Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Farmers Protest Enters Second Day::কৃষকৰ দিল্লী চলো প্ৰতিবাদৰ আজি দ্বিতীয় দিন

দিল্লী সীমান্তত উত্তেজনা অব্যাহত, প্ৰতিবাদকাৰী কৃষকক ভেদিবলৈ নিক্ষেপ পানী হিলৈ আৰু কন্দুৱা গেছ, প্ৰতিবাদকাৰী আৰু আৰক্ষীৰে হতাহতি ,আহত কুৰিজন, আমাৰ হাতত ছমাহৰ ৰেচন মজুত আছে: কৃষক নেতা

publisher by publisher
February 14, 2024
in India, News
Reading Time: 4 mins read
0
Farmers Protest Enters Second Day::কৃষকৰ দিল্লী চলো প্ৰতিবাদৰ আজি দ্বিতীয় দিন
1
SHARES
6
VIEWS
ShareShareShareShare

Farmers Protest Enters Second Day:

কৃষকৰ দিল্লী চলো প্ৰতিবাদ কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। পঞ্জাৱ আৰু হাৰিয়ানাৰ পৰা অহা কে’বা সহস্ৰাধিক কৃষকে দিল্লী সীমান্তত প্ৰৱেশ কৰাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰখাৰ বিপৰীতে দিল্লী আৰক্ষী, আৰু অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰী সকলক বাধা দিবলৈ পূৰ্ণ চেষ্টা কৰিছে।

ADVERTISEMENT

বুধবাৰে পুৱাতে আৰক্ষীয়ে প্ৰতিবাদকাৰীকাৰীক ভেদিবলৈ কৃষকৰ মাজত নিক্ষেপ কৰে কন্দুৱা গেছ । উল্লেখ্য যে,মঙলবাৰে সিংঘু সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। নিশা বহু পৰলৈকে প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ কৰিছিল আৰক্ষীয়ে। একেদৰে স্থানভেদে প্ৰতিবাদকাৰী কৃষক আৰু আৰক্ষীৰ মাজত হতাহতি পৰ্যন্ত হয় ৷ যাৰফলস্বৰূপে আহত হয় কে’বাজনো কৃষক আৰু নিৰাপfarmers 2

RelatedPosts

Farmers Protest:কৃষকৰ দিল্লী চলো প্ৰতিবাদত মৃত্যু হোৱা যুৱ কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা

Farmers Protest : কেন্দ্ৰৰ বিৰুদ্ধে ‘ গৰ্জন’ আৰএছএছৰ কৃষক সংগঠনৰ, দিল্লীত একত্ৰিত ৫৫ হেজাৰ কৃষক

Rakesh Tikait : কৃষক নেতা ৰাকেশ টিকায়েটৰ মুখত চিয়াঁহী, অশান্তিৰ ফলত সভা ভংগ বেংগালুৰুত

উল্লেখ্য যে,যোৱা নিশা পুনৰ চৰকাৰ আৰু কৃষকসকলৰ মাজত আলোচনা হয় যদি অমীমাংসিত হৈ থাকে। আনহাতে পঞ্জাৱৰ আপ চৰকাৰে হাৰিয়ানা আৰক্ষী দ্বাৰা শম্ভু সীমান্তত আন্দোলনকাৰী কৃষকসকলৰ ওপৰত কন্দুৱা গেছৰ নিক্ষেপ আৰু ড্ৰোন ব্যৱহাৰ কৰাত তীব্ৰ আপত্তি কৰে ৷ এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে হাৰিয়ানা চৰকাৰক ৷

মনকৰিবলগীয়া যে,কৃষকৰ দিল্লী চলো পদযাত্ৰাৰ প্ৰতি ইতিমধ্যে মুকলি সমৰ্থন জনাইছিল পঞ্জাৱ আৰু দিল্লীৰ আপ চৰকাৰে ।

শেহতীয়া খবৰ অনুসৰি ,কৃষকসকলে প্ৰথমে দিল্লীৰ ওচৰৰ সীমান্তত একত্ৰিত হোৱাৰ পৰিকল্পনা কৰিছে তাৰ পিছত পৰৱৰ্তী পদক্ষেপ কি হ’ব এই সন্দৰ্ভত কেতবোৰ পৰিকল্পনা বৰ্তমান গোপন কৰি ৰাখিছে ৷ ইপিনে কৃষক সংগঠনে পুনৰ কয়, চৰকাৰৰে আলোচনা অব্যাহত থাকিব আৰু কৃষকসকলো আলোচনাৰ বাবে সাজু।

উল্লেখযোগ্য, ৩৫০ কৃষক সংগঠনৰ আহ্বানত পোন্ধৰশ ট্ৰেক্টৰ আৰু পাঁচশ গাড়ীৰে পঞ্জাৱ- হাৰিয়ানাৰ পৰা আহিছে প্ৰতিবাদী কৃষক সকল ৷ এইবাৰ দ্বিতীয় আন্দোলনৰ কাৰ্যসূচীৰ বাবে লগত লৈ আনিছে ছমাহৰ খাদ্য সম্ভাৰ ৷ প্রতিবাদী কৃষকসকলে সদৰী কৰা মতে, তেওঁলোকৰ হাতত বেজীব পৰা আৰস্ত কবি হাতুবীলৈ, খাদ্য সম্ভাৰলৈ সকলো সামগ্রী মজুত আছে। চোৰাংচোৱা সূত্ৰত প্রকাশ যে দীর্ঘদিন ধৰি আন্দোলন অব্যাহত ৰখাৰ পূর্ণ প্রস্তুতিসহ ৰাজধানী দিল্লীলৈ অগ্রসৰ হৈছে হেজাৰ হেজাৰ কৃষক।

পঞ্জাৱৰ গুৰদাসপুৰৰ পৰা অহা তথা ২০২০ৰ প্ৰতিবাদত অংশ লোৱা হৰভজন সিঙে কয়, ‘বেজীৰ পৰা আৰম্ভ কৰি হাতুৰীলৈ আমাৰ প্ৰয়োজনীয় সামগ্রী সকলো আছে। শিল ভঙাৰ সঁজুলিও আছে। আমাৰ ছমাহৰ বাবে গাঁও এৰি আহিছো।

আমাৰ হাতত ছমাহৰ ৰেচন মজুত আছে। আমাৰ হাতত বহুত পৰিমাণৰ ডিজেল আছে। আনকি হাৰিয়ানাৰ পৰা কৃষকৰ সামগ্রীও কঢ়িয়াই আনিছো। উল্লেখ্য যে যোৱা ২০২০ ত দিল্লী সীমান্তত কৃষক আন্দোলন ১৩ মাহ ধৰি অব্যাহত আছিল। এইবাৰো তেনে পৰিস্থিতিৰ আশংকা প্রকাশিত হৈছে ।

প্রতিবাদী কৃষকসকলে কয় যে ইয়াৰ পূৰ্বৰ আন্দোলন ১৩ মাহ ধৰি অব্যাহত আছিল। কৃষসকলৰ দাবী পূৰণৰ প্রতিশ্রুতি দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। কিন্তু এই প্রতিশ্রুতি তেওঁলোকে ৰক্ষা নকৰিলে। প্রতিবাদী কৃষকে কয়, ‘এইবাৰ যিমানদিন পর্যন্ত আমাৰ দাবী মানি লোৱা ‘নহ’ব সিমান দিন পর্যন্ত আমি আন্দোলনৰ পথৰ পৰা পিছ হোঁহকি নাযাওঁ।

কৃষকসকলৰ বিভিন্ন নেতাই জনোৱা মতে, উত্তৰ প্রদেশ, পঞ্জাৱ আৰু হাৰিয়ানা মূলত এই তিনি ৰাজ্যৰ কৃষকে আন্দোলনত অংশ লৈছে। প্রায় ৩৫০ টা সৰু-বৰ কৃষক সংগঠন ইয়াৰ লগত জড়িত হ’ব। ২০২০৩ কৃষক বিক্ষোভত উত্তাল হৈছিল সমগ্র দেশ। উত্তৰ ভাৰতৰ ৰাজ্যসমূহত ধাৰাবাহিক আন্দোলন অব্যাহত আছিল। সেই আন্দোলনত অৱশেষত পিছ নুহুকিল নৰেন্দ্ৰ মোদীৰ চৰকাৰ।

বিতর্কিত কৃষি বিধেয়ক প্রত্যাহাৰো কৰা হৈছিল। কৃষক সংগঠনসমূহেও নিজ অৱস্থানৰ পৰা আঁতৰি আহিছিল। অথচ পুনৰ কিয় পঞ্জাৱ, হাৰিয়ানাৰ কৃষক আন্দোলনত নামিল। এই ক্ষেত্রত কৃষক নেতৃত্বই কয় যে যিসমূহ দাবী পূৰণৰ বাবে দিল্লীৰ পথত নামি পৰিছে কৃষক তাৰ ভিতৰত অন্যতম হ’ল ফচলৰ ন্যূনতম সমর্থন মূল্যৰ আইনী নিশ্চয়তা প্রদান। স্বামীনাথন আয়োগৰ প্রস্তাৱ মানি লৈ ফচলৰ ন্যূনতম সমর্থিত মূল্য (এমএছপি) প্ৰদানৰ দাবী জনাইছে।

তদুপৰি কৃষক ঋণ মকুব কৰাৰ বাবেও কৃষকসকলে দাবী জনাইছে। ২০২০-২১ৰ প্ৰতিবাদত কৃষকসকলৰ বিৰুদ্ধে ৰজু হোৱা গোচৰ খাৰিজৰ দাবী জনাইছে আন্দোলনকাৰীসকলে। বিদ্যুৎ আইন ২০২০ বাতিলৰ দাবী আৰু উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত নিহত কৃষকৰ ক্ষতিপূৰণৰ দাবী আদিক লৈ সোমবাৰে নিশা কেন্দ্ৰীয় চৰকাৰ কৃষক সংগঠনৰ মাজত অনুষ্ঠিত বৈঠক ফলপ্রসূ নোহোৱাৰ পাছত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়।

সূত্ৰত প্রকাশ যে সোমবাৰে নিশা ১১ টা বজাৰ পাছত সেই বৈঠক অনুষ্ঠিত হৈছিল। বিদ্যুৎ আইন বাতিলৰ বিষয়ে বৈঠকত অর্জুন মুণ্ডাসহ দুই কেন্দ্রীয় মন্ত্রীয়ে কৃষকসকলক আশ্বস্ত কৰে বুলিও সূত্ৰত প্রকাশ। খেৰিৰ ঘটনাত কৃষকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্রত্যাহাৰ কৰা হ’ব বুলিও কৃষকৰ দলটোক জনোবা হয় যদিও তিনিটা মূল দাবী, ফচলৰ এমএছপি, কৃষি ঋণ মকুব আৰু স্বামীনাথন আয়োগৰ প্রস্তাৱ সন্দৰ্ভত দুই পক্ষ কোনো স্থিৰ সিদ্ধান্তলৈ আহিব নোৱাৰিলে।

ফলত কৃষকসকলে নিজ সংকল্পত অটল থাকিব বুলি কয়। কৃষকসকলে অভিযোগ কৰে যে দুবছৰ পূর্বে অর্ধেক দাবী পূৰণৰ প্রতিশ্রুতি দিছিল যদিও কেন্দ্রই একোৱে নকৰিলে। কৃষকসকলে শান্তিপূর্ণভাৱে সমস্যা সমাধানৰ বাবে চেষ্টা কৰিলেও চৰকাৰে সময় নষ্ট কৰা বুলি অভিযোগ কৰে কৃষকে।

সম্মিলিত কৃষক মৰ্চা আৰু জগজিত সিং দালেৱাল আৰু কিষাণ মজদুৰ সংগ্ৰাম সমিতিৰ ছাৰবান সিং পাণ্ডেৰ দৰে কৃষক নেতাসকলে তেওঁলোকৰ দাবী পূৰণত চৰকাৰৰ প্ৰতিশ্ৰুতিক লৈ শংকা প্রকাশ কৰিছে। মন কৰিবলগীয়া যে হাৰিয়ানাৰ মনোহৰ লাল খট্টৰৰ চৰকাৰে ইতিমধ্যে খৰখেদাকৈ দুখন বৃহৎ ষ্টেডিয়ামত অস্থায়ী কাৰাগাৰ নিৰ্মাণ কৰিছে ।

ইপিনে, কালিৰ বৈঠক সন্দৰ্ভত মন্ত্রী মুণ্ডাই কয়, ‘কিছুমান মানুহে সমস্যাৰ সৃষ্টি কৰিব পাৰে।’ চৰকাৰে কৃষকৰ স্বাৰ্থ ৰক্ষাৰ বাবে দায়বদ্ধ বুলি তেওঁ কয়। ইপিনে, কৃষক নেতাসকলে কয়, ‘আলোচনাৰ কোনো ফল নধবিল। আমি দিল্লী চলো যাত্ৰা আৰম্ভ কৰিম। অৱশ্যে চৰকাৰে দিয়া প্রস্তাৱসমূহ আলোচনা কৰিম। এই ক্ষেত্ৰত চৰকাৰৰ ভুল আছে।’

২০২০-২১ৰ কৃষক প্রতিবাদৰ অন্যতম নেতা ৰাকেশ টিকাইতে চৰকাৰৰ ক’লা কৃষি আইনৰ বিষয়ে সকীয়াই দি কয়, ‘বহু কৃষক ইউনিয়ন আছে আৰু বিভিন্ন সমস্যাও আছে। যদি চৰকাৰে কৃষকৰ দিল্লী যাত্ৰাত সমস্যাৰ সৃষ্টি কৰেতেন্তে আমি  সমৰ্থন দিম ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: delhi solo yatraEnters Second DayFarmers Protest
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d