Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

    নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

    বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

    ‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

    ১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

    ডিগবৈ লক্ষীপথাৰত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Parbatjhara Senior Secondary Principal Ramendra Nath Roy suspended:পৰীক্ষা আৰম্ভ হোৱাৰ ক্ষণিক পাছতেই হোৱাটচআপত ভাইৰেল ইংৰাজীৰ প্ৰশ্নকাকত

উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ আৰম্ভণিতে খেলিমেলি, পৰ্বতঝোৰাৰ বাশবাৰী ছিনিয়ৰ ছেকেণ্ডাৰীত পৰীক্ষা কেন্দ্ৰত ভাইৰেল ইংৰাজীৰ প্ৰশ্নকাকত, পৰ্বতঝৰা ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ ৰমেন্দ্ৰ নাথ ৰয়ক নিলম্বন

publisher by publisher
February 13, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Parbatjhara Senior Secondary Principal Ramendra Nath Roy suspended:পৰীক্ষা আৰম্ভ হোৱাৰ ক্ষণিক পাছতেই হোৱাটচআপত ভাইৰেল ইংৰাজীৰ প্ৰশ্নকাকত
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

Upendra Nath Brahma Award:ভূটানৰ ৰাণীৰ মাতৃ আশী দর্জী ৱাংমো ৱাংচুকলৈ উপেন্দ্র নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটা

Parbatjhara Senior Secondary Principal Ramendra Nath Roy Suspended:

প্রশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ আইন প্ৰৱৰ্তনৰ বাবে বিধানসভাত বিধেয়ক উত্থাপনৰ পাছতে সোমবাৰৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত হোৱাটচআপত বিয়পি পৰিল।

ADVERTISEMENT

কোকোৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ বাশবাৰী ছিনিয়ৰ ছেকেণ্ডাৰীত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা আৰম্ভ হোৱাৰ ডেৰ ঘণ্টা পাৰ নৌহওঁতেই প্ৰশ্নকাকত ভাইৰেল হৈ পৰে। এই প্ৰশ্নকাকত ভাইৰেল ঘটনা সন্দৰ্ভত পৰ্বতঝৰা ছিনিয়ৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ ৰমেন্দ্ৰ নাথ ৰয়ক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে।

উল্লেখ্য যে,প্রাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য মতে, পৰ্বতঝোৰাৰ বাসবাৰী ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ পৰা ইংৰাজী বিষয়ৰ প্ৰশ্নকাকতখন বিভিন্নজনব ম’বাইললৈ বিয়পি পৰিছিল। অভিযোগ মতে, পৰীক্ষা আৰম্ভ হোৱাৰ কিছুসময় পাছতে পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ পৰা পৰীক্ষাৰ্থীলৈ যোগান ধৰা হৈছিল বিভিন্ন প্ৰশ্নৰ উত্তৰ।

এই তথ্য লাভ কৰাৰ পাছতে ৰূপসী থানাৰ আৰক্ষীৰ এটা দল বিদ্যালয়খনত উপস্থিত হৈ ঘটনাত জড়িত থকাৰ অভিযোগত এজনক আটক কৰে। আটকাধীন যুৱকজনক আৰক্ষীয়ে সম্প্রতি সোধ-পোছ অব্যাহত ৰাখিছে যদিও কেনেকৈ প্ৰশ্নকাকত বাহিৰলৈ আহিল সেই তথ্য উন্মোচিত হোৱা নাই।

অভিযোগ মতে, পৰীক্ষা আৰম্ভ হোৱাৰ পাছত এঘন্টা নৌহওঁতেই বিভিন্নজনৰ ম’বাইল ফোনযোগে ভাইৰেল হৈ পৰে প্রশ্নকাকতখন। উল্লেখ্য যে প্রশ্নকাকত ফাদিল হোৱাৰ পাছতে একাংশ অভিভাৱকৰ মাজত প্রশ্নকাকত বিচাৰি হাবাথুৰি থোৱাৰ দৃশ্য পৰিস্ফুট হয়।

আৰক্ষী সূত্রই সদৰী কৰা মতে, এজন যুৱকে তেওঁৰ পৰীক্ষাৰ্থী পত্নীক প্ৰশ্নৰ উত্তৰ লিখি যোগান ধৰাৰ সময়তে পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈ আৰক্ষীয়ে যুৱকজনক আটক কৰে। অৱশ্যে ৰহস্যজনক কাৰণত ৰূপসী আৰক্ষীয়ে কৰায়ত্ত কৰা যুৱকজনৰ নাম-ঠিকনা প্ৰকাশৰ পৰা বিৰত আছে ।

উল্লেখ্য যে ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ এই ঘটনাক লৈ আজি সমগ্র অঞ্চলটোতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হয়। কঠোৰ সতর্কতাৰ মাজতো নিখুঁতভাৱে পৰীক্ষা অনুষ্ঠিত কৰাত ব্যর্থ হোৱা শিক্ষা বিভাগক বিভিন্ন পক্ষই তীক্ষ্ণ সমালোচনা কৰিছে আৰু প্ৰশ্নকাকত ফাদিলৰ সমগ্র ঘটনাটো তদন্ত কৰিবলৈ দাবী জনাইছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HSSLC ExaminationKokrajharParbatjhara Senior Secondary Principal SuspendedQuestion Paper leak
publisher

publisher

Related Posts

চিকিৎসাধীন ভোগেশ্বৰ বৰুৱাৰ স্বাস্থ্যৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
Assam

October 16, 2026
বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি
Assam

বলিৰূপে আগবঢ়োৱা ম’হৰ ৰক্তপান কৰিবলৈ সাজু কপিকুল: নৱমীত চাৰিটা ম’হ বলি

October 16, 2026
নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান
India

নিষেধাজ্ঞাৰ মাজতে ‘তিৰংগা উড়াও’ কাৰ্যসূচী, অভিজিৎ দীপকেৰ বাসগৃহত আৰক্ষীৰ অভিযান

October 16, 2026
বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে
India

বিৰোধীৰ হেঁচা! নিৰ্বাচন আয়োগৰ পুনৰ বৃহৎ সিদ্ধান্ত, ২৪ ঘণ্টাত দ্বিতীয়বাৰৰ বাবে

October 16, 2026
‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী
India

‘তিৰংগা উড়াও’ কাৰ্যসূচীক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা, নিয়োগ ৩২ হেজাৰ নিৰাপত্তাৰক্ষী

October 16, 2026
১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম
India

১৪০ কোটি টকাৰ সোণৰ গহনাৰে সজ্জিত মূর্তি, শিলিগুৰি পূজাত এক আকর্ষণীয় থিম

October 16, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d