁজিৰে বহু উল্লেখযোগ্য কাম কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত গাৰো আৰু ৰাভা সাহিত্যৰ নাম সূত্রটোৱে বিশেষভাবে উল্লেখ কৰে। ৰাভা সাহিত্য সভাই ৰাভা ভাষাৰ উন্নয়নৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ উপৰি প্ৰায় ১১৯ খন কিতাপ প্রকাশ কৰিছে।

সাহিত্য সভাখনে প্ৰদৰ্শন কৰা এনে দায়বদ্ধতাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই তেওঁলোকক অতিৰিক্ত পুঁজি আবন্টন দিছে। ইয়াৰ বিপৰীতে অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভাই চুক্তিৰ মূল বিষয়কেইটাই আজিলৈকে ৰূপায়ণ কৰা নাই। সূত্ৰত প্রকাশ যে আঁচনিখন ৰূপায়ণত খেলি-মেলি কৰা সাহিত্য দুখনেই হ’ল অসম সাহিত্য সভা আৰু বড়ো সাহিত্য সভা।

প্রসংগক্রমে উল্লেখনীয় যে ভাষা গৌৰৱ আঁচনিখনৰ জৰিয়তে পুঁজি লাভ কৰা আন সাহিত্য সভাকেইখন হ’ল দেউৰী সাহিত্য সভা, ডিমাছা সাহিত্য সভা, অসম নেপালী সাহিত্য সভা, কার্বি সাহিত্য সভা, মিচিং সাহিত্য সভা, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য সভা, পূর্বাঞ্চল তাই সাহিত্য সভা, তিৱা সাহিত্য সভা, অসম মণিপুৰী সাহিত্য সভা, মৰাণ সাহিত্য সভা, অসম চাহ জনগোষ্ঠীয় সাহিত্য সভা, সোণোৱাল কছাৰী সাহিত্য সভা, কুরুখ সাহিত্য সভা, কোচ ৰাজবংশী সাহিত্য সভা, অসম চাওতালী সাহিত্য সভা, মুণ্ডাৰি সাহিত্য সভা আৰু শৰণীয়া কছাৰী সাহিত্য সভা।

এই সাহিত্য সভাবোৰৰ ভিতৰত কেৱল অসম সাহিত্য সভাক ১০ কোটি আৰু বড়ো সাহিত্য সভাক পাঁচ কোটি টকা সংশ্লিষ্ট বিত্তীয় বর্ষ দুটাত মোকলাই দিয়া হৈছিল। বাকী ১৯ খন সাহিত্য সভাৰ প্রতিখনক মোকলাই দিয়া হয় দুই লাখ ৯২ হেজাৰ টকাকৈ।

এই আঁচনিখনৰ বাবে যি নীতি-নির্দেশনা ধার্য কৰা হৈছিল, সেইবোৰৰ প্রথমতে উল্লেখ কৰা নির্দেশনাটো অনুসৰি, ভাষা গৌৰৱ আঁচনিৰ ধন দৰমহা অথবা কোনো অনুৎপাদন কার্যত ব্যয় কৰিব নোৱাৰিব। সমুদায় পুঁজি ব্যয় কৰিব লাগিব সাহিত্য সভাখন যিটো ভাষাক প্ৰতিনিধিত্ব কৰি গঠন হৈছে সেই ভাষা, ভাষাটোৰ সাহিত্য আৰু কলা-সংস্কৃতিৰ উন্নয়নৰ বাবেহে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Sahitya SabhaBhasha Gaurav SchemeSpend Crores Of Rupees
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d