Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন

    অহা বছৰৰ বিধানসভা নির্বাচনলৈ দৃষ্টি দি তৎপৰ বিজেপিৰ মন্ত্ৰী-বিধায়ক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

চিৰাঙৰ প্ৰেট্ৰলিয়াম ইন্ধন মজুত ভাণ্ডাৰৰ ক্ষেত্ৰ পৰিদৰ্শন প্ৰমোদ বড়োৰ

publisher by publisher
March 1, 2022
in Assam, India, News
Reading Time: 1 min read
0
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

UPPL -BJP Conflict:নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিচতে এনডিএৰে মধুচন্দ্ৰিকা অন্ত পৰাৰ সম্ভাৱনা ইউপিপিএলৰ

প্রমোদৰ দিল্লী যাত্ৰাই ইউপিপিএলক সুৰক্ষিত কৰিব নে সংকুচিত?

Hagrama Mohilary :বিটিচিৰ মুৰব্বীৰূপে শপত গ্ৰহণৰ পাছতে হাগ্ৰামাৰ হুংকাৰ

চিৰাঙৰ ডাংতল খাগ্ৰাবাৰীত হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ প্ৰস্তাৱিত প্ৰেট্ৰলিয়াম ইন্ধন মজুত ভাণ্ডাৰৰ ক্ষেত্ৰ পৰিদৰ্শন হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ কাৰ্য্যবাহী সঞ্চালক শ্ৰীধৰ গৌড় আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ ।

ADVERTISEMENT

প্ৰায় দুশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব হিন্দুস্তান পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেড চমুকৈ এইচপিচিএল-ৰ এই ইন্ধন মজুত ভাণ্ডাৰৰ বাবে জিলাখনৰ ডাংতল আৰু বাসুগাঁও চহৰৰ সমীপৰ খাগ্ৰাবাৰী গাঁৱত ২৬০ বিঘা ভূমি অধিগ্ৰহণ ঠাইত আজি এইচপিচিএল-ৰ কাৰ্য্যবাহী সঞ্চালক শ্ৰীধৰ গৌড় আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে ভূমিৰ স্বত্বাধিকাৰীসকলৰ স’তে মত বিনিময় কৰে ।

আজিৰ এই অনুষ্ঠানত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, ইউপিপিএল দলৰ কাৰ্য্যকৰী সভাপতি ৰৌণগৌৰা নাৰ্জাৰী, বিটিআৰৰ কাৰ্য্যবাহী সদস্য উইলচন হাচদা, পাৰিষদ মাধৱ ছেত্ৰী, চিৰাং জিলা আৰক্ষী অধীক্ষক প্ৰাঞ্জিত বৰাসহ এইচপিচিএল-ৰ বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ।

এইচপিচিএল-ৰ এই ইন্ধন মজুত ভাণ্ডাৰৰ স্থাপন হোৱাৰ পাছত এই অঞ্চলত প্ৰত্যক্ষ-পৰোক্ষভাৱে বহু নিবনুৱাৰ কৰ্ম সংস্থান লাভ কৰিব বুলি বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু এইচপিচিএল-ৰ কাৰ্য্যবাহী সঞ্চালক শ্ৰীধৰ গৌড়ে মন্তব্য কৰে ।

এইচপিচিএল-ৰ দৰে এটা কোম্পানীৰ প্ৰকল্প বিটিআৰ অঞ্চলত স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু দেশৰ পেট্ৰলিয়াম বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীক ধন্যবাদ জ্ঞাপন কৰে প্ৰমোদ বড়োই ।

বিটিআৰ এলেকা এটা সময়ত অশান্ত অঞ্চল আছিল যাৰ কাৰণে এই অঞ্চলত এনেধৰণৰ অনুষ্ঠান অহা নাছিল এতিয়া সময় সলনি হৈছে , শান্তিৰ পৰিৱেশ ঘূৰি আহিছে যাৰ কাৰণে আমি এনেধৰণৰ প্ৰকল্প পাবলৈ সক্ষম হৈছো ।

এনেধৰণৰ প্ৰকল্প স্থাপন হ’লে কেৱল নিবনুৱা সমস্যা সমাধান নহয় লগে লগে এলেকাৰ পৰিৱেশ উন্নত হয় বুলি মন্তব্য কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে ।

প্ৰমোদ বড়োয়ে বিটিআৰত পৌৰসভাৰ নিৰ্ব্বাচন আৰু কোকৰাঝাৰৰ শ্ৰীৰামপুৰৰ ব্ৰইলাৰ ছিণ্ডিকেট সন্দৰ্ভতো মন্তব্য কৰে ।

আজিৰ এই অনুষ্ঠানতে বিটিচি প্ৰধান বড়োয়ে এইচপিচিএল কৰ্তৃপক্ষই যোগান ধৰা কেক কাটি ৪৭ সংখ্যক জন্মদিন পালন কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Hindustan Petroleum Corporation LimitedPramod Boro
publisher

publisher

Related Posts

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ
Entertainment

এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

September 25, 2026
চাৰি বছৰত দেশত ১১১ সাংসদ-বিধায়কৰ দল ত্যাগ, ছয় ৰাজ্যত হৈছিল ক্ষমতাৰ পৰিৱৰ্তন
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d