Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Chicken Liver is Very Useful For Diabetics:মধুমেহত আক্রান্তৰ বাবেও মুৰ্গীৰ লিভাৰ অতি উপকাৰী

publisher by publisher
March 5, 2024
in Lifestyle, Food
Reading Time: 2 mins read
0
Chicken Liver is Very Useful For Diabetics:মধুমেহত আক্রান্তৰ বাবেও মুৰ্গীৰ লিভাৰ অতি উপকাৰী
5
SHARES
48
VIEWS
ShareShareShareShare

Chicken Liver is Very Useful For Diabetics:

মাংসৰ যকৃৎ বা লিভাৰ আমাৰ শৰীৰৰ বাবে অনেক উপকাৰী। খাবলৈও ভাল লাগে। বিশেষকৈ শিশুৱে লিভাৰহে খাব বিচাৰে। মাংসৰ লিভাৰ বুলিলে আমি সততে পঠা বা খাছী ছাগলীৰ লিভাৰকহে বুজো। কিয়নো মুৰ্গীৰ যকৃৎ বা লিভাৰ খোৱাৰ উপযোগী বুলি বহুতেই নাভাবে। বহুতে খাবলৈও বেয়া পায়। কিন্তু জানিলে আচৰিত হ’ব যে ছাগলীৰ লিভাৰৰ দৰেই মুৰ্গীৰ লিভাৰো সমানেই উপকাৰী।

ADVERTISEMENT

পুষ্টিবিদসকলেই এই মন্তব্য কৰিছে। কিন্তু কেনে উপকাৰী?

RelatedPosts

No Content Available

⇒ মুৰ্গীৰ লিভাৰত প্ৰচুৰ পৰিমাণে ভিটামিন, কেলচিয়াম, আয়ৰন, ফাইবাৰৰ উপৰি আৰু অনেক স্বাস্থ্যগুণেৰে ভৰপূৰ উপাদান থাকে।

⇒ মুৰ্গীৰ লিভাৰ বা যকৃতত থকা জিংক বা দস্তাই জ্বৰ, চর্দি-কাহ, টনছিলাইটিছ সৃষ্টিকাৰী জীৱাণুৰ বিৰুদ্ধে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সহায় কৰে।

⇒ মুৰ্গীৰ লিভাৰত থাকে ভিটামিন ‘এ’ আৰু ‘বি’, যি আমাৰ দৃষ্টিশক্তি আৰু মস্তিষ্কৰ বিকাশত সহায় কৰে।

⇒ মুৰ্গীৰ লিভাৰত থকা ক’লাজেন ওইলাষ্টিন নামৰ উপাদান বিধে আমাৰ শৰীৰৰ সিৰা-উপসিৰালৈ ৰক্ত চলাচল সহজ আৰু স্বাভাবিক কৰি ৰখাত সহায় কবে।

⇒ মুৰ্গীৰ লিভাৰত আছে প্ৰচুৰ পৰিমাণৰ আয়ৰন আৰু ফাইবাৰ, যি শৰীৰ আৰু হৃৎপিণ্ডৰ বাবে অতি উপকাৰী। ⇒ মুৰ্গীৰ লিভাৰত থকা চেলেনিয়াম নামৰ জৰুৰী উপাদানে ক’লন কৰ্কটৰ আশংকা হ্রাস কৰে। এই চেলেনিয়াম শ্বাস-প্রশাসব কষ্ট, হাঁপানি, সৰু-বৰ সংক্রমণ, গাঁঠিৰ বিষ, কৃমিৰ সমস্যা নিয়ন্ত্ৰণত ৰখাত সক্ষম।

→ শৰীৰৰ বিভিন্ন অপুষ্টিজনিত সমস্যা দূৰ কৰাত আৰু দ্রুতগতিৰে ওজন বৃদ্ধি কৰাত মুৰ্গীৰ লিভাৰ বা যকৃৎ অত্যন্ত কাৰ্যকৰ।

ইয়াৰ উপৰি মধুমেহৰ দৰে ৰোগত আক্রান্তসকলৰ বাবেও মুৰ্গীৰ লিভাৰ অতি উপকাৰী। পুষ্টিবিদৰ মতে, মুৰ্গীৰ মাংসৰ তুলনাত মুৰ্গীৰ লিভাৰৰ পুষ্টিগুণ কোনো গুণে কম নহয়।
অৱশ্যে এটা কথা মনত ৰাখিব লাগিব যে উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্রৰ সমস্যা থকাসকলে মুৰ্গীৰ লিভাৰ নোখোৱাই ভাল। কিয়নো মুৰ্গীৰ লিভাৰ খালে ক’লেষ্টেৰলৰ মাত্রা বৃদ্ধি পায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chicken LiverVery Useful For Diabetics
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d